• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা

আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা

2 years ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

5 minutes ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

40 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

1 hour ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

2 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

3 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

5 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

5 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

7 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

8 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

8 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা

আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা

editor by editor
October 16, 2024
in জীৱনশৈলী
0
আপুনি ৫কোটিৰ মালিক হ’বঃ এইদৰে বিনিয়োগ কৰক, কোটিপতি সাধাৰণ কথা
0
SHARES
475
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাৰ প্ৰায় সকলোৰেই কোটিপতি হোৱাৰ সপোন থাকে৷ কিন্তু অলপ সময়তে বেছি ধন উপাৰ্জন কৰি কোটিপতি হোৱা সম্ভৱ নহয়৷ সঠিক বিনিয়োগৰ প্লেনেহে এই কোটিপতি হোৱাৰ সপোন বাস্তৱায়ন কৰে৷ কিন্তু আপুনি কেনেকৈ বিনিয়োগ কৰি খুব বেছি সময় নোলোৱাকৈ ৫কোটিৰ মালিক হ’ব পাৰিব?

বহুতেই ষ্টক মাৰ্কেট সম্পৰ্কে নাজানে সেয়ে মিউছুৱেল ফাণ্ডতেই বিনিয়োগ কৰে৷ এই নিয়মতো এজন ব্যক্তি আৰামত কোটিপতি হ’ব পাৰে৷ বিশেষজ্ঞই কয় যে মিউচুৱেল ফাণ্ডত বিনিয়োগ দীৰ্ঘম্যাদী লাভদায়ক৷ মিউছুৱেল ফাণ্ডত মাহেকীয়া বিনিয়োগৰ বাবে এক নিৰ্দিষ্ট হাৰত ধনৰ প্ৰয়োজন৷ এছ আই পিত মাহেকীয়া বিনিয়োগ কৰিব পাৰি৷ SIPত বিনিয়োগৰ বাবে কোনো সৰ্বোচ্ছ সীমা নাই৷ যাৰ যিমান আয় সেই অনুযায়ী প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ টকা SIPত বিনিয়োগ কৰিব পাৰি৷

৫ কোটি টকা জমা কৰিলে কিমান বিনিয়োগ কিমান টকা বিনিয়োগ কৰিব লাগিব? কিমান বছৰ ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব? SIPৰ মাধ্যমেৰে ৫কোটি টকাৰ ফাণ্ড মিউছুৱেল ফাণ্ডৰ এক অনুমোদিত সুদৰ হাৰ বজাৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে৷ দীৰ্ঘম্যাদী বাৰ্ষিক ১২ শতাংশ হাৰত সুদ পোৱা যাব৷ আৰু SIPৰ মাধ্যমেৰে ৫ কোটি টকাৰ ফাণ্ড আপুনি গঢ়ি তুলিবলৈ ২০ বছৰ ধৰি মাহেকীয়াভাৱে ৫০,০০০ টকা SIPত জমা কৰিব লাগিব৷

এই সুদৰ হাৰ ২৫ বছৰত ৫কোটি টকাৰ ফাণ্ড গঢ়ি তুলিবলৈ মাহেকীয়াভাৱে ২৬,৫০০টকাৰ SIP গঢ়ি তুলিব লাগিব৷ এই সুদৰ হাৰ ৩০ বছৰ ৫কোটি টকাৰ ফাণ্ড গঢ়ি তুলিবলৈ মাহিলী ১৪,৫০০ টকাৰ SIP  কৰিব লাগিব৷ এইধৰণে প্ৰতিমাহে ৫০,০০০, ২৬,৫০০ বা ১৪৫০০ টকা SIP ত বিনিয়োগ কৰি ২০,২৫ আৰু ৩০ বছৰ ১২ শতাংশ সুদৰ হাৰত প্ৰায় ৫কোটি টকাৰ ফাণ্ড গঢ়ি তুলিব পাৰে৷

উল্লেখ্য যে নিফটি ইনডেক্স ফাণ্ডে বিগত ৫ বছৰত ১৮ শতাংশ বাৰ্ষিক ৰিটাৰ্ণ দিছে৷ অন্যহাতে মাল্টি কেপ মিউছুৱেল ফাণ্ডত বিগত ৫ বছৰত ২৫ শতাংশ বেছি ৰিটাৰ্ণ দিছে৷ ইয়াৰোপৰি অন্যান্য ইকুইটি মিউছুৱেল ফাণ্ড স্কিমত ভাল ৰিটাৰ্ণ দিছে৷ এইক্ষেত্ৰত মনত ৰাখিব লাগিব যে বিনিয়োগকাৰীসকলে বিনিয়োগ কৰি যাব লাগিব৷ বহু বিনিয়োগকাৰীয়ে এবছৰ ৰাখিয়েই সেই ধন উঠাইয়ো লয়৷ এইক্ষেত্ৰত মনত ৰাখিব লাগিব যে, বিনিয়োগ আপুনি বন্ধ কৰিব নালাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক
জীৱনশৈলী

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

September 12, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?
জীৱনশৈলী

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

September 12, 2026
Next Post
এয়াৰটেলে দিছে ধামাকা প্লেন! এমাহৰ বাবে একেবাৰেই সস্তাত দিছে ৩টা ডাটা প্লেন

এয়াৰটেলে দিছে ধামাকা প্লেন! এমাহৰ বাবে একেবাৰেই সস্তাত দিছে ৩টা ডাটা প্লেন

দৈনিক ৰাশিফল- আজি তুলা সংক্ৰান্তিত বিশেষ যোগ, কোন কোন ৰাশিৰ ভাগ্যত কি কি আছে

দৈনিক ৰাশিফল- আজি তুলা সংক্ৰান্তিত বিশেষ যোগ, কোন কোন ৰাশিৰ ভাগ্যত কি কি আছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.