• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…

পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…

2 years ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

2 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

3 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

4 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

5 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

6 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

7 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

7 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

8 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

9 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

9 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

10 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…

editor by editor
November 5, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…

সমগ্ৰ দেশ তোলপাৰ লগোৱা কলিকতা সদৃশ ঘটনা পুনৰ সংঘটিত হৈছে এইখন ভাৰততে। এইবাৰ উত্তৰ প্ৰদেশৰ কানপুৰত এই ঘটনা। এগৰাকী নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি দুষ্কৰ্ম। দেওবাৰে পুৱতিনিশা সংঘটিত হৈছে এই ধৰ্ষণৰ ঘটনা।

ৰাজ্যখনৰ কল্যাণপুৰত অৱস্থিত এখন ব্যক্তিগত চিকিৎসালয়ৰ অপাৰেটৰে নৈশ শ্বিফটত প্ৰশিক্ষণ লৈ থকা এগৰাকী নাৰ্চিং ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি ধৰ্ষণ কৰে। প্ৰতিবাদ কৰিলে হত্যাৰো ভাবুকি দিয়ে ধৰ্ষণকাৰী অপাৰেটৰে।

কিন্তু সোমবাৰে পুৱা নাৰ্চিং ছাত্ৰীগৰাকীয়ে সাহস গোটাই থানাত উপস্থিত হৈ অপাৰেটৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেতিয়াহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। গভীৰ নিশা আৰক্ষীয়ে এই বিষয়ত এফআইআৰ ৰুজু কৰি অভিযুক্ত অপাৰেটৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ছাত্ৰীগৰাকীকো চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

সচেন্দী থানা এলেকাৰ ২২ বছৰীয়া ছাত্ৰীগৰাকী নাৰ্চিং কলেজত জে এন এম দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছে। বিগত কেইদিনমানৰ পৰা এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰশিক্ষণ লৈ আছিল ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীয়ে কয় যে দেওবাৰে নিশা চিকিৎসালয়ত নাইট শ্বিফ্ট আছিল।

পুৱা প্ৰায় চাৰি মান বজাত যেতিয়া অলপ জিৰণী লোৱাৰ উদ্দেশ্যে হস্পিতালৰ ৰেষ্ট ৰুমত যায়। অভিযোগ অনুসৰি, সেই সময়তে শিৱৰাজপুৰৰ সক্ৰেজ নিবাসী চিকিৎসালয় অপাৰেটৰ ইমতিয়াজ ওৰফে ছিটু মনে মনে জিৰণি কক্ষত উপস্থিত হয়।

ইয়াৰ পিছতে ৰেষ্ট ৰুমৰ দুৱাৰখন বন্ধ কৰি তাইক নিৰ্যাতন চলায়। প্ৰতিবাদ কৰিলে হত্যা কৰাৰ ভাবুকি দি হাত বান্ধি মুখত কপাহ ভৰাই ধৰ্ষণ কৰে। সোমবাৰে পুৱা আন কৰ্মচাৰীয়ে চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে ছাত্ৰীগৰাকীয়ে তেওঁৰ সৈতে কাম কৰা আন কৰ্মচাৰীসকলক এই বিষয়ে অৱগত কৰে।

ইয়াৰ পিছত সোমবাৰে পুৱা ছাত্ৰীগৰাকী কল্যাণপুৰ আৰক্ষী থানাত উপস্থিত হৈ বিষয়টোৰ ওপৰত অভিযোগ কৰে। এই সন্দৰ্ভত এচিপি কল্যাণপুৰ অভিষেক কুমাৰ পাণ্ডেই কয় যে অভিযোগৰ ভিত্তিত এটা প্ৰতিবেদন পঞ্জীয়ন কৰি অভিযুক্ত অপাৰেটৰক গ্ৰেপ্তাৰ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kanpur rape Caserape caseRape case Kanpuruttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন
নিয়োগ

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

August 31, 2026
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা
জীৱনশৈলী

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

August 31, 2026
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী
বিনোদন

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

August 31, 2026
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
Next Post
আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট

১০ দিনৰ পাছতে শনিৰ শশ ৰাজযোগে পুনৰ নিজৰ প্ৰভাৱ দেখুৱাব, উন্নীত হ’ব ৫ ৰাশিৰ ভাগ্য

১০ দিনৰ পাছতে শনিৰ শশ ৰাজযোগে পুনৰ নিজৰ প্ৰভাৱ দেখুৱাব, উন্নীত হ’ব ৫ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.