• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি ভুলে গুৱাহাটীৰ ED কাৰ্যালয় পোৱালেহি বলীউড অভিনেত্ৰী তামান্না ভাটিয়াক? জানক A To Z

কি ভুলে গুৱাহাটীৰ ED কাৰ্যালয় পোৱালেহি বলীউড অভিনেত্ৰী তামান্না ভাটিয়াক? জানক A To Z

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

9 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

10 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

10 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

11 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

11 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

12 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

12 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

13 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

14 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

15 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

16 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কি ভুলে গুৱাহাটীৰ ED কাৰ্যালয় পোৱালেহি বলীউড অভিনেত্ৰী তামান্না ভাটিয়াক? জানক A To Z

কি ভুলে গুৱাহাটীৰ ED কাৰ্যালয় পোৱালেহি বলীউড অভিনেত্ৰী তামান্না ভাটিয়াক? জানক A To Z

editor by editor
October 17, 2024
in জীৱনশৈলী
0
কি ভুলে গুৱাহাটীৰ ED কাৰ্যালয় পোৱালেহি বলীউড অভিনেত্ৰী তামান্না ভাটিয়াক? জানক A To Z
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অভিনেত্ৰী তমন্না ভাটিয়া অসম পালেহি। কোনো শ্বুটিং বা ফুৰিবলৈ তামান্না অসমলৈ অহা নাই। বিপদেহে অসমলৈ টানি আনিছে তামান্নাক। মহাদেৱ বেটিং এপ গোচৰত তেওঁৰ ওপৰত জেৰা চলাই আছে ইডিয়ে।  প্রতিবেদন অনুসৰি তমান্না ভাটিয়াৰ বিৰুদ্ধে মহাদেৱ এপত আই পি এলৰ খেলসমূহ অবৈধভাৱে প্রচাৰৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ বাবেই তদন্তকাৰী সংস্থাই মাতি আনি গুৱাহাটীৰ ইডি কাৰ্যালয়ত জেৰা চলাইছে তামান্নাক। 

গুৱাহাটীত ইডিয়ে জেৰা কৰিছে তামান্নাক। বলীউডৰ ছবি ষ্ট্ৰী-২ৰ ‘আজ কি ৰাত’ গীতটোৰ পাছতেই অধিক জনপ্ৰিয় তামান্না এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে ইডিৰ জেৰাৰ বাবেহে। মহাদেৱ বেটিং এপৰ ​​গোচৰত ইডিয়ে বলিউডৰ তাৰকাৰ ওপৰত বহুদিন ধৰি চকু ৰাখিছে। এই গোচৰত ১৭ গৰাকী বলীউড অভিনেতাক জেৰা কৰিছে ইডিয়ে। এই গোচৰত কমেডিয়ান কপিল শৰ্মাকো চমন দিয়া হৈছিল।  এইবাৰ দ্বিতীয়বাৰৰ বাবে ইডিয়ে তমান্মা ভাটিয়াক চমন পঠিয়াইছে। ইডিৰ চমন লাভ কৰিয়েই গুৱাহাটীত উপস্থিত হৈছে তামান্না।

এপ্ৰিল মাহতো তদন্তৰ বাবে ইডিয়ে মাতিছিল তামান্নাক 

এপ্ৰিল মাহত তমান্না ভাটিয়াক মহাদেৱৰ সহযোগী প্ৰতিষ্ঠান ফেয়াৰপ্লে এপত আই পি এলৰ মেচ প্ৰচাৰ কৰাৰ অভিযোগত চমন দিয়া হৈছিল। মহাৰাষ্ট্ৰ চাইবাৰ চেলে তেওঁক সোধা-পোছাৰ বাবে মাতিছিল। জানিব পৰা মতে মহাদেৱ বেটিং এপ গোচৰত ১৫ হাজাৰ কোটি টকাৰ কেলেংকাৰিৰ তদন্ত চলাই আছে তদন্তকাৰী সংস্থাই। ৬ দিন পূৰ্বে ডুবাইত গ্ৰেপ্তাৰ হৈছে মহাদেৱ এপৰ স্বত্বাধিকাৰী সৌৰভ চন্দ্ৰকাৰ।

তামন্না ভাটিয়া ফেয়াৰপ্লে এপৰ সৈতেও জড়িত আছিল

অফিচিয়েল ব্ৰডকাষ্টাৰ ভেকম ১৮ৰ অনুমতি অবিহনে আই পি এলৰ মেচসমূহ অবৈধভাৱে ষ্ট্ৰীমিং কৰাৰ অভিযোগ আছে ফেয়াৰপ্লে এপৰ বিৰুদ্ধে। যাৰ বাবে চৰকাৰী সম্প্ৰচাৰকে এই সম্প্ৰচাৰ কৰি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। খবৰ অনুসৰি তমান্না ভাটিয়া ফেয়াৰপ্লে এপৰ সৈতেও জড়িত আছিল। এই এপটোৰ ফলতেই ভায়াকমৰ ১ কোটি টকা লোকচান হৈছে। মহাদেৱ বেটিং এপ কেলেংকাৰীত ৩৮ জনতকৈ অধিক লোকৰ নাম জড়িত থকাৰ খবৰ ভাইৰেল হৈছিল। ছত্তীশগড়ৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু ভূপেশ বাঘেলেও অভিযুক্তক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে তেওঁ এই অভিযোগ অস্বীকাৰ কৰি বিৰোধীৰ ওপৰত এয়া শাসকীয় দলৰ ষড়যন্ত্ৰ আখ্যা দিছিল ভূপেশ বাঘেলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
Next Post
দৈনিক ৰাশিফল- আজি কাৰ্তিক কৃষ্ণ প্ৰতিপদত সৰ্বাৰ্থ সিদ্ধি যোগ, কেইবাটাও ৰাশিৰ সৌভাগ্যৰে ভৰা হ’ব জীৱন

দৈনিক ৰাশিফল- আজি কাৰ্তিক কৃষ্ণ প্ৰতিপদত সৰ্বাৰ্থ সিদ্ধি যোগ, কেইবাটাও ৰাশিৰ সৌভাগ্যৰে ভৰা হ'ব জীৱন

ইজৰাইলৰ বৃহৎ সফলতা, দায়েফ-হানিয়াৰ পাছত এইবাৰ হিজবুল্লাহৰ কমাণ্ডাৰ সিনৱাৰৰ নিধন

ইজৰাইলৰ বৃহৎ সফলতা, দায়েফ-হানিয়াৰ পাছত এইবাৰ হিজবুল্লাহৰ কমাণ্ডাৰ সিনৱাৰৰ নিধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.