• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূজা বুলি বাটত ৰৈ থাকোতেই মহতিয়াই নিলে বাহনে, ধুবুৰীত একেলগে প্ৰাণ হেৰুৱালে ৪ টি শিশুৱে

পূজা বুলি বাটত ৰৈ থাকোতেই মহতিয়াই নিলে বাহনে, ধুবুৰীত একেলগে প্ৰাণ হেৰুৱালে ৪ টি শিশুৱে

2 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

1 hour ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

1 hour ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

2 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

2 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

3 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

3 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

3 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

3 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

4 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

5 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

6 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পূজা বুলি বাটত ৰৈ থাকোতেই মহতিয়াই নিলে বাহনে, ধুবুৰীত একেলগে প্ৰাণ হেৰুৱালে ৪ টি শিশুৱে

editor by editor
October 11, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পূজা বুলি বাটত ৰৈ থাকোতেই মহতিয়াই নিলে বাহনে, ধুবুৰীত একেলগে প্ৰাণ হেৰুৱালে ৪ টি শিশুৱে
0
SHARES
506
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূজা বুলি বাটত ৰৈ থাকোতেই মহতিয়াই নিলে বাহনে, ধুবুৰীত একেলগে প্ৰাণ হেৰুৱালে ৪ টি শিশুৱে

এফালে দুৰ্গা পূজাৰ উলহ মালহ, আনফালে ধুবুৰীৰ দুখন ঘৰত শোকৰ ছাঁ। দুগৰাকী মাতৃৰ বুকু শুদা কৰি গ’লগৈ ৪ কন কন শিশু। পূজা বুলি বাটৰ কাষত থিয় হৈ কিবা কিবি চাই থাকোতেই তীব্ৰবেগী বাহনে মহতীয়াই নিয়ে ৪ শিশুক। কেউটি শিশুৰ মৃত্যু।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি আজি অষ্টমী-নৱমীৰ পূজা চলি থকাৰ সময়তে ধুবুৰীৰ আগমণিত সংঘটিত হয় এক অতিকে শোকাৱহ ঘটনা। আগমণি সোনাখুলি দ্বিতীয় খণ্ডৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দূৰ্ঘটনা।

পথ দুৰ্ঘটনাত ঠাইতে নিহত হয় তিনি কণমানি শিশু, লগতে এটি ৪০ দিনীয়া কেচুঁৱা গুৰুতৰভাৱে আহত হয়। তীব্ৰ বেগী বাহনৰ খুন্দাতে নিহত তিনি কণমানি শিশু। লগে লগে ততাতৈয়াকৈ কেঁচুৱাটিক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় সেই শিশুটিৰো।

নিহত কেউটি শিশু সোনাখুলী দ্বিতীয় খণ্ড গাঁৱৰ মৰিয়ম খাতুন (১০) জুবায়েৰ হুছেইন (৭), মেহেদী হাছান (৫) আৰু ৪০ দিনীয়া কনমানি আবু ৰিহান। পুৱা দেৱ শিশু টোক কোলাত লৈ তিনিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থিয় হৈ আছিল। তেতিয়াই তীব্ৰ বেগত অহা কিয়া ছোনেট বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই এই পথ দুৰ্ঘটনা সংঘটিত কৰে।

খবৰ লাভৰ লগে লগে ঘটনাস্থলীত আগমণি আৰক্ষী উপস্থিত হৈ বাহনখন নিজৰ জিম্মাত লোৱাৰ লগতে আৰু নিহত শিশু সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পথ দুৰ্ঘটনা সংঘটিত কৰা তীব্ৰবেগী কিয়া ছোনেট বাহনখনৰ নম্বৰ AS-17 L-6331 ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AgomoniDhuburiDhuburi AccidentDhuburi Agominiroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!
উত্তৰ-পূব

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
Next Post
২ ডিচেম্বৰৰ পৰা ৫টা ৰাশিয়ে প্ৰতিটো কামতে ভাগ্যৰ সমৰ্থন লাভ কৰিব, সকলো কামনা পূৰণ হ’ব

২ ডিচেম্বৰৰ পৰা ৫টা ৰাশিয়ে প্ৰতিটো কামতে ভাগ্যৰ সমৰ্থন লাভ কৰিব, সকলো কামনা পূৰণ হ’ব

টাটা কিয় মোদীৰ প্ৰিয়? ১টকীয়া এটা মেছেজতেই ৰতন টাটাই মোদীক দিছিল ২ হাজাৰ কোটিৰ প্ৰকল্প

টাটা কিয় মোদীৰ প্ৰিয়? ১টকীয়া এটা মেছেজতেই ৰতন টাটাই মোদীক দিছিল ২ হাজাৰ কোটিৰ প্ৰকল্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.