• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?

লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?

2 years ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

16 minutes ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

1 hour ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

2 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

4 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

15 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

16 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

16 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

17 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

17 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?

লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?

editor by editor
October 17, 2024
in Uncategorized, জীৱনশৈলী
0
লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?
0
SHARES
9.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৭ অক্টোবৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই মীন ৰাশি ত্যাগ কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব। বৈদিক পঞ্জিকা অনুসৰি আজি আহিনৰ পূৰ্ণিমা বা শাৰদ পূৰ্ণিমা তিথি। এই তিথিক কোজাগৰী লক্ষ্মীপূজা বুলিও কোৱা হয়। আজি বিয়লি ৪বাজি ৫৫ মিনিট পৰ্যন্ত পূৰ্ণিমা পৰিছে। আজিও বহুতৰে ঘৰত কোজাগৰী লক্ষ্মীপূজা পালিত হব। ইয়াৰোপৰি আজি সূৰ্যই কন্যা ৰাশি ত্যাগ কৰি তুলা ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষ গণনা অনুসৰি কাইলৈ হৰ্ষণা যোগ আৰু বজ্ৰ যোগৰ প্ৰভাৱ থাকিব। আজি থাকিব প্ৰথমে ৰেবতী আৰু পাছত অশ্বিনী নক্ষত্ৰৰ প্ৰভাৱ। এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব। হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে বিষ্ণুৰ প্ৰিয় দিন। জ্যোতিষ গণনা অনুসৰি  কোনো কোনো ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব। জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

১৭ অক্টোবৰত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব বৃষ ৰাশিত জাতকৰ। আপোনাৰ সাহস, আত্মবিশ্বাস আৰু ধৈৰ্য্য তুংগত থাকিব। শত্ৰুৱে  বৃষ ৰাশিৰ জাতকৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিব। জনসেৱামূলক কামত কাইলৈ অংশ লব পাৰে। চাকৰিৰ বাবে চেষ্টা কৰিলে কোনো বন্ধুৰ সহায়ত ভাল চাকৰি পাব পাৰে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব।

সিংহ ৰাশি

১৭ অক্টোবৰ কোজাগৰী পূৰ্ণিমাত ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ। সমৃদ্ধিৰ দেৱীৰ কৃপাত আজি আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। সম্পত্তিৰ লেনদেন কৰিবলৈ আজিৰ দিনটো আপোনাৰ বাবে শুভ। দাম্পত্য জীৱনত আজি সুখ আৰু প্ৰেম বৰ্তি থাকিব। প্ৰয়োজনৰ সময়ত জীৱন সংগীক নিজৰ কাষত পাব আপুনি। সিংহ ৰাশিৰ জাতক যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হব পাৰে।

তুলা ৰাশি

আজি নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে। আজি প্ৰচুৰ আনন্দ আপুনি উপলব্ধি কৰিব পাৰিব। ঘৰত বাহন ক্ৰয়ৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হব আপোনাৰ। পেছাগত জীৱনত কিছু শুভ পৰিবৰ্তন আহিব পাৰে। পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে। কোনো ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে।

ধনু ৰাশি

বজ্ৰ যোগৰ প্ৰভাৱত আজি ধন লাভ কৰিব পাৰে ধনু ৰাশিৰ জাতকে। আজি আপোনাৰ আৰ্থিক পৰিস্থিতি শুভ আৰু শক্তিশালী হব। সকলো কামতেই প্ৰচুৰ সাফল্য লাভ কৰিব। পৰিয়ালৰ সৈতে আজি সুন্দৰ সময় কটাব পাৰে। ইয়াৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তি থাকিব। যিসকলে নতুন চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকে চাকৰি লাভ কৰিব। কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক উন্নীত হব।

মীন ৰাশি

আজি হৰ্ষণা যোগৰ শুভ প্ৰভাৱত মা লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষিত হব মীন ৰাশিৰ জাতকৰ ওপৰত। ধৰ্মীয় বিষয়ত আজি আগ্ৰহ বাঢ়িব আপোনাৰ। ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হব পাৰে। আজি আপোনাৰ ব্যৱহাৰ আকৰ্ষণীয় হৈ উঠিব। ইয়াৰ ফলত ঘৰৰ সকলোৰে সৈতে সু সম্পৰ্ক বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ। কৰ্মক্ষেত্ৰত লাভৱান হব। আৰ্থিকভাৱে লাভ বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

October 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

October 22, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

October 22, 2026
Next Post
গাড়ীৰ পাছে পাছে দৌৰি আছিল অনুৰাগী, তেনেতে হিটমেনে কৰিলে আচৰিত কাম

গাড়ীৰ পাছে পাছে দৌৰি আছিল অনুৰাগী, তেনেতে হিটমেনে কৰিলে আচৰিত কাম

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ ভিত্তিবৰ্ষ

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান, ১৯৭১ চনৰ ২৫ মাৰ্চেই হ'ব অসমৰ ভিত্তিবৰ্ষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.