• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত

অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত

2 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

37 minutes ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

52 minutes ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

1 hour ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

2 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

2 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

4 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

5 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

5 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

6 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

6 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত

editor by editor
September 12, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২ ধণ্টা ধৰি  অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত ৰাখিলে প্ৰতিবাদকাৰীয়ে।

কলকাতা ধৰ্ষণ-হত্যাৰ গোচৰত আন্দোলন কৰা কনিষ্ঠ চিকিৎসক আৰু মমতা বেনাৰ্জীৰ চৰকাৰৰ মাজত তৎপৰতা। ন্যায় বিচাৰি ধৰ্মঘট আৰু প্ৰতিবাদ সাব্যস্ত ৰাখিছে কনিষ্ঠ চিকিৎসকে। যাৰ ফলত বহু ৰোগী সংকটত পৰিছে।

যাৰ বাবে এই ধৰ্মঘটৰ অন্ত পেলাবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। সেই উদ্দেশ্যে ৰাজ্যৰ মুখ্য সচিব মনোজ মন্তই ১২ ছেপ্টেম্বৰ বৃহস্পতিবাৰে আন্দোলনকাৰী কনিষ্ঠ চিকিৎসকসকলক মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল।

আলোচনাৰ বাবে কনিষ্ঠ চিকিৎসকৰ ৩০ জনীয়া প্ৰতিনিধি দল মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে উপস্থিত হয়। কিন্তু প্ৰতিবাদৰ মাজেত প্ৰতিবাদকাৰী চিকিৎসকে এই আলোচনা সন্দৰ্ভত এক চৰ্ত ৰাখে চৰকাৰৰ সমুখত। আলোচনাৰ লাইভ টেলিকাষ্টৰ দাবী জনায় প্ৰতিবাদকাৰী দলে।

পাছে এই দাবী পোনচাটেই নাকচ কৰে ৰাজ্য প্ৰশাসনে। প্ৰতিবাদকাৰীৰ দাবী কোনো পধ্যেই মানি নলয় চৰকাৰে। ইয়াৰ বাবে দুয়োপক্ষৰ মাজত আলোচনা সন্দৰ্ভত অচলাৱস্থা সৃষ্টি হয়। দাবী মানি নোলোৱাত কোনো প্ৰতিবাদকাৰী নাহে আলোচনাৰ মাজলৈ। অৱশেষত ২ ঘণ্টা ধৰি আলোচনাৰ বাবে অপেক্ষা কৰি বিফল হয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kolkata rape and murder caseMamata Benarjeerape and murder casewest bengalWest Bengal Cm
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
Next Post
‘জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু’, পদত্যাগৰ বাবে সাজু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

'জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু', পদত্যাগৰ বাবে সাজু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

আপোনাৰ ৰাশি অনুসৰি সেৱন কৰক এই খাদ্য, সলনি হ’ব ভাগ্য, জীৱনলৈ আহিব কেৱল লাভ

আপোনাৰ ৰাশি অনুসৰি সেৱন কৰক এই খাদ্য, সলনি হ'ব ভাগ্য, জীৱনলৈ আহিব কেৱল লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.