• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক বৰ্ষত প্ৰচুৰ আৰ্থিক উন্নতি এই ৪ৰাশিৰ জাতকৰ

আগন্তুক বৰ্ষত প্ৰচুৰ আৰ্থিক উন্নতি এই ৪ৰাশিৰ জাতকৰ

2 years ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

57 minutes ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

2 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

2 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

4 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

4 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

5 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

6 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

7 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

19 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

19 hours ago
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

20 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক বৰ্ষত প্ৰচুৰ আৰ্থিক উন্নতি এই ৪ৰাশিৰ জাতকৰ

আগন্তুক বৰ্ষত প্ৰচুৰ আৰ্থিক উন্নতি এই ৪ৰাশিৰ জাতকৰ

editor by editor
October 22, 2024
in জীৱনশৈলী
0
আগন্তুক বৰ্ষত প্ৰচুৰ আৰ্থিক উন্নতি এই ৪ৰাশিৰ জাতকৰ
0
SHARES
12.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজত মাত্ৰ দুটা মাহ৷ আৰম্ভ হ’ব ২০২৫ বৰ্ষ৷ জ্যোতিষ গণনা অনুসৰি আগন্তুক বৰ্ষত কেইটামান ৰাশিৰ জাতকৰ প্ৰচুৰ আৰ্থিক লাভ হ’ব৷ আগন্তুক বৰ্ষত ধন টকা পইছাৰ দিশত ভাগ্য খুলিব এইকেইটা ৰাশিৰ জাতকৰ৷ নতুন বছৰত অতিৰিক্ত অৰ্থ লাভ কৰাৰ ওপৰিও এটাৰ পাছত আনটো সুযোগ আহিব সন্মুখলৈ৷ জানি থওক ২০২৫ চনত আৰ্থিক উন্নতিৰ চূড়াত থাকিব কোন কোন ৰাশিৰ জাতক?

মেষ ৰাশি

২০২৫ত মেষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ আগন্তুক বছৰৰ প্ৰথম ভাগত অৰ্থনৈতিকভাৱে এওঁলোকে বৃহৎ সাফল্য লাভ কৰিব৷ ১৫মে ২০২৫ পৰ্যন্ত মেষ ৰাশিৰ দ্বিতীয় ঘৰত থাকিব বৃহস্পতি৷ ইয়াৰ পাছত মেষ ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব গুৰু গ্ৰহে৷ ইয়াৰ ফলত বৃহৎ উন্নতি হ’ব আপোনাৰ৷ মেষৰ জাতকৰ জীৱনৰ সকলো আৰ্থিক সংকট দূৰ হ’ব৷

বৃষ ৰাশি

জ্যোতিষ গণনাত দেখা গৈছে যে ২০২৫ চনৰ মেৰ পৰা জুলাই মাহৰ ভিতৰত জীৱনৰ সকলোতকৈ বেছি আৰ্থিক লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত বৃষ ৰাশিৰ একাদশ ঘৰত থাকিব শনি৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ ২০২৫ৰ মে মাহৰ পাছত বৃহস্পতিৰ প্ৰভাৱত অৰ্থলাভ হ’ব বৃষৰ জাতকৰ৷ বিনিয়োগৰ বাবে এই সময় শুভ৷

কৰ্কট ৰাশি

২০২৫ৰ এপ্ৰিল পৰ্যন্ত অৰ্থনৈতিকভাৱে শুভ সময় কটাব কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ৰ মাজত আপুনি প্ৰচুৰ ধন উপাৰ্জন কৰিব পাৰিব৷ এই সময়ত উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰিব৷ কোনো সুখবৰ পাব পাৰে৷ ২০২৫ৰ মে মাহত কৰ্কট ৰাশিৰ দ্বিতীয় ঘৰত কেতু আৰু অষ্টম ঘৰত ৰাহুৰ উপস্থিতিৰ কাৰণে পৰিস্থিতি কিছু বেয়া হ’ব৷ এই সময়ত আপুনি সাৱধানে থকা দৰকাৰ৷

বৃশ্চিক ৰাশি

মে ২০২৫ৰ পৰা আৰ্থিক পৰিস্থিতিত উন্নতিৰ জোৱাৰ আহিব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ৰ ভিতৰত আপুনি মোটা টকা উপাৰ্জন কৰিব পাৰিব৷ নিজৰ সকলো কাম আপুনি সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব৷ সন্মুখৰ বছৰ মে মাহত বৃশ্চিক ৰাশিৰ নৱম ঘৰত আহিব বৃহস্পতি৷ এই সময়ত আপুনি অৰ্থলাভ কৰিব৷ নিজৰ বেংক বেলেন্স বঢ়াব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

June 15, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

June 15, 2026
মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম
জীৱনশৈলী

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

June 15, 2026
আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!
জীৱনশৈলী

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

June 15, 2026
Next Post
১০০ বছৰ পাছত ধনতেৰচত শুভ যোগ! ২ৰাশিৰ ভাৱিব নোৱাৰা উন্নতি

১০০ বছৰ পাছত ধনতেৰচত শুভ যোগ! ২ৰাশিৰ ভাৱিব নোৱাৰা উন্নতি

৫ বছৰৰ বাবে ৮লাখ ঋণ ল’লে মাহিলী EMI কিমান হ’ব? জানক বিভিন্ন বেংকৰ সুদৰ হাৰ

৫ বছৰৰ বাবে ৮লাখ ঋণ ল’লে মাহিলী EMI কিমান হ’ব? জানক বিভিন্ন বেংকৰ সুদৰ হাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.