• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃ হোৱাৰ পূৰ্বে নিয়মিত যোগাসন কৰিছিল দীপিকাই, মাতৃ হোৱাৰ পাছত ইয়াৰ পৰা কি কি লাভ হৈছে?

মাতৃ হোৱাৰ পূৰ্বে নিয়মিত যোগাসন কৰিছিল দীপিকাই, মাতৃ হোৱাৰ পাছত ইয়াৰ পৰা কি কি লাভ হৈছে?

2 years ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

44 minutes ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

1 hour ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

2 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

3 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

4 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

4 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

5 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

5 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

6 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

7 hours ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

8 hours ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মাতৃ হোৱাৰ পূৰ্বে নিয়মিত যোগাসন কৰিছিল দীপিকাই, মাতৃ হোৱাৰ পাছত ইয়াৰ পৰা কি কি লাভ হৈছে?

মাতৃ হোৱাৰ পূৰ্বে নিয়মিত যোগাসন কৰিছিল দীপিকাই, মাতৃ হোৱাৰ পাছত ইয়াৰ পৰা কি কি লাভ হৈছে?

editor by editor
September 18, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
মাতৃ হোৱাৰ পূৰ্বে নিয়মিত যোগাসন কৰিছিল দীপিকাই, মাতৃ হোৱাৰ পাছত ইয়াৰ পৰা কি কি লাভ হৈছে?
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সদ্য মাতৃ হৈছে দীপিকা পাডুকন৷ অন্তঃসত্ত্বা থকা অৱস্থাতো তেওঁ নানান কাম সংক্ৰান্তিয় দায়িত্ব পালন কৰাৰ ছবি ভিডিঅ’ আদি সামাজিক মাধ্যমত ভাইৰেলো হৈছিল৷ অন্তঃসত্ত্বা অৱস্থাতো দীপিকাৰ ফিটনেছ দেখি বহুতেই আচৰিতো হৈছিল৷ কেনেকৈ ইমান মেনেজ কৰিছে দীপিকাই? দীপিকাৰ কামৰ প্ৰতি থকা স্পৃহা আৰু ফিটনেছ দেখি বহুতেই কৈছে সন্তান কোলালৈ আহিলেও দীপিকাই সোনকালেই কামৰ মাজলৈ ঘূৰি আহিব৷ তেওঁৰ সমসাময়িক অন্যান্য অভিনেত্ৰী, আলিয়া ভাট্ট, অনুষ্কা শৰ্মাই সন্তান জন্মৰ পাছত দীৰ্ঘকালীন বিৰতি লৈছে৷ কিন্তু দীপিকাই অন্তঃসত্ত্বা অৱস্থাতো কাম কৰি থকা দেখা যোৱাৰ বাবেই বহুতৰে ধাৰণা যে দীপিকাই তেওঁলোকৰ দৰে দীৰ্ঘ বিৰতি নলয়৷ সন্তান জন্মৰ পাছত দ্ৰুত কৰ্মক্ষম হৈ উঠাৰ বাবে তেওঁ মাতৃ হোৱাৰ পূৰ্বৰে পৰাই প্ৰস্তুতি চলাই আছিল৷ প্ৰি-নেটাল যোগ বা প্ৰসৱ পূৰ্ববৰ্তী যোগাসনৰ অভ্যাস কৰিছিল দীপিকাই৷

দীপিকাৰ যোগাসন প্ৰশিক্ষক অনুষ্কা পৰৱানিৰ পৰা অন্তঃসত্ত্বা থকাৰ পৰাই যোগাসন কৰি আহিছে দীপিকাই৷ দীপিকাৰ কন্যাসন্তান জন্ম হোৱাৰ পাছতেই তেওঁৰ যোগ প্ৰশিক্ষকে ইনষ্টাগ্ৰামত লিখিছে, ‘এই দিনটোৰ বাবেই তুমি যেনেধৰণে প্ৰস্তুতি চলাইছে সেয়া সঁচাকৈয়ে অবিশ্বাস্য৷ যেনেকৈ তুলি ইতিবাচক মনোভাৱ বজাই ৰাখিছিলা আৰু আস্তা ৰাখিছিলা তাৰ বাবে তুমি প্ৰশংসাৰ যোগ্য৷ তোমাক লৈ আমি সেয়ে সদায়ে গৰ্বিত৷’

যোগ প্ৰশিক্ষকে লগতে জনাইছে যে অন্তঃসত্ত্বা থকাৰ সময়ত নিৰ্বাচিত কিছু কিছু যোগাসন আৰু শাৰীৰিক কচৰত সন্তান আৰু মাতৃৰ স্বাস্থ্যপ পক্ষে উপকাৰী৷ সন্তান জন্ম দিয়াৰ বাবে শৰীৰক ধীৰে ধীৰে প্ৰস্তুত কৰাত সহায় কৰে যোগাসনে৷ তেনেকৈ প্ৰসৱৰ পাছত মাতৃও দ্ৰুত কৰ্মক্ষম হৈ উঠে যোগাসনৰ দ্বাৰা৷ অন্তঃসত্ত্বা থকা অৱস্থাত যোগাসন কৰাৰ উপকাৰীতা কি কি?

১. শৰীৰৰ নমনীয়তা বৃদ্ধি কৰে যোগাসনে৷ গুৰুত্বপূৰ্ণ পেশিসমূহক শক্তিশালী কৰে৷

২. প্ৰসৱবেদনাৰ সময় কমায়৷ যোগাসন নকৰিলে মাতৃগৰাকীয়ে ৪ঘণ্টাতকৈ বেছি সময় সেই যন্ত্ৰণা সহ্য কৰিব লাগে৷ যিসকলে যোগাসন কৰে তেওঁলোকে আঢ়ৈ ঘণ্টা বা তিনি ঘণ্টাহে প্ৰসৱ বেদনা অনুভৱ কৰে৷

৩. ৰক্ত সঞ্চালন বৃদ্ধি কৰে৷ যিয়ে প্ৰসৱৰ পাছত মাতৃগৰাকী সোনকালে সুস্থ হৈ উঠাত সহায় কৰে৷ কঁকাল আৰু ভৰিৰ সংযোগস্থলৰ পেশিৰ ক্ষমতা যোগাসনেই বৃদ্ধি কৰে৷

৪. সন্তান জন্ম দিয়াৰ পাছতেই প্ৰায় সকলো মাতৃৰেই কঁকালৰ বিষ হয়৷ অন্তঃসত্ত্বা থকাৰ সময়ত যোগাসন কৰিলে এই সমস্যাৰ পৰা স্বাস্তি পোৱা যায়৷ ইয়াৰোপৰি, স্ফীতোদৰ অস্বস্তিবোধ সন্তান জন্মৰ পাছত সোনকালেই কমে৷

৫. অন্তঃসত্ত্বা থকাকালীন মাতৃৰ মানসিক চাপ নিয়ন্ত্ৰণত ৰখাৰ পৰামৰ্শও দিয়ে চিকিৎসকে৷ গৱেষকে কৈছে, নিয়মিত যোগাসন কৰিলে মাতৃৰ মানসিক চাপো কমে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী
জীৱনশৈলী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

June 23, 2026
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?
অপৰাধ

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

June 23, 2026
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক
বিবিধ

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

June 23, 2026
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!
বাণিজ্য

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

June 23, 2026
Next Post
আজি চন্দ্ৰগ্ৰহণত গঠিত হৈছে চতুৰ্থ দশম যোগ, পিতৃপক্ষতেই ৰাজভোগ এই ৫ৰাশিৰ ভাগ্যত

আজি চন্দ্ৰগ্ৰহণত গঠিত হৈছে চতুৰ্থ দশম যোগ, পিতৃপক্ষতেই ৰাজভোগ এই ৫ৰাশিৰ ভাগ্যত

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত কিয় নাথাকে ৰতন টাটাৰ নাম? কাৰণ জানিলে শ্ৰদ্ধা বাঢ়িব আপোনাৰ

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত কিয় নাথাকে ৰতন টাটাৰ নাম? কাৰণ জানিলে শ্ৰদ্ধা বাঢ়িব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.