• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ এই গাঁৱলৈ বিদেশী মহিলা আহে গৰ্ভধাৰণৰ বাবেই, আচহুৱা যদিও গৰ্ভধাৰণেই পৰ্যটন কিয় ভাৰতৰ এই গাঁৱৰ?

ভাৰতৰ এই গাঁৱলৈ বিদেশী মহিলা আহে গৰ্ভধাৰণৰ বাবেই, আচহুৱা যদিও গৰ্ভধাৰণেই পৰ্যটন কিয় ভাৰতৰ এই গাঁৱৰ?

2 years ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

7 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

8 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

9 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

10 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

11 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

11 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

12 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

13 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

13 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

14 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ এই গাঁৱলৈ বিদেশী মহিলা আহে গৰ্ভধাৰণৰ বাবেই, আচহুৱা যদিও গৰ্ভধাৰণেই পৰ্যটন কিয় ভাৰতৰ এই গাঁৱৰ?

ভাৰতৰ এই গাঁৱলৈ বিদেশী মহিলা আহে গৰ্ভধাৰণৰ বাবেই, আচহুৱা যদিও গৰ্ভধাৰণেই পৰ্যটন কিয় ভাৰতৰ এই গাঁৱৰ?

editor by editor
August 27, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
ভাৰতৰ এই গাঁৱলৈ বিদেশী মহিলা আহে গৰ্ভধাৰণৰ বাবেই, আচহুৱা যদিও গৰ্ভধাৰণেই পৰ্যটন কিয় ভাৰতৰ এই গাঁৱৰ?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বতে দুঃসাহসিক, বন্যপ্ৰাণী, ইক’, ধৰ্মীয় আদি প্ৰকাৰৰ পৰ্যটন আছে। বিশ্বৰ প্ৰতিটো কোণলৈ ভ্ৰমণৰ বাবে যোৱাৰ ওপৰিও ভাৰতলৈকো ভ্ৰমণৰ বাবে আহে বহু লোক৷ ভাৰতত বিভিন্ন ধৰ্মীয় পৰ্যটনক্ষেত্ৰ, প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেই ভাৰতলৈ আহে বহু বিদেশী পৰ্যটক৷ কিন্তু তাৰমাজতে ভাৰতৰ এখন ঠাই বিদেশীৰ আকৰ্ষণৰ কেন্দ্ৰ অন্য কাৰণতহে৷ দেশৰ এই প্ৰান্তলৈ বিদেশী মহিলা  গৰ্ভধাৰণ কৰিবলৈকে আহে৷ গৰ্ভধাৰণৰ বাবে ভাৰতলৈ অহাৰ কাৰণ কি?

কাৰ্গিলৰ পৰা ৭০ কিলোমিটাৰ নিলগত লাডাখৰ এখন গাঁও, এই গাঁওখনক আৰ্য উপত্যকা বুলি জনা যায়। দাবী কৰা অনুসৰি বহিঃৰাজ্যৰ পৰা বিশেষকৈ ইউৰোপীয় দেশৰ পৰা মহিলাসকল ইয়ালৈ আহে কেৱল ইয়াত বাসকৰা স্থানীয় পুৰুষৰ পৰা গৰ্ভধাৰণ কৰিবৰ  বাবে।  আচহুৱা যেন লাগিলেও এয়াই সত্য৷

আঁৰৰ কাৰণ?

লাডাখৰ আৰ্য্য উপত্যকাত ব্ৰকপা জনগোষ্ঠীৰ লোক বাস কৰে। তেওঁলোকক আলেকজেণ্ডাৰৰ সৈন্যৰ বংশধৰ বুলি জনা যায়৷ কেৱল এয়াই নহয়, দাবীও হৈছে যে তেওঁলোকেই পৃথিৱীত বাকী থকা শেষ বিশুদ্ধ আৰ্য্য। আলেকজেণ্ডাৰে ভাৰত এৰি যোৱাৰ সময়ত তেওঁৰ কিছুসংখ্যক সৈন্যই ভাৰতত থাকি গৈছিল৷  তেওঁলোকৰ সেইসকল বংশধৰেই আজিও ভাৰতত আছে।

আলেকজেণ্ডাৰৰ সেনাবাহিনীৰ দৰে বিদেশী মহিলাসকলে ভাল শাৰীৰিক গঠন আৰু শক্তিশালী সন্তান জন্ম দিয়াৰ হেঁপাহত ইয়ালৈ আহে আৰু গৰ্ভধাৰণৰ পিছত ইয়াৰ পৰাই গুচি যায়। লগতে কোৱা হয় যে, আগতে এই সম্প্ৰদায়ৰ মানুহ বিশেষ জনপ্ৰিয় নাছিল যদিও ইণ্টাৰনেটত প্ৰচাৰ বৃদ্ধি হোৱাৰ পাছত বিদেশী মহিলা অহাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। বিদেশী মহিলাই শাৰীৰিক সম্পৰ্কৰ বিনিময়ত পুৰুষক ধন দিয়ে। ব্ৰকপাসকলে তেওঁলোক আৰ্যৰ বংশধৰ বুলি দাবী কৰে যদিও ইয়াৰ কোনো প্ৰমাণ পোৱা নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়
বাণিজ্য

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

May 2, 2026
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী
বিনোদন

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

May 2, 2026
Next Post
ছেপ্টেম্বৰত স্থান সলনি হ’ব ৩গ্ৰহৰ! কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ ৫ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰত স্থান সলনি হ’ব ৩গ্ৰহৰ! কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ ৫ৰাশিৰ জাতকৰ

ষ্টক ক্লেয়াৰ কৰিবলৈ টয়োটাই দিছে ৫লাখ পৰ্যন্ত ৰেহাই, চাওক সম্পূৰ্ণ তালিকা

ষ্টক ক্লেয়াৰ কৰিবলৈ টয়োটাই দিছে ৫লাখ পৰ্যন্ত ৰেহাই, চাওক সম্পূৰ্ণ তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.