• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত

অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত

2 years ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

9 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

9 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

9 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

10 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

11 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

12 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

12 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

13 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

14 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

16 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

16 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত

editor by editor
September 12, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২ ধণ্টা ধৰি  অকলে বহি থাকিল মমতা বেনাৰ্জী, আলোচনাৰ মাজলৈ নাহিল চিকিৎসক, ধৰ্মঘটৰ মাজতে চৰ্ত ৰাখিলে প্ৰতিবাদকাৰীয়ে।

কলকাতা ধৰ্ষণ-হত্যাৰ গোচৰত আন্দোলন কৰা কনিষ্ঠ চিকিৎসক আৰু মমতা বেনাৰ্জীৰ চৰকাৰৰ মাজত তৎপৰতা। ন্যায় বিচাৰি ধৰ্মঘট আৰু প্ৰতিবাদ সাব্যস্ত ৰাখিছে কনিষ্ঠ চিকিৎসকে। যাৰ ফলত বহু ৰোগী সংকটত পৰিছে।

যাৰ বাবে এই ধৰ্মঘটৰ অন্ত পেলাবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। সেই উদ্দেশ্যে ৰাজ্যৰ মুখ্য সচিব মনোজ মন্তই ১২ ছেপ্টেম্বৰ বৃহস্পতিবাৰে আন্দোলনকাৰী কনিষ্ঠ চিকিৎসকসকলক মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল।

আলোচনাৰ বাবে কনিষ্ঠ চিকিৎসকৰ ৩০ জনীয়া প্ৰতিনিধি দল মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে উপস্থিত হয়। কিন্তু প্ৰতিবাদৰ মাজেত প্ৰতিবাদকাৰী চিকিৎসকে এই আলোচনা সন্দৰ্ভত এক চৰ্ত ৰাখে চৰকাৰৰ সমুখত। আলোচনাৰ লাইভ টেলিকাষ্টৰ দাবী জনায় প্ৰতিবাদকাৰী দলে।

পাছে এই দাবী পোনচাটেই নাকচ কৰে ৰাজ্য প্ৰশাসনে। প্ৰতিবাদকাৰীৰ দাবী কোনো পধ্যেই মানি নলয় চৰকাৰে। ইয়াৰ বাবে দুয়োপক্ষৰ মাজত আলোচনা সন্দৰ্ভত অচলাৱস্থা সৃষ্টি হয়। দাবী মানি নোলোৱাত কোনো প্ৰতিবাদকাৰী নাহে আলোচনাৰ মাজলৈ। অৱশেষত ২ ঘণ্টা ধৰি আলোচনাৰ বাবে অপেক্ষা কৰি বিফল হয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kolkata rape and murder caseMamata Benarjeerape and murder casewest bengalWest Bengal Cm
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!
জীৱনশৈলী

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

October 19, 2026
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা
বাণিজ্য

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

October 19, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

October 19, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

October 19, 2026
Next Post
‘জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু’, পদত্যাগৰ বাবে সাজু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

'জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু', পদত্যাগৰ বাবে সাজু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

আপোনাৰ ৰাশি অনুসৰি সেৱন কৰক এই খাদ্য, সলনি হ’ব ভাগ্য, জীৱনলৈ আহিব কেৱল লাভ

আপোনাৰ ৰাশি অনুসৰি সেৱন কৰক এই খাদ্য, সলনি হ'ব ভাগ্য, জীৱনলৈ আহিব কেৱল লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.