• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীৰজ নহয়, আন এগৰাকী ভাৰতীয়ৰ জেভলিনৰ ৰেকৰ্ড, আজি পৰ্যন্ত ভাঙিব পৰা নাই কোনো খেলুৱৈয়ে, কেইবাটাও সোণ

নীৰজ নহয়, আন এগৰাকী ভাৰতীয়ৰ জেভলিনৰ ৰেকৰ্ড, আজি পৰ্যন্ত ভাঙিব পৰা নাই কোনো খেলুৱৈয়ে, কেইবাটাও সোণ

2 years ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

1 hour ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

2 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

3 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

16 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

17 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

18 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

18 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

19 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

21 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

22 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

23 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নীৰজ নহয়, আন এগৰাকী ভাৰতীয়ৰ জেভলিনৰ ৰেকৰ্ড, আজি পৰ্যন্ত ভাঙিব পৰা নাই কোনো খেলুৱৈয়ে, কেইবাটাও সোণ

editor by editor
August 21, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
নীৰজ নহয়, আন এগৰাকী ভাৰতীয়ৰ জেভলিনৰ ৰেকৰ্ড, আজি পৰ্যন্ত ভাঙিব পৰা নাই কোনো খেলুৱৈয়ে, কেইবাটাও সোণ
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নীৰজ নহয়, আন এগৰাকী ভাৰতীয়ৰ জেভলিনৰ ৰেকৰ্ড, আজি পৰ্যন্ত ভাঙিব পৰা নাই কোনো খেলুৱৈয়ে, কেইবাটাও সোণ

ভাৰতৰ জেভলিন খেলুৱৈ বুলিলে পোনেই মানসপটলৈ আহে কেৱল নীৰজ চোপ্ৰাৰ নাম। দুবাৰকৈ অলিম্পিক বিজেতা, বিশ্ব চেম্পিয়ন নীৰজেও দেশৰ নাম উজলাইছে জেভলিন দলিয়াই। পাছে  নীৰজে এই পৰ্যন্ত গঢ়িব পৰা নাই বিশ্ব ৰেকৰ্ড।

কিন্তু জানেনে নীৰজৰ সলনি আন এগৰাকী ভাৰতীয়ৰ নামতহে আছে জেভলিনৰ বিশ্ব ৰেকৰ্ড। যি ৰেকৰ্ড আজি পৰ্যন্ত ভাঙিব পৰ নাই বিশ্বৰ অন্য কোনো লোকে। কেৱল ভাৰতৰে ভিতৰত নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে সবাতোকৈ দূৰত্ব অতিক্ৰম কৰি জেভলিন দলিয়াই ৰেকৰ্ড গঢ়িছে ভাৰতৰ সুমিত অন্তিলে।

হয় শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সত্য। সুমিতে গঢ়িছে এই ৰেকৰ্ড। যাৰ ফলত এতিয়ালৈ লাভ কৰিছে কেইবাটাও সোণৰ পদক। বিশ্ব চেম্পিয়নৰ উপৰি অলিম্পিকতো লাভ কৰিছে সোণৰ পদক। এগৰাকী সুদক্ষ পেৰা অলিম্পিয়ান হিচাপে নাম আছে সুমিত অন্তিলৰ।

২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হব লগা পেৰা অলিম্পিকলৈ এইবাৰো সাজু হৈছে সুমিত। পূৰ্বেও বিশ্ব ৰেকৰ্ড গঢ়ি  লাভ কৰিছে সোণ। টকিঅ’ অলিম্পিকত ৬৮.৫৫ মিটাৰ দলিয়াই অলিম্পিক ৰেকৰ্ড গঢ়িছিল সুমিতে। ২০২৩ চনত পেৰা বিশ্ব চেম্পিয়নত ৭০.৮৩ মিটাৰ দলিয়াই নিজেই নিজৰ ৰেকৰ্ড ভংগ কৰি পুনৰ লাভ কৰিছিল সোণ। পাছত একেটা বৰ্ষতে এচিয়া পেৰা অলিম্পিকত ৭৩.২৯ মিটাৰ দলিয়াই লাভ কৰিছিল সোণ। এইবাৰ পেৰিচ পেৰা অলিম্পিকতো সোণৰ পদকৰ আশাৰে খেলপথাৰত নামিব সুমিত।

উল্লেখ্য যে, ১৭ বছৰ বয়সত এক দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা সুমিতে কৃত্তিম ভৰিৰ জৰিয়তে এই জেভলিন খেলত অংশ লৈ ভাৰতৰ নাম প্ৰতিবাৰেই উজলাই আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয় বুলি দাবী সুমিতৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gold MedalistJavelinjavelin world Record lJevlin PlayerPera Olympiansumit antilworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা
স্বাস্থ্য

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

June 11, 2026
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
বিশ্ব

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

June 11, 2026
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ
ক্ৰীড়া

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

June 11, 2026
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
Next Post
আপুনি স্বৰ্গ যাব নে নৰক, ভাৰতৰ এইটো মন্দিৰতেই নিৰ্ণয় হয় সকলো

আপুনি স্বৰ্গ যাব নে নৰক, ভাৰতৰ এইটো মন্দিৰতেই নিৰ্ণয় হয় সকলো

সমসপ্তক যোগৰ বাবে ৩০ বছৰৰ পাছত ৫ ৰাশিৰ ভাগ্যলৈ আহি আছে সুখৰ ভাণ্ডাৰ, লগতে আহিব টকা

সমসপ্তক যোগৰ বাবে ৩০ বছৰৰ পাছত ৫ ৰাশিৰ ভাগ্যলৈ আহি আছে সুখৰ ভাণ্ডাৰ, লগতে আহিব টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.