• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুঢ়া হৈ আহিছে বিয়েৰ গ্ৰীলছ, নতুন ৰূপ দেখি অনুৰাগী আচৰিত, ভাইৰেল হৈ পৰিছে ভিডিঅ’

বুঢ়া হৈ আহিছে বিয়েৰ গ্ৰীলছ, নতুন ৰূপ দেখি অনুৰাগী আচৰিত, ভাইৰেল হৈ পৰিছে ভিডিঅ’

2 years ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

6 minutes ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

1 hour ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

3 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

17 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

18 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

18 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

19 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

19 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

20 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

21 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বুঢ়া হৈ আহিছে বিয়েৰ গ্ৰীলছ, নতুন ৰূপ দেখি অনুৰাগী আচৰিত, ভাইৰেল হৈ পৰিছে ভিডিঅ’

editor by editor
August 30, 2024
in বিনোদন, বিবিধ, বিশ্ব
0
বুঢ়া হৈ আহিছে বিয়েৰ গ্ৰীলছ, নতুন ৰূপ দেখি অনুৰাগী আচৰিত, ভাইৰেল হৈ পৰিছে ভিডিঅ’
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুঢ়া হৈ আহিছে বিয়েৰ গ্ৰীলছ, নতুন ৰূপ দেখি অনুৰাগী আচৰিত, ভাইৰেল হৈ পৰিছে ভিডিঅ’

Man vs Wild শ্ব’ৰ বাবে বিশ্বজুৰি খ্যাতি লাভ কৰা বিয়েৰ গ্ৰীলছ (Bear Grylls) শেহতীয়াকৈ তেওঁৰ এটা নতুন ভিডিঅ’ৰ বাবে লাইমলাইটলৈ আহিছে। এই ভিডিঅ’টোত তেওঁৰ বয়স আৰু মুখৰ বলিৰেখা দেখি তেওঁৰ অনুৰাগীসকল অলপ চিন্তিত হৈ পৰিছে। বিপদজনক স্থানত দুঃসাহসিক অভিযানৰ বাবে সদায় পৰিচিত বিয়াৰ গ্ৰীলছৰ বয়স এতিয়া ৫০ বছৰ।

২০০৬ চনৰ পৰা আৰম্ভ হোৱা তেওঁৰ এই অনুষ্ঠানটোৱে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। এভাৰেষ্ট আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ ক্ৰছ বগাই যোৱাৰ দৰে সাফল্যকে ধৰি বিয়েৰৰ জীৱন দুঃসাহসিক কৰ্মেৰে ভৰি আছিল।

বিপজ্জনক ষ্টাণ্ট আৰু দুঃসাহসিক কাৰ্য্যকলাপৰ বাবে এতিয়াও বিখ্যাত বিয়েৰ গ্ৰীলছৰ বয়স এতিয়া ৫০ বছৰ। ২০০৬ চনত আৰম্ভ হোৱা তেওঁৰ শ্ব’ মেন বনাম ৱাইল্ড আৰু তেতিয়াৰ পৰাই তেওঁ মানুহৰ প্ৰিয় হৈয়েই আছে। এই শ্ব’টোত তেওঁলোকে পাহাৰ বগাই ঘন অৰণ্যৰ মাজেৰে ভ্ৰমণ কৰে আৰু বিপজ্জনক জীৱৰ সন্মুখীন হয়, যিয়ে দৰ্শকক এক ৰোমাঞ্চকৰ অভিজ্ঞতা প্ৰদান কৰে।

১৯৭৪ চনৰ ৭ জুনত লণ্ডনত জন্মগ্ৰহণ কৰা বিয়েৰ গ্ৰীলছৰ প্ৰকৃত নাম এডৱাৰ্ড মাইকেল গ্ৰীলছ। ব্ৰিটিছ সেনাবাহিনীৰো সদস্য আছিল বিয়েৰ। শৈশৱৰ পৰাই দুঃসাহসিক কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ আহিছিল বিয়েৰ গ্ৰীলছ।

১৯৯৮ চনত মাথো ২৩ বছৰ বয়সতে বিয়েৰে এভাৰেষ্ট আৰোহণ কৰিছিল, যাৰ পাছৰে পৰা দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল বিয়েৰ। ২০০৩ চনত বায়েৰে উত্তৰ আটলাণ্টিক মহাসাগৰ পাৰ হৈ নিজৰ সাহসেৰে সকলোকে আচৰিত কৰি তুলিছিল। তেনেই এক দুঃসাহসিক কাৰ্যৰ সময়ত পেৰাচুট গ্লাইডিঙৰ সময়ত মেৰুদণ্ড ভাঙি গৈছিল যদিও বহু কষ্ট কৰি তেওঁ সুস্থ হৈ পুনৰ আন আন দুঃসাহসিক কাৰ্যত নামি পৰিছিল বিয়েৰ।

গ্ৰীলছৰ জীৱনটো সাহস আৰু কঠোৰ পৰিশ্ৰমৰ নিদৰ্শন। বয়স বাঢ়ি যোৱাৰ পিছতো তেওঁৰ শক্তি আৰু সাহস তেওঁৰ অনুৰাগীৰ হৃদয়ত সদায় সতেজ হৈ থাকিব। বিয়েৰৰ কাহিনীয়ে সকলোকে শিকাই যে বয়স মাথোঁ এটা সংখ্যা আৰু প্ৰকৃত সাহস কেতিয়াও কমি নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bear Grillsman vs wildViral ShowWild television showWorld Famous Show
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!
নিয়োগ

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

September 9, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
Next Post
অৱশেষত পাষণ্ড পিতৃক ন্যায়ালয়ৰ ফাঁ/ ৰ শাস্তি, পত্নীৰ সমুখত নিজেই স্বীকাৰ কৰিছিল কন্যাৰ লগত কৰা সমস্ত ঘটনা

অৱশেষত পাষণ্ড পিতৃক ন্যায়ালয়ৰ ফাঁ/ ৰ শাস্তি, পত্নীৰ সমুখত নিজেই স্বীকাৰ কৰিছিল কন্যাৰ লগত কৰা সমস্ত ঘটনা

মণিপুৰী ভাষা এতিয়া অসমৰ ৪ খন জিলাত সহযোগী চৰকাৰী ভাষা হোৱাৰ দিশে, অপেক্ষা কেৱল ৰাজ্যপালৰ স্বাক্ষৰলৈ

মণিপুৰী ভাষা এতিয়া অসমৰ ৪ খন জিলাত সহযোগী চৰকাৰী ভাষা হোৱাৰ দিশে, অপেক্ষা কেৱল ৰাজ্যপালৰ স্বাক্ষৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.