• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

2 years ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

10 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

11 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

11 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

12 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

13 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

14 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

14 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

15 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

15 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

17 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

17 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

editor by editor
October 22, 2024
in বিবিধ, ভাৰত
0
দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ
0
SHARES
925
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বৰ্ষত ৩১ ডিচেম্বৰ ২০২৪ত দেৱালী৷ এইবাৰ দীপাৱলিৰ পূৰ্বেই চৰকাৰৰ তৰফৰ পৰা চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ৷ ইয়াৰ পূৰ্বেই চৰকাৰে একাংশ লোকক বিনামূলীয়াকৈ চিলিণ্ডাৰ দিয়াৰ সিদ্ধান্ত হৈছে৷ কোন ৰাজ্যৰ চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে?

বিগত বৰ্ষতো উত্তৰপ্ৰদেশ চৰকাৰে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিয়াৰ কথা ঘোষণা কৰিছিল৷ এইবাৰো বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিব যোগী চৰকাৰে৷ এইবাৰ ১.৮৬ কোটি পৰিয়ালক বিনামূলীয়াকৈ চিলিণ্ডাৰ প্ৰদান কৰিব যোগী চৰকাৰে৷ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত দীপাৱলীৰ পূৰ্বেই বিনামূলীয়াকৈ এল পি জি চিলিণ্ডাৰ যোগান ধৰাৰ সিদ্ধান্ত লৈছে৷

কিমান চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়া হ’ব?

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত হোলী উপলক্ষেও হিতাধিকাৰীসকলক বিনামূলীয়া এল পি জি চিলিণ্ডাৰ বিতৰণ কৰা হয়। এইবাৰ দীপাৱলীত বিনামূলীয়াকৈ দিয়া হৈছে চিলিণ্ডাৰ। বিগত বৰ্ষত দেৱালীৰ দিনা উজ্জ্বলা আঁচনিৰ অধীনত ১.৮৫ কোটি হিতাধিকাৰী পৰিয়াল আৰু ৮৫ লাখৰো অধিক মহিলাক বিনামূলীয়া চিলিণ্ডাৰ দিয়া হৈছিল। এইবাৰ ১.৮৬ কোটি হিতাধিকাৰী পৰিয়ালক বিনামূলীয়া চিলিণ্ডাৰ দিয়া হ’ব৷

চৰকাৰে ব্যয় কৰিছে ১৮৯০ কোটি টকা

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত দীপাৱলীত ১.৮৬ কোটি হিতাধিকাৰী পৰিয়ালক বিনামূলীয়া চিলিণ্ডাৰ প্ৰদানৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে৷ এই আঁচনিৰ বাবে ব্যয় কৰা হৈছে ১৮৯০ কোটি টকা। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত চিলিণ্ডাৰত আছে বিশেষ ৰাজসাহায্য৷

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কি?

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ ১ মে’ৰ পৰা আৰম্ভ কৰিছিল৷ এই আঁচনিৰ অধীনত উত্তৰ প্ৰদেশৰ বহু লোকে বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিছে৷ মহিলা সৱলীকৰণ আৰু অৰ্থনৈতিক শক্তি বৃদ্ধিৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছিল। বিশেষকৈ গ্ৰামাঞ্চলত ৰন্ধন প্ৰণালীৰ বাবে গেছৰ ব্যৱহাৰৰ প্ৰচাৰৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছিল৷ এই আঁচনিৰ অধীনত যোগ্য পৰিয়ালক এল পি জি চিলিণ্ডাৰ দি অহা হৈছে৷ ইয়াৰ উপৰিও প্ৰতিমাহে এল পি জি চিলিণ্ডাৰত হিতাধিকাৰীক ৩০০ টকাৰ ৰাজসাহায্যও দিয়া হয়।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
আগন্তুক বৰ্ষত প্ৰচুৰ আৰ্থিক উন্নতি এই ৪ৰাশিৰ জাতকৰ

আগন্তুক বৰ্ষত প্ৰচুৰ আৰ্থিক উন্নতি এই ৪ৰাশিৰ জাতকৰ

১০০ বছৰ পাছত ধনতেৰচত শুভ যোগ! ২ৰাশিৰ ভাৱিব নোৱাৰা উন্নতি

১০০ বছৰ পাছত ধনতেৰচত শুভ যোগ! ২ৰাশিৰ ভাৱিব নোৱাৰা উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.