• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিঁয়াজ বো/মাই কাল হ’ল! দীপাৱলি উদযাপন কৰা নহ’ল কেইবাটাও পৰিয়ালৰ

1 year ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

12 minutes ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

36 minutes ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

1 hour ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

20 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

21 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

22 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

23 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিঁয়াজ বো/মাই কাল হ’ল! দীপাৱলি উদযাপন কৰা নহ’ল কেইবাটাও পৰিয়ালৰ

পিঁয়াজ বো/মাই কাল হ’ল! দীপাৱলি উদযাপন কৰা নহ’ল কেইবাটাও পৰিয়ালৰ

editor by editor
November 1, 2024
in জীৱনশৈলী, ভাৰত
0
পিঁয়াজ বো/মাই কাল হ’ল! দীপাৱলি উদযাপন কৰা নহ’ল কেইবাটাও পৰিয়ালৰ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলিৰ দিনা অনিয়ন বোমা ক্ৰয় কৰি ঘৰলৈ আহি আছিল এজন যুৱক৷ হেঁপাহ আছিল পৰিয়ালৰ সৈতে দীপাৱলি উদযাপন কৰিব৷ কিন্তু ঘৰলৈ আহি নাপালেহি যুৱকজন৷ অন্ধ্ৰপ্ৰদেশত এই ঘটনা৷ মটৰচাইকেলেৰে আহি থকাৰ সময়তে হঠাৎ বেগত লৈ অহা বোমাকেইটা ফাটি যায়৷ জনা গৈছে যে দীপাৱলি উদযাপনৰ বাবে সুধকৰ নামৰ অন্ধ্ৰপ্ৰদেশৰ এৰলু জিলাৰ যুৱকজনে ক্ৰয় কৰিছিল অনিয়ন বম্ব৷ সেই বমেই হঠাৎ ব্লাষ্ট হয়৷

অন্ধ্ৰপ্ৰদেশৰ সেই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ তাতেই দেখা গৈছে সুধাকৰ নামৰ এই ব্যক্তিয়ে তেওঁ এজন বন্ধুৰ বাইকত ঘৰলৈ আহিছিল৷ আহি থাকোতেই হঠাৎ বিস্ফোৰণ ঘটে৷ ধোঁৱাময় হৈ উঠে চৌদিশ৷ বাইকৰ পিছত পহি থকা বন্ধু আৰু ৰাস্তাত থকা অইন ৬জন লোক এই ঘটনাত আহত হৈছে৷ বৰ্তমান সকলোবোৰ হাস্পতালত ভৰ্তি হৈ আছে৷ ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰিত৷ যিগৰাকী ব্যক্তিয়ে বাইকখন চলাই আছিল অৰ্থাৎ সুধাকৰ এই ঘটনাত থিতাতে নিহত হৈছে৷ এই ঘটনাত দুখন বাহনো ক্ষতিগ্ৰস্থ হৈছে৷

এইবাৰ দীপাৱলিত মাৰ্কেটলৈ অহা পিঁয়াজ বোমা কি?

এই বোমাৰ আকৃতি পিঁয়াজৰ দৰে৷ যি ফাটিলে তীব্ৰ শব্দ হয়৷ সৰু ডিনামাইটৰ দৰে শব্দ আৰু বিস্ফোৰণ ঘটোৱাৰ ক্ষমতা আছে এই বোমাৰ৷ LED লাইটৰ দৰে পোহৰ উৎপন্ন কৰে এই অনিয়ন বোমাই৷ শব্দ আৰু পোহৰৰ তীব্ৰতাৰ কাৰণেই এইবাৰৰ দীপাৱলিত এই পিঁয়াজ বোমাৰ চাহিদা তুংগত উঠিছে৷

অৱশ্যে বিশেষজ্ঞসকলে এই শব্দবাজি ব্যৱহাৰক লৈ সতৰ্ক কৰিছে৷ এই বিস্ফোৰণত জীৱকুলৰ আশংকা কৰিয়েই এয়া নিষিদ্ধ হ’ব লাগে বুলিও দাবী কৰিছে৷ মানুহ মৰাৰো ক্ষমতা আছে এই বোমাৰ৷ ফলত এয়া ব্যৱহাৰ কৰা বিপজ্জনক বুলিও উল্লেখ কৰা হৈছিল৷

এই অনিয়ন বোমা ব্ৰিটেইনৰ সশস্ত্ৰ বাহিনীয়ে ব্যৱহাৰ কৰে৷ সাধাৰণ মানুহে ক্ৰয় কৰাত নিষেধাজ্ঞা জাৰি কৰা আছে ব্ৰিটেইনত৷ সেই ভয়ংকৰ বোমাই এইবাৰ দীপাৱলিত বিক্ৰী কৰা হৈছে ভাৰতত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
জীৱনশৈলী

January 15, 2026
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে
জীৱনশৈলী

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

January 15, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

January 15, 2026
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
জীৱনশৈলী

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

January 15, 2026
Next Post
ভাৰতৰ অৰ্থনীতি সবল হোৱাৰ প্ৰমাণঃ ব্ৰিটেইনৰ পৰা ১ লাখ কিঃগ্ৰাঃ সোণ উভতাই আনিলে ভাৰতে

SBIত ৫বছৰৰ বাবে ৫লাখ টকাৰ FD কৰাৰ পৰিকল্পনা! কিমান টকা ৰিটাৰ্ন পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন