• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BSNLৰ বিশেষ অফাৰ…মাত্ৰ ৫ টকাত আনলিমিটেড কলিং, ডাটা আৰু SMSৰ সুবিধা

BSNLৰ বিশেষ অফাৰ…মাত্ৰ ৫ টকাত আনলিমিটেড কলিং, ডাটা আৰু SMSৰ সুবিধা

2 years ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

31 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

1 hour ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

2 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

3 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

3 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

4 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

5 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

6 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

7 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

8 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

8 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

BSNLৰ বিশেষ অফাৰ…মাত্ৰ ৫ টকাত আনলিমিটেড কলিং, ডাটা আৰু SMSৰ সুবিধা

BSNLৰ বিশেষ অফাৰ...মাত্ৰ ৫ টকাত আনলিমিটেড কলিং, ডাটা আৰু SMSৰ সুবিধা

editor by editor
October 16, 2024
in জীৱনশৈলী
0
BSNLৰ বিশেষ অফাৰ…মাত্ৰ ৫ টকাত আনলিমিটেড কলিং, ডাটা আৰু SMSৰ সুবিধা
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত সঞ্চাৰ নিগম লিমিটেডে শেহতীয়াকৈ গ্ৰাহকৰ বাবে নতুন আৰু সুলভ মূল্যৰ প্ৰিপেইড প্লেন প্ৰৱৰ্তন কৰিছে। ৩৪৫ টকীয়া প্লেনত আপুনি ৬০ দিনৰ বৈধতাৰে প্ৰতিদিনে ১জিবি ডাটা, আনলিমিটেড ভইচ কলিং আৰু ১০০ এছএমএছৰ সুবিধা লাভ কৰিব। এই প্লেনত আপুনি আনলিমিটেড ভয়েছ কল, ১ জিবি ডাটা, ১০০ এছএমএছ প্ৰতিদিনে মাত্ৰ ৫.৭৫ টকাতেই লাভ কৰিছে৷ অন্য কোম্পানীৰ প্লেনতকৈ  এয়া বহুত কম খৰচী প্লেন। যদি আপুনিও এজন BSNL ব্যৱহাৰকাৰী তেন্তে আপুনি এই প্লেন আপুনিও ল’ব পাৰে৷

এই প্লেন কি কি কাৰণত বিশেষ?

সুলভ মূল্যৰ এই প্লেনত আপুনি প্ৰতিদিনে মাত্ৰ ৫.৭৫ টকাত ১জিবি ডাটা লাভ কৰিছে যিটো আন টেলিকম কোম্পানীতকৈ বহু কম। কেৱল এয়াই নহয়, এই প্লেনৰ বৈধতাও দীঘলীয়া। ৬০ দিনৰ বৈধতাৰ আপুনি এই প্লেনত লাভ কৰিব৷ লগতে এই প্লেনত আনলিমিটেড কলিঙৰ সুবিধাও আপোনাৰ বাবে উপলব্ধ থাকিব৷ এই প্লেনত আপুনি যিকোনো নেটৱৰ্কত সীমাহীন ভইচ কলিঙৰ সুবিধা পাব। একে সময়তে ডাটা শেষ হোৱাৰ পিছতো আপোনাৰ ইণ্টাৰনেট সম্পূৰ্ণৰূপে বন্ধ নহ’ব। ৪০ কেবিপিএছ গতিৰে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব।

দেশজুৰি বিএছএনএলে ৪জি নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আছে। কোম্পানীটোৱে শীঘ্ৰে ৫জি নেটৱৰ্ক মুকলি কৰাৰ লক্ষ্যৰে কাম কৰি আছে। গ্ৰাহকে আৰু অধিক দ্ৰুত আৰু উন্নত ইণ্টাৰনেট সেৱা লাভ কৰিব। মুঠতে যদি আপুনি সুলভ আৰু নিৰ্ভৰযোগ্য টেলিকম সেৱা বিচাৰে, তেন্তে বি এছ এন এল যথেষ্ট ভাল আৰু ইয়াৰ ৩৪৫ টকীয়া পৰিকল্পনা আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে।

এবছৰৰ ৰিচাৰ্জ প্লেনটোও সৰ্বোত্তম

একে সময়তে যদি আপুনি অধিক বৈধতা থকা অধিক ডাটা থকা প্লেন বিচাৰে, তেন্তে আপুনি বিএছএনএলে আগবঢ়োৱা ২৯৯৯ টকাৰ ৰিচাৰ্জ প্লেনটোও ল’ব পাৰে৷ যাৰ বৈধতা ৩৬৫ দিন। এই বিশেষ প্লেনত আপুনি প্ৰতিদিনে 3GB ডাটা আৰু 4G নেটৱৰ্ক পাব। ইয়াৰ উপৰিও আনলিমিটেড কলিং আৰু দৈনিক ১০০ এছএমএছৰ সুবিধাও এই পৰিকল্পনাত উপলব্ধ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

July 25, 2026
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

July 25, 2026
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
Next Post
আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা

আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা

এয়াৰটেলে দিছে ধামাকা প্লেন! এমাহৰ বাবে একেবাৰেই সস্তাত দিছে ৩টা ডাটা প্লেন

এয়াৰটেলে দিছে ধামাকা প্লেন! এমাহৰ বাবে একেবাৰেই সস্তাত দিছে ৩টা ডাটা প্লেন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.