• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনামূলীয়াকৈ ৫লাখৰ স্বাস্থ্যবীমা দিছে চৰকাৰে, কেনেকৈ কৰিব আবেদন?

বিনামূলীয়াকৈ ৫লাখৰ স্বাস্থ্যবীমা দিছে চৰকাৰে, কেনেকৈ কৰিব আবেদন?

2 years ago
মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

6 hours ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

6 hours ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

7 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

8 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

8 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

8 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

9 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

9 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

10 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

10 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

11 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিনামূলীয়াকৈ ৫লাখৰ স্বাস্থ্যবীমা দিছে চৰকাৰে, কেনেকৈ কৰিব আবেদন?

বিনামূলীয়াকৈ ৫লাখৰ স্বাস্থ্যবীমা দিছে চৰকাৰে, কেনেকৈ কৰিব আবেদন?

editor by editor
September 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিনামূলীয়াকৈ ৫লাখৰ স্বাস্থ্যবীমা দিছে চৰকাৰে, কেনেকৈ কৰিব আবেদন?
0
SHARES
767
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণ শ্ৰেণীৰ নাগৰিক বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আনিছে বিশেষ আঁচনি৷ দেশৰ সতৰোৰ্ধৰ সমস্ত প্ৰবীণ নাগৰিকৰ স্বাস্থ্যবীমাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰই৷ আয়ুষ্মাণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত প্ৰবীণ ব্যক্তিসকলে বাৰ্ষিক ৫লাখ টকাৰ বিনামূলীয়া স্বাস্থ্যবিমাৰ সুৰক্ষা পাব৷ চৰকাৰে জনাইছে যে এই স্কিমৰ আওতাত ৬কোটি প্ৰবীণ মানুহ উপকৃত হ’ব৷ সুবিধাৰ বাবে বয়স্ক মানুহক অন্য এখন নতুন কাৰ্ড দিয়া হ’ব৷

চৰকাৰৰ তৰফৰ পৰা দিয়া নিৰ্দেশিকাত জনোৱা হৈছে যে যিসকলে পূৰ্বৰে পৰাই আয়ুষ্মান ভাৰত প্ৰকল্প নথিভুক্ত আছে তেওঁলোকে পাৰিবাৰিকভাৱে ৫ লাখ টকাৰ বীমাৰ ওপৰিও ৭০ আৰু তাতকৈ বেছি বয়সীয়াসকলে অতিৰিক্ত ৫লাখ টকাৰ স্বাস্থ্যবিমান কভাৰেজ পাব৷ এই বিমাৰ অংক পৰিয়ালৰ অন্য কোনো সদস্যসকলৰ সৈতে ভগাই ল’লে নহ’ব৷

অন্যহাতে বাকীসকলেও এই চৰকাৰী স্কীমৰ অধীনত ৫লাখ টকাৰ স্বাস্থ্যবিমান পাব৷ যিসকলে ইতিমধ্যেই চৰকাৰী অন্য কোনো স্বাস্থ্য স্কিমৰ সুযোগ পাইছে তেওঁলোকে আয়ুষ্মান ভাৰত প্ৰকল্প বাছি লোৱাৰ সুযোগ পাব৷ বহুতৰেই মনত প্ৰশ্ন, কোনে কোনে এই স্কিমৰ আৱেদন কৰিব পাৰিব৷ কি কি নথিৰ প্ৰয়োজন হ’ব আৱেদনৰ বাবে? এই সমস্ত তথ্য  জানি থওক৷

কোনে কোনে আৱেদন কৰিব পাৰিব?

জনজাতীয় লোক বা উপজাতি গোষ্ঠীৰ সদস্যই৷

আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকে৷

পিছপৰা আদিবাসী লোকসকলে৷

গৃহহীন লোকেও পাব এই আঁচনিৰ সুবিধা৷

আবেদনৰ বাবে আপুনি উপযুক্ত নে, কেনেকৈ বুজিব?

প্ৰথমে আয়ুষ্মান ভাৰত প্ৰকল্পৰ অফিচিয়েল ৱেবচাইটলৈ যাওক৷

ইয়াৰপাছতেই এম আই ইলিজিবল চেকশ্ব্যনলৈ যাওক৷

ইয়াতে আপোনাৰ ফোন নম্বৰ আৰু কেপচা কোড দি জেনাৰেট অটিপি অপশ্ব্যনত ক্লিক কৰক৷

ফোনত অটিপি আহিলে সেই অটিপি দি ছাবমিট অপশ্ব্যনত ক্লিক কৰক৷

ইয়াতেই দেখা যাব আপুনি এই প্ৰকল্পত আৱেদনৰ বাবে যোগ্য হয়নে৷

কেনেকৈ কৰিব আবেদন?

প্ৰথমে অফিচিয়েল ৱেবচাইটটো খুলক৷

PMJAYৰ পৰা আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড ভেৰিফাই কৰাওক৷

পৰিয়ালৰ পৰিচয়পত্ৰ জমা দিয়ক৷

এইবাৰ ইউনিক আইডিৰ ই-কাৰ্ড প্ৰিণ্ট কৰাওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?
বিনোদন

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

June 7, 2026
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!
জীৱনশৈলী

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

June 7, 2026
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক
জীৱনশৈলী

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

June 7, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
Next Post
লেবাননত কোনে কৰিলে পেজাৰ আক্ৰ/মণ? এটাৰ পাছত আনটো বি/স্ফো/ৰ/ণ, আহত ৪০০০ৰো অধিক লোক

লেবাননত কোনে কৰিলে পেজাৰ আক্ৰ/মণ? এটাৰ পাছত আনটো বি/স্ফো/ৰ/ণ, আহত ৪০০০ৰো অধিক লোক

মাতৃ হোৱাৰ পূৰ্বে নিয়মিত যোগাসন কৰিছিল দীপিকাই, মাতৃ হোৱাৰ পাছত ইয়াৰ পৰা কি কি লাভ হৈছে?

মাতৃ হোৱাৰ পূৰ্বে নিয়মিত যোগাসন কৰিছিল দীপিকাই, মাতৃ হোৱাৰ পাছত ইয়াৰ পৰা কি কি লাভ হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.