• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

1 year ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

33 minutes ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

2 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

3 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

3 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

4 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

4 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

20 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

21 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

22 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

23 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

1 day ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

editor by editor
August 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভালপোৱা পোৱা যেনেকৈ সহজ নহয় তেনেকৈ ভালপোৱাৰ সম্পৰ্ক ধৰি ৰখাটোও খুবেই কঠিন৷ পাৰিবাৰিক অশান্তি, কৰ্মক্ষেত্ৰৰ অশান্তি সকলোবোৰ মিলি মানসিকভাৱে মাৰাত্মক চাপ বাঢ়িব ধৰিছে বহুজনৰ৷ এই মানসিক চাপে প্ৰভাৱ পেলাইছে দাম্পত্য জীৱনত৷ এই সকলোবোৰৰ মাজত কেনেকৈ বজায় ৰাখিব ব্যক্তিগত সম্পৰ্কৰ উষ্ণতা?

সম্পৰ্কৰ উষ্ণতা উভতাই নানিলে এটা সম্পৰ্ক ধৰি ৰখা খুবেই কঠিন৷ সপ্তাহত প্ৰিয়জনৰ সৈতে অলপমান সময় উলিয়াই বাহিৰত নহ’লেও ঘৰতেই ডেটৰ পৰিকল্পনা কৰিব পাৰে৷ কিন্তু ঘৰত ডেটৰ আমেজ পোৱা যায়নে? সংগীৰ সৈতে সুন্দৰ কিছু মুহূৰ্ত কটাবলৈ ঘৰৰ পৰিবেশ কেনেকৈ গঢ়ি তুলিব? জানি থওক কেইটামান টিপছ৷

১) মায়াবী পৰিবেশ তৈয়াৰ কৰিবলৈ ঘৰৰ অত্যাধিক পোহৰৰ লাইটসমূহ নুমুৱাই ৰাখক৷ সুগন্ধি মমবাতিৰ সুগন্ধ আৰু টুনি বাল্বৰ পোহৰেৰে আপোনাৰ নিজা ৰুমটো উজ্বলাই তোলক৷ অৰ্কিড বা গোলাপ দি টেবুল এখন সজাব পাৰে৷ ছোফা বা কুছনৰ কভাৰ ৰঙা লগাব পাৰে৷ পৰ্দাতো পৰিবৰ্তন আনিব পাৰে৷ ৰঙা, গোলপীয়া বা বগা ৰঙৰ পৰ্দা লগাব পাৰে৷ পাতল ফ্লোৰেল প্ৰিণ্টৰ পৰ্দা ব্যৱহাৰ কৰিব পাৰে৷

২) আপোনাৰ প্ৰিয় মানুহজন যদি ফুডি হয় তেন্তে সেই ধৰণে ঘৰত খাদ্য প্ৰস্তুত কৰাওক৷ পত্নীয়েই স্বামীৰ বাবে কৰিব তেনে নহয়, স্বামীয়েও পত্নীৰ বাবে তেনে ডেটৰ আয়োজন কৰিব পাৰে৷ কেৱল খাদ্য বনাব তেনে নহয়, সুন্দৰভাৱে পৰিবেশন কৰাটোও জৰুৰী৷ খাদ্যৰ টেবুল ধুনীয়াকৈ সজাই লওক৷ টেবুলৰ ঢাকনিৰ ৰং ৰঙা ৰাখিব পাৰে৷ ওপৰত এটা মমদানি ৰাখিব পাৰে৷ আৰু ফুলদানিতো কেইপাহমান গোলাপ ৰাখিব পাৰে৷ খাদ্য পৰিবেশনৰ বাবে চিনামাটিৰ বাচন ব্যৱহাৰ কৰিব পাৰে৷

৩) ডেটিঙৰ আমেজ আৰু ভাল কৰি তুলিবলৈ ৰোমাণ্টিক গীতৰ ব্যৱস্থা কৰিব পাৰে৷ যদি দুয়ো নৃত্যপ্ৰেমী হয় তেন্তে ঘৰতে নৃত্যও কৰিব পাৰে৷ মন মেজাজ ভাল কৰিবলৈ সংগীতৰ লগতে নৃত্যও একপ্ৰকাৰৰ থেৰাপী৷

৪) ডেটৰ দিনা এখন ভাল ছবি কিংবা ৱেব ছিৰিজ চাই এজনে আনজনৰ সৈতে একান্ত সময় কটাব পাৰে৷ ছবি বাচনিৰ ক্ষেত্ৰত সতৰ্ক হওক৷ দুজনৰ পছন্দৰ এটা বিষয় বাচি তেনে ছবি চাওক৷ ঘৰত পছন্দৰ কোনো চিনেমা কিংবা ৱেবচিৰিজ চাব পাৰে৷ সম্পৰ্কৰ উষ্ণতা টিকাই ৰখাত এইসমূহো জৰুৰী৷

৫) মমবাতি জ্বলাই আহাৰ গ্ৰহণ কৰক৷ পছন্দৰ খাদ্যৰ সৈতে মমৰ পোহৰে প্ৰিয় মানুহজনৰ সৈতে সময় মধুৰ কৰি তুলিব পাৰে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
Next Post
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

RG Kar-ৰ ৰহস্যৰ দীঘলীয়া ইতিহাসঃ এই ৩টা কাৰণেই তাত বাৰে বাৰে ঘটি থকা ঘটনাৰ আঁৰৰ কাৰণ

RG Kar-ৰ ৰহস্যৰ দীঘলীয়া ইতিহাসঃ এই ৩টা কাৰণেই তাত বাৰে বাৰে ঘটি থকা ঘটনাৰ আঁৰৰ কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.