• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত স্থান সলনি হ’ব ৩গ্ৰহৰ! কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ ৫ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰত স্থান সলনি হ’ব ৩গ্ৰহৰ! কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ ৫ৰাশিৰ জাতকৰ

2 years ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

15 minutes ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

48 minutes ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

1 hour ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

2 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

3 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

12 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

13 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

13 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

13 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

14 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ছেপ্টেম্বৰত স্থান সলনি হ’ব ৩গ্ৰহৰ! কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ ৫ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰত স্থান সলনি হ’ব ৩গ্ৰহৰ! কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ ৫ৰাশিৰ জাতকৰ

editor by editor
August 27, 2024
in ভাৰত, লেখা
0
ছেপ্টেম্বৰত স্থান সলনি হ’ব ৩গ্ৰহৰ! কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ ৫ৰাশিৰ জাতকৰ
0
SHARES
11.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰ ২০২৪ত গোচৰ কৰিব তিনিটা ডাঙৰ গ্ৰহই৷ এই তিনি গ্ৰহ হৈছে সূৰ্য, বুধ আৰু শুক্ৰই৷ সন্মুখৰ মাহত গ্ৰহৰ গোচৰ আৰম্ভ হ’ব সৌৰজগতৰ যুৱৰাজ গ্ৰহ বুধে৷ বুধ বুদ্ধি আৰু উন্নতিৰ কাৰক গ্ৰহ৷ আগন্তুক ৪ ছেপ্টেম্বৰত বুধে কৰ্কট ৰাশি ত্যাগ কৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্যই সিংহ ৰাশিত থকাৰ এই সময়ত সিংহত তৈয়াৰ হ’ব বুধাদিত্য যোগ৷ ইয়াৰ পাছতেই আগন্তুক ১৬ ছেপ্টেম্বৰ পৰ্যন্ত সৌৰজগতৰ ৰজা সূৰ্যই সিংহ ৰাশি ত্যাগ কৰি প্ৰৱেশ কৰিব কন্যা ৰাশিত৷ তাতেই পূৰ্বৰে পৰাই শুক্ৰ আছে৷ সূৰ্যই কন্যাত গ’লে কন্যা ৰাশিত গঠিত হ’ব শুক্ৰাদিত্য যোগ৷ ইয়াৰপাছতেই ১৮ ছেপ্টেম্বৰ শুক্ৰই কন্যা এৰি তুলা ৰাশিত প্ৰৱেশ কৰিব৷ আকৌ ২৩ ছেপ্টেম্হৰত বুধে সিংহ এৰি কন্যা ৰাশিত গোচৰ কৰিব৷ গ্ৰহৰ এই গোচৰৰ প্ৰভাৱত আগন্তুক মাহত কেইটামান ৰাশিৰ জাতকৰ ভাগ্য খুলিব৷

মেষ ৰাশি

ছেপ্টেম্বৰত তিনি গ্ৰহৰ গোচৰে মনৰ সকলো ভয়, আশংকা আৰু উদ্বেগ দূৰ কৰিব মেষ ৰাশিৰ জাতকে৷ আপোনাৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এইবাৰ সম্পূৰ্ণ হ’ব৷ পূৰ্বে ঋণ লোৱা থাকিলে সেই ঋণৰ পৰা মুক্তি পাব মেষ ৰাশিৰ জাতকে৷ কোনো সূত্ৰৰ পৰা হঠাৎ অৰ্থলাভ কৰিব পাৰে মেষ ৰাশিৰ জাতকে৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷ কোনো ভাল সংস্থাৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ জীৱনসংগীৰ সৈতে মিলি নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে আপুনি৷

সিংহ ৰাশি

ছেপ্টেম্বৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰ সন্মুখত৷ আগন্তুক মাহত আত্মবিশ্বাসৰ শীৰ্ষত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ টকা ঘটাৰ সুযোগ আপোনাৰ সন্মুখত আহিব৷ ইয়াৰ ফলত ছেপ্টেম্বৰত সম্পত্তি বাঢ়িব আৰু আৰ্থিক পৰিস্থিতি মজবুত হ’ব সিংহ ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত নতুন পৰিকল্পনা কাৰ্যকৰী হ’ব৷ সমাজত মান সন্মান বাঢ়িব আৰু সাংসৰিক সমস্যা থাকিব মুক্তি পাব আপুনি৷

কন্যা ৰাশি

ছেপ্টেম্বৰত ভাগ্য খোল খোৱাৰ যোগ আছে কন্যা ৰাশিৰ জাতকৰ সন্মুখত৷ আগন্তুক মাহত আপোনাৰ সম্পদ লাভ হ’ব৷ কন্যা ৰাশিৰ জাতকৰ সাহস বাঢ়িব আৰু বিদেশ যাত্ৰা কৰিব পাৰে৷ চাকৰি পৰিবৰ্তন কৰিব বিচাৰিলে আপোনাৰ সন্মুখত ভাল সময় আহিব৷ মনত দীৰ্ঘদিনে কোনো ইচ্ছা পুঁহি ৰাখিলে এই সময়ত সম্পন্ন হ’ব৷ আগন্তুক মাহত উপাৰ্জন বাঢ়িব আপোনাৰ৷ মনত দীৰ্ঘদিনৰ কোনো ইচ্ছা আপুনি পূৰণ কৰিব পাৰে৷ আগন্তুক মাহত উপাৰ্জন বাঢ়িব কন্যাৰ জাতকৰ৷ পূৰ্বৰ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব৷ পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷

তুলা ৰাশি

জ্যোতিষ গণনাই দাবী কৰিছে যে ছেপ্টেম্বৰত লাভৱান হ’ব তুলা ৰাশিৰ জাতক৷ জীৱনৰ বিভিন্ন ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰিব আপুনি৷ পেছাগত জীৱনত বৃহৎ উন্নতি কৰিব পাৰিব তুলাৰ জাতকে৷ এই মাহত আপুনি যি বিনিয়োগ কৰিব তাৰ পৰাই লাভজনক ফল পাব৷ আগন্তুক মাহত বেছ আৰামেৰে দিনটো কটাব তুলা ৰাশিৰ জাতকে৷ কোনো সমস্যা আহিলে দৃঢ়ভাৱে তাৰ মোকাবিলা কৰিব পাৰে৷

ধনু ৰাশি

ছেপ্টেম্বৰত গ্ৰহৰ গোচৰৰ প্ৰভাৱত মনত বহু ইচ্ছা পূৰ্ণ হ’ব ধনু ৰাশিৰ জাতকৰ৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ন পাব আপুনি৷ এই মাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু এনাৰ্জী লেভেল হাই থাকিব ধনু ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলে পূৰ্বৰ পৰা বেছিকৈ মুনাফা অৰ্জন কৰিব৷ নিজৰ লক্ষ্যৰ দিশত বহুতেই সহজে আগুৱাই যাব পাৰিব৷ পাৰিবাৰিক জীৱনত সুখ থাকিব আৰু নৱবিবাহিত দম্পত্তিৰ জীৱনত কোনো নতুন অতিথিৰ আগমন হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!
অসম

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

May 26, 2026
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

May 26, 2026
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!
জীৱনশৈলী

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

May 26, 2026
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

May 26, 2026
Next Post
ষ্টক ক্লেয়াৰ কৰিবলৈ টয়োটাই দিছে ৫লাখ পৰ্যন্ত ৰেহাই, চাওক সম্পূৰ্ণ তালিকা

ষ্টক ক্লেয়াৰ কৰিবলৈ টয়োটাই দিছে ৫লাখ পৰ্যন্ত ৰেহাই, চাওক সম্পূৰ্ণ তালিকা

পৃথিৱী পুৰুষ শূন্য হ’ব! বিজ্ঞানীৰ দাবী, পৃথিৱীত কেতিয়া কেনেকৈ শেষ হ’ব পুৰুষ জাতি?

পৃথিৱী পুৰুষ শূন্য হ’ব! বিজ্ঞানীৰ দাবী, পৃথিৱীত কেতিয়া কেনেকৈ শেষ হ’ব পুৰুষ জাতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.