• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ মাহ পূৰ্বে নহয়, এতিয়াৰ পৰা কেৱল ৬০ দিন পূৰ্বেহে কৰিব পাৰিব ৰে’লৰ টিকট, পঢ়ক সবিশেষ

৪ মাহ পূৰ্বে নহয়, এতিয়াৰ পৰা কেৱল ৬০ দিন পূৰ্বেহে কৰিব পাৰিব ৰে’লৰ টিকট, পঢ়ক সবিশেষ

2 years ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

39 minutes ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

1 hour ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

3 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

4 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

5 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

6 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

6 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

7 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

7 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

8 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

9 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৪ মাহ পূৰ্বে নহয়, এতিয়াৰ পৰা কেৱল ৬০ দিন পূৰ্বেহে কৰিব পাৰিব ৰে’লৰ টিকট, পঢ়ক সবিশেষ

editor by editor
October 17, 2024
in অসম, উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত
0
৪ মাহ পূৰ্বে নহয়, এতিয়াৰ পৰা কেৱল ৬০ দিন পূৰ্বেহে কৰিব পাৰিব ৰে’লৰ টিকট, পঢ়ক সবিশেষ
0
SHARES
960
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪ মাহ পূৰ্বে নহয়, এতিয়াৰ পৰা কেৱল ৬০ দিন পূৰ্বেহে কৰিব পাৰিব ৰে’লৰ টিকট, পঢ়ক সবিশেষ

ভাৰতীয় ৰে’লৱেৰ টিকট বুকিঙৰ নিয়ম সলনি। এতিয়া ৪ মাহ তথা ১২০ দিনৰ সলনি ৬০ দিন আগতীয়াকৈ টিকট বুকিং কৰিব পাৰিব। আজি বৃহস্পতিবাৰ ১৭ অক্টোবৰ তাৰিখে ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি এতিয়া আগতীয়াকৈ সংৰক্ষণৰ সময়সীমা হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত মানুহে আগতীয়াকৈ টিকট বুকিং কৰিবলৈ কম সময় পাব।

ৰে’লৱেই এই অধিসূচনাত উল্লেখ কৰিছে যে ২০২৪ চনৰ ১ নৱেম্বৰৰ পৰা ৰে’লত আগতীয়াকৈ সংৰক্ষণৰ বাবে বৰ্তমানৰ সময়সীমা ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হ’ব। অৱশ্যে ২০২৪ চনৰ ৩১ অক্টোবৰলৈকে ১২০ দিনৰ এ আৰ পিৰ অধীনত কৰা সকলো বুকিং অক্ষত অৱস্থাত থাকিব। নৱেম্বৰৰ পৰা কৰা বুকিঙৰ ক্ষেত্ৰত এই নতুন নিয়ম প্ৰযোজ্য হ’ব।

তাজৰ দৰে কিছু দিনৰ বাবে চলা এক্সপ্ৰেছ ৰে’লৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহ’ব বুলিও উল্লেখ কৰিছে ৰে’লৱেই। এক্সপ্ৰেছ, গোমটি এক্সপ্ৰেছ আদিত আগতীয়াকৈ ৰিজাৰ্ভচনৰ সময়সীমা কম। ইয়াৰ বাহিৰেও বিদেশী পৰ্যটকৰ বাবে ৩৬৫ দিনৰ সীমাৰ বিষয়ত কোনো পৰিৱৰ্তন নহ’ব বুলি উল্লেখ কৰে ৰে’ল কৰ্তৃপক্ষই।

এতিয়ালৈকে মানুহে ১২০ দিন আগতেই টিকট বুকিং কৰাৰ সুযোগ পাইছিল। ইয়াৰ বাবে সময়মতে টিকট বুকিং আৰু টিকট নিশ্চিত কৰিবলৈ যথেষ্ট সময় আছিল যদিও ৬০ দিনৰ সময়সীমাৰ বাবে হঠাতে বুকিঙৰ বাবে কিছু দিগদাৰ হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত। ৱেইটিং টিকটৰ বাবে কনফাৰ্ম হোৱাৰ সম্ভাৱনাও কম হ’ব। পূৰ্বাঞ্চল আৰু বিহাৰৰ পথত ৰিজাৰ্ভচন চাৰিমাহ আগতেই সম্পূৰ্ণ হৈ উঠে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian RailwayIndian Railway TransportIndian TransportrailwayRailway Change Rule
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক
জীৱনশৈলী

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

July 24, 2026
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!
বাণিজ্য

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

July 24, 2026
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?
ভাৰত

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

July 24, 2026
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?
ভাৰত

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

July 24, 2026
Next Post
কি ভুলে গুৱাহাটীৰ ED কাৰ্যালয় পোৱালেহি বলীউড অভিনেত্ৰী তামান্না ভাটিয়াক? জানক A To Z

কি ভুলে গুৱাহাটীৰ ED কাৰ্যালয় পোৱালেহি বলীউড অভিনেত্ৰী তামান্না ভাটিয়াক? জানক A To Z

দৈনিক ৰাশিফল- আজি কাৰ্তিক কৃষ্ণ প্ৰতিপদত সৰ্বাৰ্থ সিদ্ধি যোগ, কেইবাটাও ৰাশিৰ সৌভাগ্যৰে ভৰা হ’ব জীৱন

দৈনিক ৰাশিফল- আজি কাৰ্তিক কৃষ্ণ প্ৰতিপদত সৰ্বাৰ্থ সিদ্ধি যোগ, কেইবাটাও ৰাশিৰ সৌভাগ্যৰে ভৰা হ'ব জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.