• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰু ৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

আৰু ৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

2 years ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

42 minutes ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

1 hour ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

2 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

3 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

3 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

7 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

7 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

9 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

9 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

10 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

11 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰু ৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

আৰু ৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি

editor by editor
October 6, 2024
in জীৱনশৈলী
0
আৰু ৬মাহ থাকিব শনিৰ শ শ ৰাজযোগ, গ্ৰহৰাজৰ দয়াত উন্নতিৰ শিখৰত উঠিব এই ৫ৰাশি
0
SHARES
7.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিয়ে সকলোতকৈ ধীৰ গতিত নিজৰ স্থান পৰিবৰ্তন কৰে৷ এটা এটা ৰাশিত শনিয়ে আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে৷ বৰ্তমান শনি আছে কুম্ভ ৰাশিত৷ আগন্তুক ২৯মাৰ্চ ২০২৫ পৰ্যন্ত কুম্ভ ৰাশিতেই থাকিব শনি৷ ইয়াৰপাছতেই কুম্ভ এৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ শনি কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ৷ নিজৰ ৰাশিৰ পৰা শনিয়ে গঠন কৰিছে শ শ ৰাজযোগ৷ শনিয়ে মীন ৰাশিত গোচৰ কৰাৰ পৰ্যন্ত এই যোগ বৰ্তি থাকিব৷ জ্যোতিষ গণনা অনুসৰি এই ৰাজযোগৰ প্ৰভাৱত দুৰ্দান্ত লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷ জানি থওক শ শ ৰাজযোগৰ প্ৰভাৱত ২৯ মাৰ্চ ২০২৫ পৰ্যন্ত সুখ সৌভাগ্যৰ শীৰ্ষত আৰোহন কৰিব কেইটামান ৰাশিৰ জাতকে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ দশম ঘৰত অৱস্থান কৰিছে শনিয়ে৷ শ শ ৰাজযোগৰ প্ৰভাৱত বৰ্তমান আৰ্থিকভাৱে লাভবান হোৱাৰ সম্ভাৱনা আছে আপোনাৰ সন্মুখত৷ মাৰ্চ মাহৰ মাজত হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে আপুনি৷ নতুন বাহন ক্ৰয়ৰ যোগ আছে৷ এই সময়ত আপুনি কেৰিয়াৰ সংক্ৰান্তিয় যি সিদ্ধান্ত ল’ব সেই সিদ্ধান্তই আপোনাৰ বাবে লাভজনক হ’ব৷ কোনো সাহসী সিদ্ধান্ত ল’ব পাৰে৷ আয় বঢ়াৰ কাৰণে বেংক বেলেন্স বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷

তুলা ৰাশি

তুলা ৰাশিৰ পঞ্চম ঘৰত অৱস্থান কৰিছে শনিয়ে৷ শনিৰ কৃপাত ৰূপৰ দৰে চমকিব তুলা ৰাশিৰ জাতকৰ ভাগ্য৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ কাৰ্যালয়ত প্ৰমোছন লাভৰ সম্ভাৱনা আছে৷ চাকৰি পৰিবৰ্তন কৰাৰ কথা ভাৱিলে সেই কামতো আপুনি সাফল্য লাভ কৰিব৷ পূৰ্বতকৈ আপোনাৰ উপাৰ্জন বাঢ়িব৷ তুলা ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই সময় শুভ৷ কোনো ডাঙৰ সাফল্য লাভ কৰিব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ তৃতীয় ঘৰত অৱস্থান কৰিছে শনিয়ে৷ মনত ৰাখিব শনিৰ প্ৰভাৱত এই সময়ত আপোনাৰ ষ্ট্ৰাগল বাঢ়িব৷ চেষ্টা কৰিলে সাফল্য নিশ্চিত৷ আপোনাক সাফল্যৰ শীৰ্ষলৈ লৈ যাব শনিয়ে৷ কেৰিয়াৰ সংক্ৰান্তিয় সকলো সমস্যা দূৰ হ’ব৷ সন্তানৰ বিষয়ে কোনো সুখবৰ পাব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ দ্বিতীয় ঘৰত অৱস্থান কৰিছে শনিয়ে৷ শনিৰ প্ৰভাৱত আগন্তুক ছমাহ সোনৰ দৰে উজলিব আপোনাৰ ভাগ্য৷ পৰিশ্ৰম কৰিলে তাৰ সুফল অৱশ্যই পাব আপুনি৷ চেষ্টা কৰিলে যি সাফল্য আপুনি পাব সেয়া জীৱনজুৰি থাকিব৷ নানান শুভ কামত যোগ দিয়াৰ সুযোগ পাব৷ ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ বিবাহত বাধা আহিলে এই সময়ত দূৰ হ’ব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিতেই অৱস্থান কৰি বৰ্তমান শ শ ৰাজযোগ গঠন কৰিছে শনিয়ে৷ যদিও শনিৰ চাৰে সাতি দশা চলিছে কুম্ভ ৰাশিৰ জাতকৰ ওপৰত তথাপিও শনিৰ প্ৰভাৱত এই সময়ত নানান দিশৰ পৰা লাভৱান হ’ব আপুনি৷ বিশেষকৈ শনিয়ে যি সময়ত কুম্ভ ৰাশি এৰি মীন ৰাশিত গোচৰ কৰিব সেই সময়ত আৰ্থিকভাৱে প্ৰচুৰ লাভ কৰাৰ সুযোগ পাব৷ হঠাৎ কিছু অতিৰিক্ত অৰ্থ আপোনাৰ হাতলৈ আহিব পাৰে৷ সমাজত আপোনাৰ খ্যাতি বাঢ়িব৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

April 17, 2026
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?
জীৱনশৈলী

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

April 17, 2026
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

April 17, 2026
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
Next Post
আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

মহিলা বিশ্বকাপ- আজি ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ খেল, কাৰ পাল্লাৰ ওজন অধিক

মহিলা বিশ্বকাপ- আজি ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ খেল, কাৰ পাল্লাৰ ওজন অধিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.