• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ কেতিয়া, ভাৰতৰ পৰা দৃশ্যমান হ’বনে ! কি ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব

বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ কেতিয়া, ভাৰতৰ পৰা দৃশ্যমান হ’বনে ! কি ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব

2 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

5 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

5 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

6 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

6 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

6 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

7 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

8 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

9 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

10 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

10 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

11 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ কেতিয়া, ভাৰতৰ পৰা দৃশ্যমান হ’বনে ! কি ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব

editor by editor
September 5, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ কেতিয়া, ভাৰতৰ পৰা দৃশ্যমান হ’বনে ! কি ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ কেতিয়া, ভাৰতৰ পৰা দৃশ্যমান হ’বনে ! কি ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব

চন্দ্ৰগ্ৰহণৰ গুৰুত্ব কেৱল বিজ্ঞানতে নহয় জ্যোতিষতো যথেষ্ট আছে। হিন্দু পঞ্জিকা অনুসৰি ২০২৪ চনত দুটাকৈ চন্দ্ৰগ্ৰহণ হোৱাৰ দিশে। ২৫ মাৰ্চ অৰ্থাৎ হোলীৰ দিনটোত প্ৰথমটো চন্দ্ৰগ্ৰহণ হৈছিল। বছৰৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ ছেপ্টেম্বৰ মাহত হ’বলৈ গৈ আছে। জ্যোতিষ শাস্ত্ৰৰ মতে বছৰৰ এই শেষৰটো চন্দ্ৰগ্ৰহণ অতি বিশেষ হ’ব পাৰে।

পাছে বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ কেতিয়া হব জানেনে? কি ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব!

চন্দ্ৰগ্ৰহণ সদায় পূৰ্ণিমাৰ দিনত হয়। এইবাৰ ভাদ মাহৰ পূৰ্ণিমাৰ তাৰিখ অৰ্থাৎ ১৮ ছেপ্টেম্বৰত বছৰৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ হ’বলৈ গৈ আছে। এই চন্দ্ৰগ্ৰহণ ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰৰ পুৱা ৬:১১ বজাৰ পৰা আৰম্ভ হৈছে, যিটো পুৱা ১০:১৭ বজাত শেষ হ’ব। এই চন্দ্ৰগ্ৰহণৰ মুঠ সময় হ’ব ৪ ঘন্টা ৬ মিনিট।

ভাদ মাহৰ পূৰ্ণিমাৰ তাৰিখৰ চন্দ্ৰগ্ৰহণ ৰাতিপুৱা অৰ্থাৎ দিনতে হ’বলৈ গৈ আছে। যাৰ বাবে ভাৰতত এই বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহন দেখা নাযাব।

হিন্দু ধৰ্মৰ বিশ্বাস অনুযায়ী সূৰ্যগ্ৰহণৰ আগৰ, সূৰ্যগ্ৰহণৰ সময়ত আৰু তাৰ পিছৰ সময়ছোৱা অতিশয় অশুভ বুলি গণ্য কৰা হয়। ইয়াক সুতক যুগ বুলি কোৱা হয়। জ্যোতিষৰ মতে চন্দ্ৰগ্ৰহণৰ সুতক সময় সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় ৯ ঘণ্টা আগতেই আৰম্ভ হয়। চকুৰে দেখা নাপালে সেই গ্ৰহণৰ সূতককাল নাথাকে।

ৰাশিৰ ওপৰত কি প্ৰভাৱ পেলাৱ এই চন্দ্ৰ গ্ৰহণে- চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰ মেষ ৰাশিত থাকিব, যিটো সূৰ্য্যৰ উচ্চ ৰাশি আৰু মংগল গ্ৰহৰ মালিকানাধীন। সুতক কাল নহয় যদিও এই চন্দ্ৰগ্ৰহণে কম বেছি পৰিমাণে সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব।

কিছুমান লোকে কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, আনহাতে কিছুমান মানুহৰ বাবে সেয়া শুভ বুলি প্ৰমাণিত হ’ব পাৰে। এই চন্দ্ৰগ্ৰহণ মেষ, মিথুন ৰাশি, কৰ্কট, কন্যা, বৃশ্চিক, কুম্ভ আৰু মীন ৰাশিৰ লোকৰ বাবে ঋণাত্মক বুলি প্ৰমাণিত হ’ব পাৰে যদিও বৃষ, সিংহ, ধনু আৰু মকৰ ৰাশিৰ লোকৰ বাবে ই ধনাত্মক প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Idian TimeLunar Eclipsemoon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
Next Post
৭০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰি ৪ জোৱানৰ কৰুণ মৃত্যু

৭০০ মিটাৰ দ' খাৱৈত বাগৰি পৰি ৪ জোৱানৰ কৰুণ মৃত্যু

২৩-২৪ বৰ্ষৰ সৰ্বাধিক কৰ দিওতা কোন, শীৰ্ষ ১০ তালিকাত কাৰ কাৰ নাম…

২৩-২৪ বৰ্ষৰ সৰ্বাধিক কৰ দিওতা কোন, শীৰ্ষ ১০ তালিকাত কাৰ কাৰ নাম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.