• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…

পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…

9 months ago
পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !

পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !

25 mins ago
মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

1 hour ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

6 days ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

6 days ago
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

6 days ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

6 days ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

6 days ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

6 days ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

6 days ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

7 days ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

7 days ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

7 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 20, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…

editor by editor
November 5, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…

সমগ্ৰ দেশ তোলপাৰ লগোৱা কলিকতা সদৃশ ঘটনা পুনৰ সংঘটিত হৈছে এইখন ভাৰততে। এইবাৰ উত্তৰ প্ৰদেশৰ কানপুৰত এই ঘটনা। এগৰাকী নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি দুষ্কৰ্ম। দেওবাৰে পুৱতিনিশা সংঘটিত হৈছে এই ধৰ্ষণৰ ঘটনা।

ৰাজ্যখনৰ কল্যাণপুৰত অৱস্থিত এখন ব্যক্তিগত চিকিৎসালয়ৰ অপাৰেটৰে নৈশ শ্বিফটত প্ৰশিক্ষণ লৈ থকা এগৰাকী নাৰ্চিং ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি ধৰ্ষণ কৰে। প্ৰতিবাদ কৰিলে হত্যাৰো ভাবুকি দিয়ে ধৰ্ষণকাৰী অপাৰেটৰে।

কিন্তু সোমবাৰে পুৱা নাৰ্চিং ছাত্ৰীগৰাকীয়ে সাহস গোটাই থানাত উপস্থিত হৈ অপাৰেটৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেতিয়াহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। গভীৰ নিশা আৰক্ষীয়ে এই বিষয়ত এফআইআৰ ৰুজু কৰি অভিযুক্ত অপাৰেটৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ছাত্ৰীগৰাকীকো চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

সচেন্দী থানা এলেকাৰ ২২ বছৰীয়া ছাত্ৰীগৰাকী নাৰ্চিং কলেজত জে এন এম দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছে। বিগত কেইদিনমানৰ পৰা এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰশিক্ষণ লৈ আছিল ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীয়ে কয় যে দেওবাৰে নিশা চিকিৎসালয়ত নাইট শ্বিফ্ট আছিল।

পুৱা প্ৰায় চাৰি মান বজাত যেতিয়া অলপ জিৰণী লোৱাৰ উদ্দেশ্যে হস্পিতালৰ ৰেষ্ট ৰুমত যায়। অভিযোগ অনুসৰি, সেই সময়তে শিৱৰাজপুৰৰ সক্ৰেজ নিবাসী চিকিৎসালয় অপাৰেটৰ ইমতিয়াজ ওৰফে ছিটু মনে মনে জিৰণি কক্ষত উপস্থিত হয়।

ইয়াৰ পিছতে ৰেষ্ট ৰুমৰ দুৱাৰখন বন্ধ কৰি তাইক নিৰ্যাতন চলায়। প্ৰতিবাদ কৰিলে হত্যা কৰাৰ ভাবুকি দি হাত বান্ধি মুখত কপাহ ভৰাই ধৰ্ষণ কৰে। সোমবাৰে পুৱা আন কৰ্মচাৰীয়ে চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে ছাত্ৰীগৰাকীয়ে তেওঁৰ সৈতে কাম কৰা আন কৰ্মচাৰীসকলক এই বিষয়ে অৱগত কৰে।

ইয়াৰ পিছত সোমবাৰে পুৱা ছাত্ৰীগৰাকী কল্যাণপুৰ আৰক্ষী থানাত উপস্থিত হৈ বিষয়টোৰ ওপৰত অভিযোগ কৰে। এই সন্দৰ্ভত এচিপি কল্যাণপুৰ অভিষেক কুমাৰ পাণ্ডেই কয় যে অভিযোগৰ ভিত্তিত এটা প্ৰতিবেদন পঞ্জীয়ন কৰি অভিযুক্ত অপাৰেটৰক গ্ৰেপ্তাৰ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kanpur rape Caserape caseRape case Kanpuruttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !
ক্ৰীড়া

পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !

July 20, 2025
মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য
বিবিধ

মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

July 20, 2025
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

July 14, 2025
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

July 14, 2025
Next Post
আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট

১০ দিনৰ পাছতে শনিৰ শশ ৰাজযোগে পুনৰ নিজৰ প্ৰভাৱ দেখুৱাব, উন্নীত হ’ব ৫ ৰাশিৰ ভাগ্য

১০ দিনৰ পাছতে শনিৰ শশ ৰাজযোগে পুনৰ নিজৰ প্ৰভাৱ দেখুৱাব, উন্নীত হ’ব ৫ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.