• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?

লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?

1 year ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

1 hour ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

3 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

4 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

5 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

6 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

6 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

7 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

8 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

16 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?

লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?

editor by editor
October 17, 2024
in Uncategorized, জীৱনশৈলী
0
লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?
0
SHARES
9.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৭ অক্টোবৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই মীন ৰাশি ত্যাগ কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব। বৈদিক পঞ্জিকা অনুসৰি আজি আহিনৰ পূৰ্ণিমা বা শাৰদ পূৰ্ণিমা তিথি। এই তিথিক কোজাগৰী লক্ষ্মীপূজা বুলিও কোৱা হয়। আজি বিয়লি ৪বাজি ৫৫ মিনিট পৰ্যন্ত পূৰ্ণিমা পৰিছে। আজিও বহুতৰে ঘৰত কোজাগৰী লক্ষ্মীপূজা পালিত হব। ইয়াৰোপৰি আজি সূৰ্যই কন্যা ৰাশি ত্যাগ কৰি তুলা ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষ গণনা অনুসৰি কাইলৈ হৰ্ষণা যোগ আৰু বজ্ৰ যোগৰ প্ৰভাৱ থাকিব। আজি থাকিব প্ৰথমে ৰেবতী আৰু পাছত অশ্বিনী নক্ষত্ৰৰ প্ৰভাৱ। এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব। হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে বিষ্ণুৰ প্ৰিয় দিন। জ্যোতিষ গণনা অনুসৰি  কোনো কোনো ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব। জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

১৭ অক্টোবৰত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব বৃষ ৰাশিত জাতকৰ। আপোনাৰ সাহস, আত্মবিশ্বাস আৰু ধৈৰ্য্য তুংগত থাকিব। শত্ৰুৱে  বৃষ ৰাশিৰ জাতকৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিব। জনসেৱামূলক কামত কাইলৈ অংশ লব পাৰে। চাকৰিৰ বাবে চেষ্টা কৰিলে কোনো বন্ধুৰ সহায়ত ভাল চাকৰি পাব পাৰে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব।

সিংহ ৰাশি

১৭ অক্টোবৰ কোজাগৰী পূৰ্ণিমাত ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ। সমৃদ্ধিৰ দেৱীৰ কৃপাত আজি আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। সম্পত্তিৰ লেনদেন কৰিবলৈ আজিৰ দিনটো আপোনাৰ বাবে শুভ। দাম্পত্য জীৱনত আজি সুখ আৰু প্ৰেম বৰ্তি থাকিব। প্ৰয়োজনৰ সময়ত জীৱন সংগীক নিজৰ কাষত পাব আপুনি। সিংহ ৰাশিৰ জাতক যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হব পাৰে।

তুলা ৰাশি

আজি নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে। আজি প্ৰচুৰ আনন্দ আপুনি উপলব্ধি কৰিব পাৰিব। ঘৰত বাহন ক্ৰয়ৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হব আপোনাৰ। পেছাগত জীৱনত কিছু শুভ পৰিবৰ্তন আহিব পাৰে। পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে। কোনো ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে।

ধনু ৰাশি

বজ্ৰ যোগৰ প্ৰভাৱত আজি ধন লাভ কৰিব পাৰে ধনু ৰাশিৰ জাতকে। আজি আপোনাৰ আৰ্থিক পৰিস্থিতি শুভ আৰু শক্তিশালী হব। সকলো কামতেই প্ৰচুৰ সাফল্য লাভ কৰিব। পৰিয়ালৰ সৈতে আজি সুন্দৰ সময় কটাব পাৰে। ইয়াৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তি থাকিব। যিসকলে নতুন চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকে চাকৰি লাভ কৰিব। কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক উন্নীত হব।

মীন ৰাশি

আজি হৰ্ষণা যোগৰ শুভ প্ৰভাৱত মা লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষিত হব মীন ৰাশিৰ জাতকৰ ওপৰত। ধৰ্মীয় বিষয়ত আজি আগ্ৰহ বাঢ়িব আপোনাৰ। ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হব পাৰে। আজি আপোনাৰ ব্যৱহাৰ আকৰ্ষণীয় হৈ উঠিব। ইয়াৰ ফলত ঘৰৰ সকলোৰে সৈতে সু সম্পৰ্ক বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ। কৰ্মক্ষেত্ৰত লাভৱান হব। আৰ্থিকভাৱে লাভ বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?
ভাৰত

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

March 19, 2026
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য
জীৱনশৈলী

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

March 19, 2026
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Next Post
গাড়ীৰ পাছে পাছে দৌৰি আছিল অনুৰাগী, তেনেতে হিটমেনে কৰিলে আচৰিত কাম

গাড়ীৰ পাছে পাছে দৌৰি আছিল অনুৰাগী, তেনেতে হিটমেনে কৰিলে আচৰিত কাম

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ'ব অসমৰ ভিত্তিবৰ্ষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.