• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্জুন নে কৰ্ণ, বীৰত্বৰে কোন শীৰ্ষত? কুৰুক্ষেত্ৰ যুদ্ধৰ ১৭তম দিনত কি ঘটিছিল, জানিলে আচৰিত হ’ব আপুনি?

অৰ্জুন নে কৰ্ণ, বীৰত্বৰে কোন শীৰ্ষত? কুৰুক্ষেত্ৰ যুদ্ধৰ ১৭তম দিনত কি ঘটিছিল, জানিলে আচৰিত হ’ব আপুনি?

2 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

10 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

11 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

11 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

12 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

13 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

13 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

14 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

15 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

16 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

17 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

17 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৰ্জুন নে কৰ্ণ, বীৰত্বৰে কোন শীৰ্ষত? কুৰুক্ষেত্ৰ যুদ্ধৰ ১৭তম দিনত কি ঘটিছিল, জানিলে আচৰিত হ’ব আপুনি?

অৰ্জুন নে কৰ্ণ, বীৰত্বৰে কোন শীৰ্ষত? কুৰুক্ষেত্ৰ যুদ্ধৰ ১৭তম দিনত কি ঘটিছিল, জানিলে আচৰিত হ’ব আপুনি?

editor by editor
August 29, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অৰ্জুন নে কৰ্ণ, বীৰত্বৰে কোন শীৰ্ষত? কুৰুক্ষেত্ৰ যুদ্ধৰ ১৭তম দিনত কি ঘটিছিল, জানিলে আচৰিত হ’ব আপুনি?
0
SHARES
680
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাভাৰতৰ অন্যতম শ্ৰেষ্ঠ বীৰ আছিল অৰ্জুন৷ তেওঁৰ ধনুৰ নাম আছিল গাণ্ডীৱ৷ এই ধনুৰ সহায়ত একেলগে বহু যোদ্ধাক তেওঁ পৰাজিত কৰিব পাৰিছিল৷ মহাভাৰতৰ অন্যতম উল্লেখযোগ্য পৰ্ব হৈছে অৰ্জুন আৰু কৰ্ণৰ দ্বৈৰথ৷ সূৰ্য পুত্ৰ কৰ্ণও আছিল মহাভাৰতৰ অন্যতম শ্ৰেষ্ঠতম বীৰ৷ কৰ্ণৰ ধনুৰ নাম আছিল বিজয়৷ অৰ্জুন নে কৰ্ণ বীৰত্বৰে কোন শ্ৰেষ্ঠ সেই প্ৰশ্ন বাৰে বাৰে উত্থাপিত হৈ আহিছে৷ যুদ্ধক্ষেত্ৰত নিৰস্ত্ৰ অৱস্থাত কৰ্ণক বধ কৰি কলংকৰ দাগ লাগিছিল অৰ্জুনৰ গাত৷ অৰ্জুনৰ গাণ্ডীৱ আৰু কৰ্ণৰ বিজয়ৰ মাজত কোনখন ধনু বেছি শক্তিশালী? কুৰুক্ষেত্ৰৰ যুদ্ধৰ ১৭তম দিনত এনে কি ঘটনা ঘটিছিল?

কাৰ পৰা গাণ্ডীৱ পাইছিল অৰ্জুন?

অৰ্জুনৰ গাণ্ডীৱক লৈ নানান গল্প আছে৷ ইয়াৰ মাজত এক কাহিনী অনুসৰি খাণ্ডৱপ্ৰস্থৰ জংঘলত এই ধনু পৰি থকা দেখিছিল পাণ্ডৱে৷ অৰ্জুনক বাদ দি এই ধনু কোনোৱে দাঙিব নোৱাৰিলে৷ অৰ্জুনে যেতিয়া এই গাণ্ডীৱ হাতত তুলি লৈছিল তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, ‘এই ধনু তুমি অবিহনে কোনোৱে দাঙিব নোৱাৰে৷ আৰু তুমিয়েই ইয়াৰ মালিক৷’ গাণ্ডীৱৰ ওপৰিও অৰ্জুনৰ এখন তুনীৰো আছিল যাৰ তীৰ কেতিয়াও শেষ নহয়৷

কাৰ পৰা বিজয় পাইছিল কৰ্ণই?

কৰ্ণৰ ধনু বিজয়ো আছিল অত্যন্ত শক্তিশালী৷ স্বয়ং বিশ্বকৰ্মাই এই ধনু নিৰ্মাণ কৰিছিল৷ মহাদেৱক প্ৰসন্ন কৰি এই ধনু লাভ কৰিছিল কৰ্ণই৷ এই বিজয় হাতত থাকিলে কোনোৱে কৰ্ণক হত্যা কৰিব নোৱাৰে৷

গাণ্ডীৱৰ বিশেষত্ব কি?

অৰ্জুনৰ গাণ্ডীৱৰ ইমানেই জোৰ আছিল যে সমগ্ৰ যুদ্ধক্ষেত্ৰত গাণ্ডীবলৈ সকলোৰে ভয় আছিল৷ অৰ্জুনৰ তুনীৰত এনে কিছু তীৰ আছিল যি তীৰে লক্ষ্যভেদ কৰি আকৌ উভতি আহি তুনীৰত সোমাই থাকে৷ এটা তীৰ এৰিলে এটাৰ পৰাই বহু তীৰ উৎপন্ন হয়৷ অৰ্জুন পুষ্পাস্ত্ৰ, নাৰায়ণাস্ত্ৰ আৰু ব্ৰহ্মাস্ত্ৰ এৰিব পাৰিছিল এই গাণ্ডীৱে৷

বিজয়ৰ বিশেষত্ব

এই ধনুৰ বিজয় আছিল বাবেই কৰ্ণক বিজয়ধাৰী বুলিও কোৱা হয়৷ বিজয়ৰ পৰা এৰা তীৰ কোনো ৰথ বা অন্য বস্তুত লাগিলে সেয়া ধ্বংস কৰি পেলায়৷ বিজয় ইমানেই শক্তিশালী যে এই ধনুৰ হাতত ধৰিলে তাৰ চৌপাশে এটা বলয় তৈয়াৰ হয় সেই বলয় ভেদ কৰা কোনো অস্ত্ৰৰ পক্ষে সম্ভৱ নহয়৷

কাৰ ধনু শ্ৰেষ্ঠ?

শ্ৰীকৃষ্ণই কৈছিল যে বিজয় থাকিলে কৰ্ণক বধ কৰা সম্ভৱ নহয়৷ কিন্তু কৰ্ণই যেতিয়া অৰ্জুনক লক্ষ্য কৰি তীৰ এৰিছিল তেতিয়া অৰ্জুনৰ ৰথ কেইবাহাত পিছুৱাই গৈছিল৷ অৰ্জুনে তেতিয়া কৈছিলস ‘কৰ্ণই এৰা তীৰৰ আঘাতত আমাৰ ৰথ কেইবাহাত পিছুৱাই গ’ল৷ অৱশ্যে আমাৰ কোনো ক্ষতি হোৱা নাই৷’ কৃষ্ণই তেতিয়া কৈছিল, ‘অৰ্জুন তোমাৰ ৰথৰ সাৰথি মই, ৰথৰ শীৰ্ষত বহি আছে হনুমান৷ সেয়ে কৰ্ণৰ তীৰৰ আঘাতত কেৱল তোমাৰ পথ পিছুৱাই গৈছে৷ তুমি বুজিব পাৰিছা, কৰ্ণৰ ধনু বিজয়ৰ কিমান ক্ষমতা?’ কুৰুক্ষেত্ৰৰ যুদ্ধৰ ১৭ তম দিনত এই ঘটনা ঘটিছিল৷ ইয়াৰপাছতেই কৰ্ণৰ ৰথৰ চকা মাটিত বহি যায় আৰু বিজয় এৰি ৰথৰ পৰা নামি চকা তোলাৰ চেষ্টা কৰে কৰ্ণই৷ সেই সুযোগতেই নিৰস্ত্ৰ কৰ্ণক তীৰেৰে বধ কৰে অৰ্জুনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
আধাৰ কাৰ্ডত এই খেলিমেলি নকৰিব, কৰিলেই ১০ হাজাৰৰ জৰিমনা আৰু ৩ বছৰৰ কাৰাদণ্ড

আধাৰ কাৰ্ডত এই খেলিমেলি নকৰিব, কৰিলেই ১০ হাজাৰৰ জৰিমনা আৰু ৩ বছৰৰ কাৰাদণ্ড

মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.