• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ললিতা সপ্তমীত দুৰ্দান্ত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বেই ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈ ললিতা সপ্তমীত দুৰ্দান্ত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বেই ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

2 years ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

13 minutes ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

42 minutes ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

1 hour ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

2 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

3 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

4 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

5 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

6 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

6 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

7 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

9 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ ললিতা সপ্তমীত দুৰ্দান্ত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বেই ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈ ললিতা সপ্তমীত দুৰ্দান্ত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বেই ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

editor by editor
September 9, 2024
in জীৱনশৈলী
0
কাইলৈ ললিতা সপ্তমীত দুৰ্দান্ত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বেই ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ
0
SHARES
617
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১০ ছেপ্টেম্বৰত ২০২৪ মঙলবাৰে দিনে নিশাই বৃশ্চিক ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ মাহৰ শুক্লপক্ষৰ সপ্তমী তিথি৷ কাইলৈ দিনটো ললিতা সপ্তমী হিচাপে পঞ্জিকাত উল্লেখিত৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব প্ৰীতি যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব নিশা ৮ বাজি ৪ মিনিট পৰ্যন্ত অনুৰাধা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ ১০ ছেপ্টেম্বৰত প্ৰীতি যোগৰ প্ৰভাৱত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ বজৰংবলীৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব বিচাৰিলে কাইলৈ দিনটো আপোনাৰ বাবে বিশেষ শুভ৷ দাম্পত্য জীৱনত কাইলৈ প্ৰেমৰ সুখ থাকিব৷ প্ৰয়োজনত জীৱনসংগীক কাষত পাব মেষৰ জাতকে৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷

কন্যা ৰাশি

কাইলৈ ললিতা সপ্তমীৰ শুভ প্ৰভাৱ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ সকলো ধৰণৰ আনন্দ আপুনি লাভ কৰিব৷ ঘৰ বা বাহন ক্ৰয়ৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ পেছাগত জীৱনত কিছু পজিটিভ প্ৰভাৱ লক্ষ্য কৰিব৷ কাইলৈ আপুনি যিমান পৰিশ্ৰম কৰিব, তাৰ সম্পূৰ্ণ ফল লাভ কৰিব৷ কাইলৈ কোনো ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

ধনু ৰাশি

প্ৰীতি যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব পাৰে ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি বহুপৰিমানে উন্নত হ’ব৷ কাইলৈ সকলো কামতেই প্ৰচুৰ সাফল্য পাব আপুনি৷ পৰিয়ালৰ সৈতে কাইলৈ আনন্দৰ সময় কটাব পাৰিব৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ থাকিব৷ নতুন চাকৰি বিচাৰি থকাসকলে কোনো সুখবৰ পাব পাৰে৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভালে থাকিব আপোনাৰ৷

মকৰ ৰাশি

কাইলৈ অনুৰাধা নক্ষত্ৰত হনুমানৰ আশীৰ্বাদ বৰ্ষিত হ’ব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহী হৈ উঠিব আপুনি৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ কাইলৈ মকৰৰ জাতকৰ ব্যৱহাৰত উগ্ৰতা  দেখা পাব পাৰে৷ আপোনাৰ আচৰণ কাইলৈ নৰম কৰক৷ কাইলৈ কৰ্মক্ষেত্ৰ লাভৱান হ’ব পাৰে আপুনি৷ আৰ্থিকভাৱে লাভ হ’ব আপোনাৰ৷

কুম্ভ ৰাশি

প্ৰীতি যোগৰ শুভ প্ৰভাৱ বৰ্তি থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত বহুতৰে সৈতে মিলামিছা হ’ব আপোনাৰ৷ সকলোৰে সৈতে ভাল সম্পৰ্ক বৰ্তি থাকিব৷ নিজৰ সকলো অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ মানসিক চাপৰ পৰা কালি মুক্তি পাব৷ নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব আপুনি৷ কাইলৈ হঠাৎ আপোনাৰ হাতলৈ ধন আহিব পাৰিব৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?
জীৱনশৈলী

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

October 24, 2026
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

October 24, 2026
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক
জীৱনশৈলী

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

October 24, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

October 24, 2026
Next Post
মহাভাৰতৰ দুৰ্যোধনৰ নামত আজিও জমা দিয়া হয় কৰ, জানক দেশৰ একমাত্ৰ দুৰ্যোধন মন্দিৰৰ কথা

মহাভাৰতৰ দুৰ্যোধনৰ নামত আজিও জমা দিয়া হয় কৰ, জানক দেশৰ একমাত্ৰ দুৰ্যোধন মন্দিৰৰ কথা

এইবাৰ পূজাত কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?

এইবাৰ পূজাত কি ৰঙৰ পোছাক পিন্ধিলে মা দুৰ্গাৰ আশীৰ্বাদ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.