• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

2 years ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

7 minutes ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

7 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

8 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

8 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

9 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

9 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

9 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

10 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

11 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

11 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

13 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

editor by editor
October 2, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বান আৰু ভূমিস্খলনত বিধ্বস্ত নেপাল৷ প্ৰায় ৪হাজাৰ মানুহক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে৷ এই তথ্য দাঙি ধৰিছে প্রধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে৷ প্ৰাকৃতিক দুৰ্যোগত চুবুৰীয়া দেশ নেপালত বৰ্তমানলৈকে মৃত্যু হৈছে প্ৰায় ২৪১ জনৰ৷ দুৰ্যোগত তছনছ হৈ পৰিছে নেপাল৷ অসহায় হৈ ইতিমধ্যে ব্যৰ্থতা স্বীকাৰ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰীয়েও৷ উদ্ধাৰ অভিযান দেৰী হোৱাৰ বিষয়টোও স্বীকাৰ কৰি লৈছে প্রধানমন্ত্ৰী কে পি শৰ্মাই৷ এক সংবাদমেল আয়োজন কৰি কে পি শৰ্ম অলিৰ আৰ্জি, ‘উদ্ধাৰ অভিযানৰ বাবে আমাক সহায় কৰক৷ দেশৰ নানান প্ৰান্তৰ পৰা বৰ্তমান পৰ্যন্ত ৪হাজাৰ ৩৩১ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো৷ উদ্ধাৰকাৰ্যত আমাৰ যিসমূহ গাফিলতি হৈছে সেয়া শুধৰাই ল’বলৈ যত্ন কৰি আছো৷ ইমান ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ আহিব বুলি আমি ধাৰণাই কৰা নাছিলো৷’

নেপালৰ মুখ্য সচিব একনাৰায়ণ আৰিয়ালে জনাইছে যে দেশৰ মুঠ ১৭০০ কোটি টকা ক্ষতি হৈছে এই দুৰ্যোগত৷ বান আৰু ভূমিস্খলনত বৰ্তমান পৰ্যন্ত ২৪১ জনৰ মৃত্যু হৈছে৷ ২৯গৰাকী নিখোঁজ হৈছে, ১২৬ জন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে৷ বিগত দুদিনত বান কবলত পৰা একাধিক এলেকাৰ পৰা বিদেশী পৰ্যটক আৰু ট্ৰেকাৰসহ মুঠ ৯০০ জনক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে৷ স্বৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ঋষিৰাম তিৱাৰীয়ে এই সন্দৰ্ভত কয়, ‘নেপালৰ সেনাই চপাৰেৰে  ৬৮৩জনক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ গৈছে৷ চপাৰৰ মাধ্যমেৰে দেওবাৰে উদ্ধাৰ কৰা হৈছে ৪২৫ জনক আৰু সোমবাৰে উদ্ধাৰ কৰা হৈছে ২৫৮ জনক৷ এতিয়াও উদ্ধাৰৰ কাম চলাই আছে সেনাই৷ ইয়াৰোপৰি উদ্ধাৰকাৰ্যত ব্যৱহাৰ হৈছে প্ৰাইভেট চপাৰ৷ ২০০জন বিদেশীকো উদ্ধাৰ কৰা হৈছে৷’

বিগত এসপ্তাহ ধৰি ভয়াৱহ ভূমিস্খলন আৰু বানে লণ্ডভণ্ড কৰিছে নেপালৰ বিস্তীৰ্ণ এলেকা৷ দেওবাৰ পৰ্যন্ত বৃষ্টিপাত চলিছে৷ হাজাৰৰো অধিক মানুহ গৃহহীন হৈছে৷ পূব আৰু মধ্য নেপাল সৰ্বাধিক ক্ষতিগ্ৰস্থ হৈছে৷ দেওবাৰৰ পৰা অৱশ্যে ধীৰে ধীৰে পৰিবেশ কিছু উন্নত হৈছে৷ কেৱল কাঠমাণ্ডুতেই মৃত্যু মুখত পৰিছে ৫০জনতকৈ অধিক লোক৷ সাময়িক প্ৰশাসনিক ব্যৰ্থতা কাটিও নেপালৰ বান আৰু ভূমিস্খলন কবলিত এলেকাত ২০ হাজাৰ নিৰাপত্তাৰক্ষী আৰু নেপাল সেনাক উদ্ধাৰকাৰ্যলৈ পঠিওৱা হৈছে৷

ৰিলিফৰ সামগ্ৰীও সেনাৰ জৰিয়তেই বিধ্বস্ত এলেকাসমূহলৈ পঠিওৱা হৈছে ভূমিস্খলনত বন্ধ হৈ পৰা ৰাস্তাসমূহ পুনৰ মুকলিৰ বাবে কাম অব্যাহত আছে৷ এই পথসমূহতো আৱদ্ধ হৈ আছে শ শ বাহন৷ বানপ্ৰৱণ এলেকাসমূহত অপৰিকল্পিতভাৱে নিৰ্মাণকাৰ্য চলোৱাৰ বাবেই এই ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে নেপাল৷ বৰষুণৰ পানী ওলাই যাব পৰাকৈ পৰ্যাপ্ত ব্যৱস্থা গঢ়ি তুলিব নোৱাৰাৰ বাবেই ভূমিস্খলনৰ পৰিমান বাঢ়িছে৷ ভাঙি পৰিছে বহু ডাঙৰ ডাঙৰ অট্টালিকাও৷ পানীত ভাহিছে ৰাস্তাঘাট৷ পথসমূহত আৱদ্ধ হৈ আছে হাজাৰ হাজাৰ বাহনসহ মানুহো৷ তালিকাত আছে বহু বিদেশী পৰ্যটকো৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ
অসম

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
Next Post
বেগত ২৬টা আইফোন ১৬ প্ৰ’ মেক্স, দিল্লী বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰিল মহিলা

বেগত ২৬টা আইফোন ১৬ প্ৰ’ মেক্স, দিল্লী বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰিল মহিলা

সূৰ্যৰ আয়ুস কিমান? সূৰ্যৰ মৃত্যু হ’লে শেষ হৈ যাব নেকি পৃথিৱী? বিজ্ঞানীয়ে দিছে কেইবাটাও তথ্য

সূৰ্যৰ আয়ুস কিমান? সূৰ্যৰ মৃত্যু হ’লে শেষ হৈ যাব নেকি পৃথিৱী? বিজ্ঞানীয়ে দিছে কেইবাটাও তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.