• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু’, পদত্যাগৰ বাবে সাজু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

2 years ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

18 minutes ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

31 minutes ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

40 minutes ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

2 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

3 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

4 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

15 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

16 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু’, পদত্যাগৰ বাবে সাজু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

editor by editor
September 12, 2024
in ভাৰত, ৰাজনীতি
0
‘জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু’, পদত্যাগৰ বাবে সাজু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু’, পদত্যাগৰ বাবে সাজু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে কয় যে ৰাইজৰ স্বাৰ্থত পদত্যাগ কৰিবলৈ সাজু। মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে লগতে ইয়াকো কয় যে, আৰ জি কাৰ হাস্পতালৰ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা চিকিৎসকগৰাকীয়েও ন্যায়ও বিচাৰি আছে৷

বংগৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰি মুখ্যমন্ত্রী মমতাই লগতে কয় যে, “আজি আৰ জি কাৰৰ অচলাৱস্থাৰ অন্ত পৰিব বুলি যিয়েই আশা কৰিছিল, মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো৷”

উল্লেখ্য যে, আজি প্ৰতিবাদকাৰী চিকিৎসক আৰু মুখ্যমন্ত্ৰীৰ মাজত আলোচনাৰ কথা আছিল, কিন্তু সেই আলোচনা সন্দৰ্ভত প্ৰতিবাদকাৰী সকলে এক চৰ্ত ৰাখে। আলোচনাৰ সকলো দৃশ্য লাইভ টেলিকাষ্ট হব লাগিব।

পাছে চৰকাৰে সেই চৰ্ত মানি নলয়, যাৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ মাজলৈ নাহে কোনো প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীলৈ অপেক্ষা কৰি ২ ঘণ্টা ধৰি আলোচনা কক্ষত অকলেই বহি থাকিবলগা হয় মমতা বেমাৰ্জী। অৱশেষত কোনো নহাত ‘জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু’ বুলি সদৰি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mamata BenarjeeresignWest Bengal CM. CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত
জীৱনশৈলী

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

May 7, 2026
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?
জীৱনশৈলী

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

May 7, 2026
Next Post
আপোনাৰ ৰাশি অনুসৰি সেৱন কৰক এই খাদ্য, সলনি হ’ব ভাগ্য, জীৱনলৈ আহিব কেৱল লাভ

আপোনাৰ ৰাশি অনুসৰি সেৱন কৰক এই খাদ্য, সলনি হ'ব ভাগ্য, জীৱনলৈ আহিব কেৱল লাভ

সাৱধান, নকল নহৰুৰ পয়োভৰ, সীমান্তত ১৬ হাজাৰ কেজি চীনৰ নকল নহৰু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন