• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান, নকল নহৰুৰ পয়োভৰ, সীমান্তত ১৬ হাজাৰ কেজি চীনৰ নকল নহৰু

সাৱধান, নকল নহৰুৰ পয়োভৰ, সীমান্তত ১৬ হাজাৰ কেজি চীনৰ নকল নহৰু

2 years ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

6 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

6 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

8 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

8 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

9 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

10 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

11 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

12 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

13 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

14 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

1 day ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সাৱধান, নকল নহৰুৰ পয়োভৰ, সীমান্তত ১৬ হাজাৰ কেজি চীনৰ নকল নহৰু

editor by editor
September 12, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
সাৱধান, নকল নহৰুৰ পয়োভৰ, সীমান্তত ১৬ হাজাৰ কেজি চীনৰ নকল নহৰু
0
SHARES
368
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাৱধান, নকল নহৰুৰ পয়োভৰ, সীমান্তত ১৬ হাজাৰ কেজি চীনৰ নকল নহৰু

উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ ভাৰত-নেপাল সীমান্তত জাবৰৰ দমৰ পৰা চীনা নহৰু লুটপাত। শুল্ক বিভাগে শেহতীয়াকৈ ১৬ হাজাৰ কেজি চীনা নহৰু ধ্বংস কৰিছিল। এই নহৰু নেপালৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা হৈছিল। পৰীক্ষা কৰাত এই নহৰু বোৰ স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজনক বুলি ধৰা পৰে। এই নহৰু প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদিত নহয়, ইয়াক কৃত্ৰিমভাৱে খেতি কৰা হয়।

এই নহৰুত বিপজ্জনক ভেঁকুৰ পোৱা গৈছিল। লেব টেষ্টত ব্যৰ্থ হোৱাৰ পিছত এই নহৰু মাটিত পুতি পেলোৱা হৈছিল যদিও বিষয়াসকল সেই স্থানৰ পৰা যোৱাৰ লগে লগে গাঁৱৰ মানুহে মাটি খান্দি চীনা নহৰু উলিয়াবলৈ আৰম্ভ কৰে।

শুল্ক বিভাগৰ বিষয়াসকল যেতিয়া নহৰু ধ্বংস কৰি উভতি আহে, তেতিয়া স্থানীয় ৰাইজক মাটিৰ পৰা নহৰু উলিয়াই থকা প্ৰত্যক্ষ কৰে। বৃহৎ সংখ্যক শিশু, বৃদ্ধ আৰু মহিলাই সেই স্থানত উপস্থিত হৈ বস্তাই বস্তাই চীনা নহৰু উলিয়াই লৈ যায়।

তথ্য অনুসৰি যোৱা এমাহৰ ভিতৰত শুল্ক বিভাগে পৃথকে পৃথকে জব্দ কৰি নেপালৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা প্ৰায় ১৬ হাজাৰ কেজি চীনা নহৰু উদ্ধাৰ কৰিছিল। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এই চীনা নহৰু স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক, আৰু ইয়াত থকা ভেঁকুৰে গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

কিন্তু ইয়াৰ পিছতো গাঁওবাসীয়ে সেই নহৰু সংগ্ৰহ কৰিছে, কোনো ভ্ৰূক্ষেপ নাই সেই নহৰুৰ বিপদৰ প্ৰতি। গাঁৱৰ ৰাইজে এই সন্দৰ্ভত কয় যে আমি ইয়াক খোৱাৰ বাবে নহয়, পথাৰত বীজ সিঁচাৰ বাবেহে লৈছো। শুল্ক বিভাগৰ সন্দেহ কম মূল্যত বজাৰত বিক্ৰী কৰিয়ো দিব পাৰে সেই নহৰু, সেয়ে সকলোকে সতৰ্কবাণী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chinses Garlicfake GarlicFungus garlicHealth Issue
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম
শিক্ষা

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

June 16, 2026
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?
বিশ্ব

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

June 16, 2026
Next Post
জামিন মঞ্জুৰ- অৱশেষত মুকলি আকাশৰ তললৈ কেজৰিৱাল, হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ

জামিন মঞ্জুৰ- অৱশেষত মুকলি আকাশৰ তললৈ কেজৰিৱাল, হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ

শিয়ৰি উঠিব গাৰ নোম, মিছ ছুইজাৰলেণ্ডৰ প্ৰাক্তন ফাইনেলিষ্টৰ সৈতে সংঘটিত হৈছে অতি ভয়ংকৰ ঘটনা

শিয়ৰি উঠিব গাৰ নোম, মিছ ছুইজাৰলেণ্ডৰ প্ৰাক্তন ফাইনেলিষ্টৰ সৈতে সংঘটিত হৈছে অতি ভয়ংকৰ ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.