• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন, এই ৩ ৰাশি ৩ মাহৰ ভিতৰত লাখপতি হ’ব খাটাং

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন, এই ৩ ৰাশি ৩ মাহৰ ভিতৰত লাখপতি হ’ব খাটাং

2 years ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

1 minute ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

27 minutes ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

47 minutes ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

1 hour ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

2 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

3 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

4 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

5 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

6 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

21 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন, এই ৩ ৰাশি ৩ মাহৰ ভিতৰত লাখপতি হ’ব খাটাং

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন, এই ৩ ৰাশি ৩ মাহৰ ভিতৰত লাখপতি হ’ব খাটাং

editor by editor
August 27, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন, এই ৩ ৰাশি ৩ মাহৰ ভিতৰত লাখপতি হ’ব খাটাং
0
SHARES
28.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰত ৰাহুক ছাঁ গ্ৰহ বা পাপী গ্ৰহ বুলি গণ্য কৰা হয়। ৰাহু এক নিষ্ঠুৰ গ্ৰহো। যিসকল লোকৰ ৰাহুৰ স্থিতি তেওঁলোকৰ ৰাশিফলত দুৰ্বল হয় তেওঁলোকে মানসিক চাপত ভুগিবলগীয়া হয়। চিন্তা আৰু বুজাৰ শক্তি কমিবলৈ আৰম্ভ কৰে৷ ব্যক্তিগৰাকী সকলো সময়তে চিন্তিত হৈ থাকে। যিসকলে ৰাহু গ্ৰহৰ বিশেষ আশীৰ্বাদ লাভ কৰে, তেওঁলোকে জীৱনত সকলো সুখ পায়। ধন বা স্বাস্থ্যৰ লগত জড়িত সৰু সৰু সমস্যাই তেওঁলোকক কোঙা কৰিব নোৱাৰে। ইয়াৰ উপৰিও ৰাহুৰ ৰাশি আৰু নক্ষত্ৰ পৰিৱৰ্তনৰ প্ৰভাৱে এজন ব্যক্তিৰ জীৱনলৈকো পৰিৱৰ্তন আনে।

বৈদিক পঞ্জিকা অনুসৰি পাপী গ্ৰহ ৰাহুৱে প্ৰায় ১৮ মাহৰ পিছত নিজৰ ৰাশি সলনি কৰে। কিন্তু ইয়াৰ মাজতে ৰাহুৰ নক্ষত্ৰমণ্ডল নিশ্চিতভাৱে সলনি হয়। বৰ্তমান ৰাহু মীন ৰাশিত অৱস্থিত, আগন্তুক ২০২৫ চনলৈকে মীন ৰাশিত থাকিব এই গ্ৰহ৷ কিন্তু ইয়াৰ মাজতে ৰাহুৱে দুবাৰৰ পৰা তিনিবাৰলৈ নক্ষত্ৰ পৰিবৰ্তন কৰিব। ০২ ডিচেম্বৰলৈ ৰাহু শনিৰ উত্তৰভদ্ৰপদ নক্ষত্ৰৰ তৃতীয় স্থানত থাকিব৷ যাৰ বাবে আগন্তুক তিনিমাহত বহু ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহিব। তিনিমাহত লাখপতি হ’ব এই তিনি ৰাশিৰ জাতক৷

মেষ ৰাশি

উত্তৰভদ্ৰপদ পদৰ তৃতীয় নক্ষত্ৰমণ্ডলত ৰাহুৰ আগমনৰ বাবে আগন্তুক তিনিমাহত মেষ ৰাশিৰ লোকে বিশেষ সুবিধা লাভ কৰিব। দীৰ্ঘদিন ধৰি বাকী থকা কাম ক্ৰমান্বয়ে সম্পূৰ্ণ হ’ব। কেৰিয়াৰত আগবাঢ়ি যাবলৈ বহুতো নতুন সুযোগ পাব। কৰ্মত নিয়োজিত লোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। বহিঃৰাজ্যত কাম কৰাৰ সপোন পূৰণ হ’ব পাৰে যুৱক-যুৱতীসকলৰ। ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল। অংশীদাৰিত্বৰ কাম কৰাৰ এইটোৱেই উপযুক্ত সময়।

কৰ্কট ৰাশি

ৰাহুৰ নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তনে কৰ্কট ৰাশিৰ লোকৰ জীৱনলৈ ইতিবাচক খবৰ আনিব৷ উচচ শিক্ষাৰ বাবে বহিঃৰাজ্যলৈ যোৱা যুৱক-যুৱতীসকলৰ সপোন পূৰণ হ’ব পাৰে। কৰ্মত নিয়োজিত হৈ থকা লোকসকলে প্ৰতিটো কামতে ভাগ্যৰ সমৰ্থন পাব৷  যাৰ বাবে আপুনি আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব। বিবাহিত লোকে শাৰীৰিক মানসিক চাপৰ পৰা সকাহ পাব পাৰে। পিতৃ-মাতৃৰ সৈতে সময় কটালে সম্পৰ্ক গভীৰ হ’ব। অনাগত তিনিমাহৰ বাবে ব্যৱসায়ীসকলে বিপুল লাভ কৰিব।

বৃশ্চিক ৰাশি

আগন্তুক তিনিমাহলৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ ওপৰত কৃপা বৰ্ষিত হ’ব পাপী গ্ৰহ ৰাহুৰ। আপোনাৰ ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে আপুনি যি নতুন নীতি তৈয়াৰ কৰিছে সেই নীতিতেই  সফল হ’ব। বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। বিবাহিত লোকে নিজৰ সংগীক নিবিড়ভাৱে পাব। ধনৰ অভাৱত ভুগি থকা লোকসকলৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ’ব। চৰকাৰী খণ্ডত কাম কৰা লোকসকলে আৰ্থিকভাৱে লাভৱান হ’ব পাৰে। শ্বেয়াৰ মাৰ্কেটৰ পৰাও ভাল লাভ কৰিব পাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?
জীৱনশৈলী

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

April 15, 2026
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন
জীৱনশৈলী

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

April 15, 2026
Next Post
ভাৰতৰ এই গাঁৱলৈ বিদেশী মহিলা আহে গৰ্ভধাৰণৰ বাবেই, আচহুৱা যদিও গৰ্ভধাৰণেই পৰ্যটন কিয় ভাৰতৰ এই গাঁৱৰ?

ভাৰতৰ এই গাঁৱলৈ বিদেশী মহিলা আহে গৰ্ভধাৰণৰ বাবেই, আচহুৱা যদিও গৰ্ভধাৰণেই পৰ্যটন কিয় ভাৰতৰ এই গাঁৱৰ?

ছেপ্টেম্বৰত স্থান সলনি হ’ব ৩গ্ৰহৰ! কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ ৫ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰত স্থান সলনি হ’ব ৩গ্ৰহৰ! কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.