• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লেবাননত কোনে কৰিলে পেজাৰ আক্ৰ/মণ? এটাৰ পাছত আনটো বি/স্ফো/ৰ/ণ, আহত ৪০০০ৰো অধিক লোক

লেবাননত কোনে কৰিলে পেজাৰ আক্ৰ/মণ? এটাৰ পাছত আনটো বি/স্ফো/ৰ/ণ, আহত ৪০০০ৰো অধিক লোক

2 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

1 hour ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

2 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

3 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

3 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

4 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

4 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

5 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

5 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

6 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

7 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

8 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লেবাননত কোনে কৰিলে পেজাৰ আক্ৰ/মণ? এটাৰ পাছত আনটো বি/স্ফো/ৰ/ণ, আহত ৪০০০ৰো অধিক লোক

লেবাননত কোনে কৰিলে পেজাৰ আক্ৰ/মণ? এটাৰ পাছত আনটো বি/স্ফো/ৰ/ণ, আহত ৪০০০ৰো অধিক লোক

editor by editor
September 18, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
লেবাননত কোনে কৰিলে পেজাৰ আক্ৰ/মণ? এটাৰ পাছত আনটো বি/স্ফো/ৰ/ণ, আহত ৪০০০ৰো অধিক লোক
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটাৰ পাছত আনটো পেজাৰ বিস্ফোৰণত তছনছ লেবানন৷ ইয়াৰ সৈতে লেবাননৰ বিভিন্ন স্থান আৰু ছিৰিয়াতো পেজাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে৷ বিভিন্ন সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি এই আক্ৰমণত অন্তত ৯জনৰ মৃত্যু হৈছে৷ আহতৰ সংখ্যা ৪হাজাৰতকৈ বেছি৷ হাস্পতালসমূহতো এতিয়া হাহাকাৰ পৰিস্থিতি৷ চাৰিওফালে কেৱল হাহাকাৰ পৰিস্থিতি৷

পেজাৰ আক্ৰমণৰ নেপথ্যত ইজৰাইলকেই কাঠগড়াত তুলিছে ইৰাণৰ সহায়পুষ্ট সশস্ত্ৰ গোষ্ঠী হিজবুল্লাই৷ চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি এই আক্ৰমণত হিজবুল্লাহৰ একাধিক সদস্যৰ মৃত্যু হৈছে৷ মৃতকৰ তালিকাত আছে এগৰাকী কিশোৰীও৷ ইৰাণৰ ৰাষ্ট্ৰদূতো আহত হৈছে এই আক্ৰমণত৷ পেজাৰ আক্ৰমণৰ দায় ইজৰাইলৰ গাত ঠেলি পুনৰ আক্ৰমণৰ ধমকি দিছে হিজবুল্লাই৷ এই আক্ৰমণ সম্পৰ্কে বৰ্তমান পৰ্যন্ত ইজৰাইলৰ তৰফৰ পৰা কোনো বিবৃতি দিয়া নাই৷

পেজাৰ কি?

পেজাৰ হ’ল যোগাযোগ মাধ্যমৰ অন্যতম এক ডিভাইছ৷ মোবাইল ফোনৰ বিকল্প হিচাপে পেজাৰৰ ব্যৱহাৰ কৰা হয়৷ সাধাৰণতে বিভিন্ন জঙ্গিগোষ্ঠীয়ে এই ডিভাইছ ব্যৱহাৰ কৰে৷ পেজাৰৰ লোকেছন ট্ৰেক কৰিব নোৱাৰি৷ হাত বা জেপত লৈয়েই ফুৰিব পাৰি এই পেজাৰ৷ সেই পেজাৰৰ মাজতেই বিস্ফোৰক ৰাখি বিস্ফোৰণ ঘটোৱা বুলি দাবী কৰা হৈছে৷

সামাজিকমাধ্যমত এই আক্ৰমণৰ কিছু ভিডিঅ’ও ভাইৰেল হৈ পৰিছে৷ দাবী কৰা হৈছে যে লেবাননৰ ৰাজধানী আৰু তাৰ সংলগ্ন এলেকাৰ ৰাস্তাৰ কাষে কাষে পৰি আছে মানুহ৷ কাৰোবাৰ হাত নাই যদি কাৰোবাৰ ভৰি নাই৷ কোনোৱে আকৌ মুখমণ্ডলত গুৰুতৰ আঘাত পাইছে৷

পৰিয়ালৰ লোকসকলে এতিয়া আঘাতপ্ৰাপ্তসকলক হাস্পতাললৈ লৈ দৌৰাদৌৰি কৰাৰ দৃশ্যও ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ সামান্য সময়ৰ অন্তৰালতেই এই বিস্ফোৰণ সংঘটিত হৈছে৷ এই বিস্ফোৰণত বিধ্বস্ত লেবানন আৰু চিৰিয়াৰ জনজীৱন৷ উল্লেখ্য যে সম্প্ৰতি ইৰানৰ মাটিত হামাছৰ শীৰ্ষনেতা ইছমাইল হানিয়া আৰু হিজবুল্লা সশস্ত্ৰ বাহিনীৰ শীৰ্ষ কমাণ্ডাৰ নামেহ নাছেৰৰ মৃত্যু হৈছে৷ দুই নেতাৰ মৃত্যুৱে আকৌ এবাৰ উত্তপ্ত কৰি তুলিছে পশ্চিম এছিয়া৷

উল্লেখ্য যে ইজৰাইল আৰু হিজবুল্লাহৰ মাজত সৰু বৰ সংঘৰ্ষ লাগিয়েই থাকে৷ কেতিয়াবা যদি ৰকেট আক্ৰমণ, কেতিয়াবা আকৌ ড্ৰোণ আক্ৰমণ৷ দুইপক্ষৰ আক্ৰমণত উত্তপ্ত হৈ থাকে পশ্চিম এচিয়া৷ ইয়াৰ সৈতে ইৰাণেও বিভিন্ন ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈ থাকে ইজৰাইলক৷ এই ঘটনাসমূহৰ মাজত এইবাৰ পেজাৰ এটাকে সকলোকে আকৌ এবাৰ ব্যতিব্যস্ত কৰি তুলিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
মাতৃ হোৱাৰ পূৰ্বে নিয়মিত যোগাসন কৰিছিল দীপিকাই, মাতৃ হোৱাৰ পাছত ইয়াৰ পৰা কি কি লাভ হৈছে?

মাতৃ হোৱাৰ পূৰ্বে নিয়মিত যোগাসন কৰিছিল দীপিকাই, মাতৃ হোৱাৰ পাছত ইয়াৰ পৰা কি কি লাভ হৈছে?

আজি চন্দ্ৰগ্ৰহণত গঠিত হৈছে চতুৰ্থ দশম যোগ, পিতৃপক্ষতেই ৰাজভোগ এই ৫ৰাশিৰ ভাগ্যত

আজি চন্দ্ৰগ্ৰহণত গঠিত হৈছে চতুৰ্থ দশম যোগ, পিতৃপক্ষতেই ৰাজভোগ এই ৫ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.