• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়

আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়

2 years ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

10 minutes ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

40 minutes ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

1 hour ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

3 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

4 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

4 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

5 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

5 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

5 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

6 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

7 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়

আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়

editor by editor
September 18, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
আকৌ বঢ়োৱা হ’ল আধাৰ আপডেটৰ সময়, কেনেকৈ কৰিব আবেদন? জানক সহজ উপায়
0
SHARES
796
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিনামূলীয়া আধাৰ সংশোধনৰ সময়সীমা আৰু এবাৰ বৃদ্ধি কৰিলে ইউনিক আইডেণ্টিফিকেছন অথোৰিটি অৱ ইণ্ডিয়াই৷ ১৪ ছেপ্টেম্বৰ পৰ্যন্ত বিনামূলীয়া আধাৰ আপডেটৰ দিন ধাৰ্য্য কৰা আছিল৷ কিন্তু সেই সময়সীমা আৰু তিনিমাহলৈ বৃদ্ধি কৰি ১৪ ডিচেম্বৰ পৰ্যন্ত কৰা হৈছে৷ অৰ্থাৎ এই বছৰ ডিচেম্বৰ মাহৰ মাজভাগলৈকে বিনামূলীয়াকৈ আধাৰ আপডেট কৰিব পাৰিব আপুনি৷ আধাৰ কাৰ্ডত যদি কোনো ভুল থাকে তেন্তে আধাৰ আপডেট এই সময়ৰ ভিতৰতেই কৰি লওক৷ যেনে কোনো তথ্যগত ভুল, ঠিকনা বা মোবাইন নম্বৰ সলনি, বায়মেট্ৰিক আপডেটো কৰিব পাৰে৷ ১৪ ডিচেম্বৰৰ পাছত আধাৰ আপডেট কৰিবলৈ গ’লে আপুনি নিৰ্দিষ্ট মূল্য দিব লাগিব৷ কোনো পৰিবৰ্তনৰ ক্ষেত্ৰত কিমান চাৰ্জ দিব লাগিব, লগতে কেনেকৈ কৰিব আপডেট জানি থওক সবিশেষ৷

আধাৰ কাৰ্ডৰ নাম বা ঠিকনা পৰিবৰ্তনৰ বাবে ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপোৰ্ট, ড্ৰাইভিং লাইছেন্স বা চৰকাৰে ইছ্যু কৰা কোনো পৰিচয়পত্ৰ গ্ৰাহ্য হ’ব৷ আধাৰ পৰিসেৱা কেন্দ্ৰলৈ গৈ আপুনি আধাৰ সংশোধনৰ কাম কৰিব পাৰে৷ আকৌ অনলাইনতো আপডেট কৰিব পাৰে৷

কেনেকৈ কৰিব আপডেট?

১. //myaadhaar.uidai.gov.in ৱেবচাইটলৈ যাওক৷ তাতেই আধাৰ নম্বৰ আৰু আধাৰৰ সৈতে ৰেজিষ্টাৰ কৰা মোবাইললৈ অহা অটিপি দি লগ ইন কৰক৷

২. ইয়াৰ পাছতেই নিজৰ প্ৰফাইল পৰিচয়পত্ৰ আৰু ঠিকনা পৰীক্ষা কৰক৷

৩. তাত কোনো তথ্য যদি ভুল থাকে তেন্তে ‘I verify that the above details are correct’ লিখা টেবত ক্লিক কৰক৷

৪. যদি কোনো ভুল থাকে তেন্তে ড্ৰপ ডাউনৰ পৰা কোনটো ডকুমেণ্ট আপুনি আপলোড কৰিব খুজে সেয়া চিলেক্ট কৰক৷

৫. সেই ডকুমেণ্ট আপলোড কৰক৷ যি ফাইল আপলোড কৰিব তাৰ চাইজ ২এম বিতকৈ সৰু হ’ব লাগিব৷ নথি, পিডিএফ বা জেপিজি ফৰমেটত থাকিব লাগিব৷

৬. আপলোডৰ পাছত আপুনি সন্মতি দিলেই সেয়া জমা হৈ পৰিব৷

বিনামূলীয়া সময়কালৰ মাজত আপডেট নকৰিলে পৰবৰ্তী সময়ত কৰিলে ধন দিব লাগিব৷ অৱশ্যে ৫-৭ বছৰ বয়সীয়া আৰু ১৫-১৭ বছৰ বয়সীয়াসকলৰ বাবে বিনামূলীয়া পৰিসেৱা লাভ কৰিব৷ কিন্তু অন্যসকলৰ আধাৰ পৰিবৰ্তনৰ বাবে নূন্যতম ১০০ টকা জমা দিব লগা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ
বিশ্ব

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

August 5, 2026
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা
জীৱনশৈলী

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

August 5, 2026
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?
জীৱনশৈলী

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

August 5, 2026
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
Next Post
বিনামূলীয়াকৈ ৫লাখৰ স্বাস্থ্যবীমা দিছে চৰকাৰে, কেনেকৈ কৰিব আবেদন?

বিনামূলীয়াকৈ ৫লাখৰ স্বাস্থ্যবীমা দিছে চৰকাৰে, কেনেকৈ কৰিব আবেদন?

লেবাননত কোনে কৰিলে পেজাৰ আক্ৰ/মণ? এটাৰ পাছত আনটো বি/স্ফো/ৰ/ণ, আহত ৪০০০ৰো অধিক লোক

লেবাননত কোনে কৰিলে পেজাৰ আক্ৰ/মণ? এটাৰ পাছত আনটো বি/স্ফো/ৰ/ণ, আহত ৪০০০ৰো অধিক লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.