• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ দুই কিশোৰীক মিজোৰামলৈ নি ধৰ্.. কৰি পুনৰ পেলাই থৈ যায় অসমত

অসমৰ দুই কিশোৰীক মিজোৰামলৈ নি ধৰ্.. কৰি পুনৰ পেলাই থৈ যায় অসমত

2 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

10 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

10 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

10 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

11 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

11 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

11 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

12 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

12 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

12 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

13 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

15 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ দুই কিশোৰীক মিজোৰামলৈ নি ধৰ্.. কৰি পুনৰ পেলাই থৈ যায় অসমত

editor by editor
September 19, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অসমৰ দুই কিশোৰীক মিজোৰামলৈ নি ধৰ্.. কৰি পুনৰ পেলাই থৈ যায় অসমত
0
SHARES
330
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ দুই কিশোৰীক মিজোৰামলৈ নি ধৰ্.. কৰি পুনৰ পেলাই থৈ যায় অসমত

অসমৰ দুই কিশোৰীৰ সৈতে সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। বিদ্যালয়ৰ পৰা ওলোৱাৰ পাছতে দুই কিশোৰীক অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামলৈ ওপহৰণ কৰি নি ধৰ্ষণ দুই যুৱকৰ। ধৰ্ষণৰ পাছত পুনৰ অসমলৈ আনি পেলাই যায় দুয়ো কিশোৰীক।

এই ঘটনা সংঘটিত হৈছে কাছাৰৰ লাইলাপুৰত। লাইলাপুৰত পৰা নাবালিকা দুই ছাত্ৰীক অপহৰণ কৰি লৈ গৈ চুবুৰীয়া মিজোৰামৰ এটা লজত ধৰ্ষণ । বৰ্তমানে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰাৰ দাবী দল সংগঠনৰ ৷

অসম মিজোৰাম সীমান্তৰ কাছাৰৰ লাইলাপুৰত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। এইবাৰ লাইলাপুৰ আৰক্ষী চকীৰ কাষৰে পৰা ভিনধৰ্মী দুই নাবালিকা স্কুল ছাত্ৰীক অপহৰণ কৰি লৈ গৈ সীমান্তৱৰ্তী মিজোৰামৰ ভাইৰেন্টিৰ এখন লজত ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে ৰুয়েল আমিন লস্কৰ আৰু আজাদ হুছেইন বৰভূঞা নামৰ দুই লম্পট যুৱকে ৷

ঘটনা সন্দৰ্ভত ভুক্তভোগী দুই ছাত্ৰীৰ অভিভাৱকে বৰ্তমানে দুয়ো যুৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰি কাছাৰৰ লাইলাপুৰ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি, বিদ্যালয়ত যোৱাৰ সময়তে দুই কিশোৰী ছাত্ৰীক এখন বিলাসী কিয়া বাহনেৰে জোৰজৱৰদস্তি বাহনত তুলি লৈ যায় অভিযুক্ত ৰুয়েল আমিন লস্কৰ আৰু আজাদ হুছেইন বৰভূঞা নামৰ দুই লম্পট যুৱকে৷

প্ৰায় দুই তিনি ঘণ্টা সময় ধৰি মিজোৰামৰ এটা লজত থকাৰ পাছত পুনৰ বাহনেৰে দুই কিশোৰীক কাছাৰৰ চান্নীঘাটত পেলাই থৈ পলায়ন কৰে দুই যুৱকে ৷ এই সমগ্ৰ ঘটনাৰ জনাৰ পাছত ভুক্তভোগী দুই নাবালিকাৰ অভিভাৱকে লায়লাপুৰ আৰক্ষীৰ কাষ চাপে।

ইপিনে চাঞ্চল্যকৰ এই ঘটনাৰ পাছত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন । তেওঁলোকৰ দাবী শীঘ্ৰেই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamkidnapedKidnaped and Rape casemizoramnorth-eastrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!
উত্তৰ-পূব

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
Next Post
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শোকাৱহ ঘটনা, এফালে জন্ম পুত্ৰৰ, আনফালে নিহত পিতৃ

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শোকাৱহ ঘটনা, এফালে জন্ম পুত্ৰৰ, আনফালে নিহত পিতৃ

২১ তাৰিখৰ পৰা ৫ ৰাশিৰ লোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা, বুধৰ লক্ষত্ৰ পৰিবৰ্তনত বিশেষ প্ৰভাৱ

২১ তাৰিখৰ পৰা ৫ ৰাশিৰ লোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা, বুধৰ লক্ষত্ৰ পৰিবৰ্তনত বিশেষ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.