• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO

বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO

2 years ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

27 minutes ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

50 minutes ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

2 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

3 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

3 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

4 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

5 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

7 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

8 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

8 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

9 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO

বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO

editor by editor
August 27, 2024
in জীৱনশৈলী, বিশ্ব
0
বিয়া কৰোৱা নাই, ১০০ ৰো অধিক সন্তানৰ বায়লজিকেল পিতৃ টেলিগ্ৰামৰ CEO
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুঠাম দেহ৷ বয়স ৩৯ বছৰ৷ এতিয়াও বিয়া কৰোৱা নাই৷ কিন্তু তেওঁ এতিয়ালৈকে প্ৰায় ১০০ সন্তানৰ বায়লজিকেল পিতৃ৷ এই দাবী নিজেই কৰিছে টেলিগ্ৰামৰ CEO পাভেল ধ্ৰুৱে৷ টেলিগ্ৰামত নিজৰ ৫.৭ মিলিয়ন ছাৱস্ক্ৰাইবাৰৰ সৈতে এই কথা শ্বেয়াৰ কৰিছে তেওঁ৷ ৰাছিয়াৰ এইগৰাকী পাভেল ধ্ৰুৱে লিখিছে, ‘মোৰ এতিয়ালৈকে প্ৰায় ১০০ ৰো অধিক বায়লজিকেল সন্তান আছে৷’ নিজৰ DNA প্ৰকাশলৈ অনাৰ চিন্তাভাৱনা কৰিছে৷ যাতে তেওঁৰ সন্তানসকলে এজনে আনজনক চিনি পায়৷

পাভেল ধ্ৰুৱে বিয়া নকৰোৱাকৈ থাকিবলৈ বেছি পছন্দ কৰে৷ কিন্তু বিয়া নকৰোৱাকৈ কেনেকৈ ১০০ সন্তানৰ পিতৃ হ’ল পাভেল ধ্ৰুৱ? নিজেই এই প্ৰশ্ন তুলি উত্তৰো দিছে তেওঁ৷ তেওঁ বায়লজিকেল পিতৃ হোৱাৰ নেপথ্যত আছে কেইবাটাও কাহিনী৷ সেই সন্দৰ্ভত ধ্ৰুৱই কয়, ‘১৫বছৰ পূৰ্বে এক অদ্ভুত প্ৰস্তাৱ জন বন্ধুৱে দিছিল৷ ফাৰ্টিলিটিৰ সমস্যাৰ বাবে বন্ধু আৰু তেওঁৰ পত্নীয়ে সন্তান জন্ম দিব পৰা নাছিল৷ সেই সময়তেই এগৰাকী বন্ধুৱে মোক এখন ক্লিনিকলৈ গৈ শুক্ৰাণু দান কৰাৰ কথা কয়৷ যাতে বন্ধু আৰু তেওঁৰ পত্নীয়ে সন্তানৰ পিতৃ মাতৃ হ’ব পাৰে৷ প্ৰথমে কথাটো হাঁহিৰে উৰুৱাই দিছিলো কিন্তু বন্ধুক দেখি বুজিলো তেওঁ ধেমালীৰ মুডত নাই৷’

প্ৰথমবাৰ শুক্ৰাণু দান কৰিবলৈ গৈ ধ্ৰুৱ কেনে সমস্যাত পৰিছিল সেই কথাও জনাইছে৷ তেওঁ কয়, ‘উচ্চমানৰ শুক্ৰাণু খুব কমেই পোৱা যায়৷ দম্পত্তিক সন্তান সুখ দিবলৈ, নাম গোপনে ৰাখি শুক্ৰাণু দান কৰা উচিত৷ মই অতীতত দান কৰা শুক্ৰাণুৰ পৰা ২০২৪ চন পৰ্যন্ত ১২খন দেশৰ ১০০তকৈ বেছি দম্পত্তিক সন্তান দিছো৷ মই এতিয়া বহুদিন ধৰি শুক্ৰাণু দান কৰা নাই৷ কিন্তু এতিয়াও এখন IVF ক্লিনিকত মোৰ শুক্ৰাণু আছে৷’

টেলিগ্ৰামৰ CEOই লগতে কয়, ‘মোৰ DNA প্ৰকাশ্যে অনাৰ পৰিকল্পনা আছে মোৰ৷ যাতে মোৰ সন্তানসকলে পৰস্পৰে পৰস্পৰক চিনি পায়৷ নিজৰ দায়িত্ব পালন কৰি মই গৰ্বিত৷ বিশ্বজুৰি উচ্চমানৰ শুক্ৰাণুৰ সংখ্যা কমিছে৷ স্বাস্থ্যবান সকলো পুৰুষ এইক্ষেত্ৰত আগুৱাই অহাটো খুবেই দৰকাৰ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!
প্ৰযুক্তি

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

August 11, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ
বিশ্ব

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

August 11, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

August 11, 2026
Next Post
কাইলৈ দিনজুৰি থাকিব মহালক্ষ্মী যোগ, লক্ষ্মীদেৱীৰ কৃপাত জয়-জয়কাৰ হ’ব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ দিনজুৰি থাকিব মহালক্ষ্মী যোগ, লক্ষ্মীদেৱীৰ কৃপাত জয়-জয়কাৰ হ’ব এই ৫ৰাশিৰ জাতকৰ

২০২৫ চনৰ পৰা শনিৰ কুপদৃষ্টি এই ৩ৰাশিৰ ওপৰত পৰিব

২০২৫ চনৰ পৰা শনিৰ কুপদৃষ্টি এই ৩ৰাশিৰ ওপৰত পৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.