• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ বছৰৰ মূৰকত চুবুৰীয়া ৰাজ্য মেঘালত ধৰা পৰিছে বিৰল ৰোগ, অসমত চিকিৎসাধীন

১৩ বছৰৰ মূৰকত চুবুৰীয়া ৰাজ্য মেঘালত ধৰা পৰিছে বিৰল ৰোগ, অসমত চিকিৎসাধীন

2 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

6 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

6 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

7 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

8 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

8 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

9 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

9 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

11 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

11 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

12 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

13 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১৩ বছৰৰ মূৰকত চুবুৰীয়া ৰাজ্য মেঘালত ধৰা পৰিছে বিৰল ৰোগ, অসমত চিকিৎসাধীন

editor by editor
August 21, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, স্বাস্থ্য
0
১৩ বছৰৰ মূৰকত চুবুৰীয়া ৰাজ্য মেঘালত ধৰা পৰিছে বিৰল ৰোগ, অসমত চিকিৎসাধীন
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ বছৰৰ মূৰকত চুবুৰীয়া ৰাজ্য মেঘালত ধৰা পৰিছে বিৰল ৰোগ, অসমত চিকিৎসাধীন

১৩ বছৰৰ মূৰকত দেশত ধৰা পৰিছে পলিঅ’ ৰোগ। পলিঅ’মুক্ত ভাৰত ঘোষণাৰ ১০ বছৰৰ মূৰত অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত এটি দুবছৰীয়া শিশুৰ দেহত ধৰা পৰিছে পলিঅ’। লগে লগে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ হাই এলাৰ্টত। বৰ্তমানে শিশুটি অসমত চিকিৎসাধীন হৈ আছে।

এই ৰোগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে এয়া পূৰ্বৰ দৰে বন্য পলিঅ’ৰ ঘটনা নহয়। এইটো এটা ভেকচিন প্ৰৰোচিত পলিঅ’ কেছ। উল্লেখ্য যে, ২০১১ চনৰ পিছৰে পৰা দেশত পলিঅ’ৰ কোনো ৰোগী পোৱা হোৱা নাছিল। যাৰ বাবে ২০১৪ চনত বিশ্ব স্বাস্থ্য সন্থাইয়ো ভাৰতক পলিঅ’মুক্ত দেশ হিচাপে ঘোষণা কৰিছিল।

এতিয়া পশ্চিম গাৰো পাহাৰ জিলাৰ টিকৰিকিলাৰ বাসিন্দা এটি শিশুৰ দেহত নতুনকৈ পলিঅ’ পজিটিভ ধৰা পৰিছে। কেন্দ্ৰৰ বিষয়াগৰাকীৰ মতে, ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকৰ ক্ষেত্ৰত এই সংক্ৰমণ হয়। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কয় যে এসপ্তাহতকৈও অধিক পূৰ্বে শিশুটিৰ পলিঅ’মাইলাইটিছৰ লক্ষণ দেখা গৈছিল।

বৰ্তমানে অসমৰ গোৱালপাৰাৰ এখন চিকিৎসালয়ত Acute flaccid paralysis ৰোগত আক্ৰান্ত শিশুটিৰ চিকিৎসা চলি আছে। এতিয়া মেঘালয়ৰ স্বাস্থ্য বিষয়াই শিশুটিৰ মল আৰু অন্যান্য নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)ৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজী (এন আই ভি)ৰ কেন্দ্ৰসমূহলৈ শিশুটিৰ নমুনা প্ৰেৰণ কৰা হৈছে।

যদি ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে ইয়াৰ প্ৰভাৱ বহুদিনলৈকে থাকিব পাৰে। শৰীৰত যিমানেই বেছি দিন থাকে সিমানেই ক্ষতিকাৰক হয়। কেতিয়াবা ইয়াৰ ফলত পক্ষাঘাতৰো সৃষ্টি হ’ব পাৰে। WHO ৰ মতে, এইটো হৈছে ভেকচিনৰ পৰা অহা পলিঅ’ ভাইৰাছ।

নতুনকৈ সমগ্ৰ বিশ্বৰে ২১খন দেশত এনেধৰণৰ ২৪টা ৰোগী ধৰা পৰিছে। যাৰ বিৰুদ্ধে ২-৩টা উচ্চমানৰ টিকাকৰণ অভিযান চলোৱা হৈছিল। পলিঅ’ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ প্ৰতিটো শিশুক টিকা দিয়া প্ৰয়োজন। যদি শিশুটিৰ জ্বৰ, ভাগৰ, ডায়েৰিয়া, কোষ্ঠকাঠিন্য বা মূৰৰ বিষৰ লগতে বমি হয় তেন্তে তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাব লাগে। নতুনকৈ আক্ৰান্ত হোৱা সকলো শিশু পলিঅ’ৰ ভেকচিন বাবে দায়ী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam HospitalmeghalayaMeghalaya Child Polio PositivePolioVaccine Polio
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

September 23, 2026
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ
ৰাজনীতি

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

September 23, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
Next Post
নীৰজ নহয়, আন এগৰাকী ভাৰতীয়ৰ জেভলিনৰ ৰেকৰ্ড, আজি পৰ্যন্ত ভাঙিব পৰা নাই কোনো খেলুৱৈয়ে, কেইবাটাও সোণ

নীৰজ নহয়, আন এগৰাকী ভাৰতীয়ৰ জেভলিনৰ ৰেকৰ্ড, আজি পৰ্যন্ত ভাঙিব পৰা নাই কোনো খেলুৱৈয়ে, কেইবাটাও সোণ

আপুনি স্বৰ্গ যাব নে নৰক, ভাৰতৰ এইটো মন্দিৰতেই নিৰ্ণয় হয় সকলো

আপুনি স্বৰ্গ যাব নে নৰক, ভাৰতৰ এইটো মন্দিৰতেই নিৰ্ণয় হয় সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.