• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুমিক বহু উপহাৰ দিয়া পাতি লোৱা ভাতৃ বিশালৰ কিমান সম্পত্তি, প্ৰকাশ পালে তালিকা

চুমিক বহু উপহাৰ দিয়া পাতি লোৱা ভাতৃ বিশালৰ কিমান সম্পত্তি, প্ৰকাশ পালে তালিকা

2 years ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

27 minutes ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

1 hour ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

2 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

3 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

4 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

7 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

18 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

19 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

20 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চুমিক বহু উপহাৰ দিয়া পাতি লোৱা ভাতৃ বিশালৰ কিমান সম্পত্তি, প্ৰকাশ পালে তালিকা

editor by editor
September 5, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
চুমিক বহু উপহাৰ দিয়া পাতি লোৱা ভাতৃ বিশালৰ কিমান সম্পত্তি, প্ৰকাশ পালে তালিকা
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চুমিক বহু উপহাৰ দিয়া পাতি লোৱা ভাতৃ বিশালৰ কিমান সম্পত্তি, প্ৰকাশ পালে তালিকা

ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২ হাজাৰ বৰ্গফুটৰ কাৰ্যালয়। কাৰ্যালয়ৰ ইণ্টেৰিঅ’ৰ ডিজাইনৰ বাবদ ব্যয় কৰিছিল ৮৫ লাখ টকা। এই ৮৫ লাখ টকাৰ ৫০% টকা দিছিল নগদ।

ডিব্ৰুগড়ৰ পূৰ্বাঞ্চলী এপাৰ্টমেণ্টত ৬৩.২৫ লাখ টকাৰে ফ্লেট কৰিছিল ক্ৰয় বিশালে। ফ্লেট ক্ৰয়ৰ বাবে বিল্ডাৰক দিছিল নগদ ৪৪ লাখ টকা আগধন।

ডিব্ৰুগড়ৰ লীলা গগৈ পথতো ফ্লেট ক্ৰয় কৰিছিল বিশালে, সেই ফ্লেটৰ ৪৪ লাখ টকা নগদ আৰু ১৮ লাখ চেক প্ৰদান কৰিছিল।

গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত ১.৫ কোটি টকীয়া ফ্লেট।

গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটি টকীয়া ফ্লেট।

বিশালে মাতৃক উপহাৰ দিছিল এম জি হেক্টৰৰ ৩৩ লাখ টকীয়া বাহন।

ভায়েককো দিছিল KIA মটৰ্ছৰ পৰা ক্ৰয় কৰি ২৩.৭০ লাখ টকীয়া KIA SELTOS বাহন।

কেৱল ইমানেই নহয়, চুমিৰ নামতো বহু কৰি দিছিল পাতি লোৱা ভাতৃ বিশালে।
ডিব্ৰুগড়ত চুমি বৰাৰ ডান্স একাডেমীৰ বাবে বিশালে খৰছ কৰিছিল ৩৩ লাখ টকা। ৫ লাখ টকা দিছিল মাটিৰ মালিককো।

কেৱল ডিজাইনিঙৰ নামতে ৩৩লাখ টকা , ডান্স একাডেমীত লগোৱা ছিগমা টাইলছৰ বাবদ দিছিল ১০ লাখ টকা। ডান্স একাডেমীৰ ছাউণ্ড প্ৰুফৰ নামত ১৫ লাখ টকা ব্যয়।

চুমিক বিশালে উপহাৰ দিছিল ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি, ডেৰ কোটি টকাৰ হীৰাৰ অলংকাৰ, আছে অন্যান্য লাখ লাখ টকাৰ আ-অলংকাৰ, সাজপাৰ। জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ।

চুমিৰ ব্যক্তিগত জীম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহেকত দিছিল ৫০ হাজাৰকৈ টকা।

চুমিৰ বিয়াত ৩ কোটি খৰচ কৰাৰ লগতে বিয়াৰ যাত্ৰীক বিমানত অনা নিয়াৰ বাবে ৩৩ লাখ খৰচ কৰাৰ উপৰিও বিয়াৰ পাছতে ডুবাইৰ ট্ৰিপ।

ডুবাইত প্ৰতি নিশা ১৯ লাখ টকীয়া খৰছ হোৱা হোটেলত কটাইছিল ৩ নিশা। ভাতৃ বিশাল, চুমি আৰু লগত আছিল পৰিচালক তথা ফেশ্বন ডিজাইনাৰ আদিত্যম শইকীয়া।। তিনিদিনৰ বাবেদ খৰচ হৈছিল ৫৭ লাখ টকা। ইয়াৰ উপৰিও আছিল ডেৰ কোটি টকা বজাৰ।

চুমিৰ স্বামীৰ তৰ্কিককো উপহাৰ দিছিল ৪৫ লাখ টকীয়া মূল্যৰ টয়োটা ফৰ্চুনাৰ।

মেডিচিন কোম্পানীয়ো প্ৰতিষ্ঠা কৰিছিল বিশালে। ইয়াৰ বাবদ ১০ বিঘা মাটি ক্ৰয়ৰ বাবে মাটিৰ মালিকক ২৫ লাখ আগ্ৰিম ধন প্ৰদান কৰিছিল।

বাণীপুৰত চুমি বৰা আৰু ৰাজীৱ বৰাৰ সৈতে ক্ৰয় কৰিছিল ৫ বিঘা ভূমি। এই ভূমিৰ মূল্য আছিল ৮৭ লাখ টকা।

মুম্বাইৰ ঔষধ কোম্পানীতো বিনিয়োগ কৰিছে ৫০ লাখ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam Trading CaseguwahatiSumi BoraTrading CaseVishal Phukan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!
ভাৰত

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

June 17, 2026
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী
অসম

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

June 17, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
Next Post
বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ কেতিয়া, ভাৰতৰ পৰা দৃশ্যমান হ’বনে ! কি ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব

বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ কেতিয়া, ভাৰতৰ পৰা দৃশ্যমান হ'বনে ! কি ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব

৭০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰি ৪ জোৱানৰ কৰুণ মৃত্যু

৭০০ মিটাৰ দ' খাৱৈত বাগৰি পৰি ৪ জোৱানৰ কৰুণ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.