• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

2 years ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

21 minutes ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

1 hour ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

2 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

3 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

3 hours ago
মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

5 hours ago
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

6 hours ago
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

7 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

7 hours ago
জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

7 hours ago
মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

editor by editor
August 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভালপোৱা পোৱা যেনেকৈ সহজ নহয় তেনেকৈ ভালপোৱাৰ সম্পৰ্ক ধৰি ৰখাটোও খুবেই কঠিন৷ পাৰিবাৰিক অশান্তি, কৰ্মক্ষেত্ৰৰ অশান্তি সকলোবোৰ মিলি মানসিকভাৱে মাৰাত্মক চাপ বাঢ়িব ধৰিছে বহুজনৰ৷ এই মানসিক চাপে প্ৰভাৱ পেলাইছে দাম্পত্য জীৱনত৷ এই সকলোবোৰৰ মাজত কেনেকৈ বজায় ৰাখিব ব্যক্তিগত সম্পৰ্কৰ উষ্ণতা?

সম্পৰ্কৰ উষ্ণতা উভতাই নানিলে এটা সম্পৰ্ক ধৰি ৰখা খুবেই কঠিন৷ সপ্তাহত প্ৰিয়জনৰ সৈতে অলপমান সময় উলিয়াই বাহিৰত নহ’লেও ঘৰতেই ডেটৰ পৰিকল্পনা কৰিব পাৰে৷ কিন্তু ঘৰত ডেটৰ আমেজ পোৱা যায়নে? সংগীৰ সৈতে সুন্দৰ কিছু মুহূৰ্ত কটাবলৈ ঘৰৰ পৰিবেশ কেনেকৈ গঢ়ি তুলিব? জানি থওক কেইটামান টিপছ৷

১) মায়াবী পৰিবেশ তৈয়াৰ কৰিবলৈ ঘৰৰ অত্যাধিক পোহৰৰ লাইটসমূহ নুমুৱাই ৰাখক৷ সুগন্ধি মমবাতিৰ সুগন্ধ আৰু টুনি বাল্বৰ পোহৰেৰে আপোনাৰ নিজা ৰুমটো উজ্বলাই তোলক৷ অৰ্কিড বা গোলাপ দি টেবুল এখন সজাব পাৰে৷ ছোফা বা কুছনৰ কভাৰ ৰঙা লগাব পাৰে৷ পৰ্দাতো পৰিবৰ্তন আনিব পাৰে৷ ৰঙা, গোলপীয়া বা বগা ৰঙৰ পৰ্দা লগাব পাৰে৷ পাতল ফ্লোৰেল প্ৰিণ্টৰ পৰ্দা ব্যৱহাৰ কৰিব পাৰে৷

২) আপোনাৰ প্ৰিয় মানুহজন যদি ফুডি হয় তেন্তে সেই ধৰণে ঘৰত খাদ্য প্ৰস্তুত কৰাওক৷ পত্নীয়েই স্বামীৰ বাবে কৰিব তেনে নহয়, স্বামীয়েও পত্নীৰ বাবে তেনে ডেটৰ আয়োজন কৰিব পাৰে৷ কেৱল খাদ্য বনাব তেনে নহয়, সুন্দৰভাৱে পৰিবেশন কৰাটোও জৰুৰী৷ খাদ্যৰ টেবুল ধুনীয়াকৈ সজাই লওক৷ টেবুলৰ ঢাকনিৰ ৰং ৰঙা ৰাখিব পাৰে৷ ওপৰত এটা মমদানি ৰাখিব পাৰে৷ আৰু ফুলদানিতো কেইপাহমান গোলাপ ৰাখিব পাৰে৷ খাদ্য পৰিবেশনৰ বাবে চিনামাটিৰ বাচন ব্যৱহাৰ কৰিব পাৰে৷

৩) ডেটিঙৰ আমেজ আৰু ভাল কৰি তুলিবলৈ ৰোমাণ্টিক গীতৰ ব্যৱস্থা কৰিব পাৰে৷ যদি দুয়ো নৃত্যপ্ৰেমী হয় তেন্তে ঘৰতে নৃত্যও কৰিব পাৰে৷ মন মেজাজ ভাল কৰিবলৈ সংগীতৰ লগতে নৃত্যও একপ্ৰকাৰৰ থেৰাপী৷

৪) ডেটৰ দিনা এখন ভাল ছবি কিংবা ৱেব ছিৰিজ চাই এজনে আনজনৰ সৈতে একান্ত সময় কটাব পাৰে৷ ছবি বাচনিৰ ক্ষেত্ৰত সতৰ্ক হওক৷ দুজনৰ পছন্দৰ এটা বিষয় বাচি তেনে ছবি চাওক৷ ঘৰত পছন্দৰ কোনো চিনেমা কিংবা ৱেবচিৰিজ চাব পাৰে৷ সম্পৰ্কৰ উষ্ণতা টিকাই ৰখাত এইসমূহো জৰুৰী৷

৫) মমবাতি জ্বলাই আহাৰ গ্ৰহণ কৰক৷ পছন্দৰ খাদ্যৰ সৈতে মমৰ পোহৰে প্ৰিয় মানুহজনৰ সৈতে সময় মধুৰ কৰি তুলিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক
শিক্ষা

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

May 15, 2026
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

May 15, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

May 15, 2026
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!
বিনোদন

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

May 15, 2026
Next Post
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

RG Kar-ৰ ৰহস্যৰ দীঘলীয়া ইতিহাসঃ এই ৩টা কাৰণেই তাত বাৰে বাৰে ঘটি থকা ঘটনাৰ আঁৰৰ কাৰণ

RG Kar-ৰ ৰহস্যৰ দীঘলীয়া ইতিহাসঃ এই ৩টা কাৰণেই তাত বাৰে বাৰে ঘটি থকা ঘটনাৰ আঁৰৰ কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.