• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুক্তিৰ পূৰ্বেই ১২০০ কোটি উপাৰ্জন! পুষ্পা-২ত আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক শুনিলে চমকি উঠিব আপুনি

মুক্তিৰ পূৰ্বেই ১২০০ কোটি উপাৰ্জন! পুষ্পা-২ত আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক শুনিলে চমকি উঠিব আপুনি

2 years ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

22 minutes ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

2 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

3 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

3 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

5 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

6 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

15 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

15 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

16 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

16 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুক্তিৰ পূৰ্বেই ১২০০ কোটি উপাৰ্জন! পুষ্পা-২ত আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক শুনিলে চমকি উঠিব আপুনি

মুক্তিৰ পূৰ্বেই ১২০০ কোটি উপাৰ্জন! পুষ্পা-২ত আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক শুনিলে চমকি উঠিব আপুনি

editor by editor
November 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মুক্তিৰ পূৰ্বেই ১২০০ কোটি উপাৰ্জন! পুষ্পা-২ত আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক শুনিলে চমকি উঠিব আপুনি
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁৰ চাউনি, তেওঁৰ কথা কোৱাৰ ভংগিমাৰ পৰা অভিনয়ত মোহিত দৰ্শককুল৷ তেওঁ হৈছে দক্ষিণী অভিনেতা আল্লু অৰ্জুন৷ পুষ্পা ছবিত তেওঁৰ লুক বিশেষ৷ একশ্ব্যন, দুৰ্দান্ত গান আৰু অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ পাৰফৰমেন্সত সকলো মোহিত হৈছে৷ ইয়াৰ সৈতে আকৌ ৰশ্মিকা আৰু আল্লুৰ জুঁটি৷ তিনি বছৰ পূৰ্বে বক্স অফিচৰত তোলপাৰ লগাইছিল পুষ্পাই৷ ২০২১ চনৰ পাছত এইবাৰ ২০২৪ চনত মুক্তি পাব পুষ্পা-২য়ে৷

প্রথম ছবিৰ পাছত মাজৰ তিনি বছৰত বহু পৰিবৰ্তন আহিছে কাষ্টৰ৷ নায়কৰ দুই নায়িকা ৰশ্মিকা আৰু সামান্থাৰ কেৰিয়াৰত আহিছে বহু পৰিবৰ্তন৷ আল্লুৰ জনপ্ৰিয়তাও তুংগত৷ তিনি বছৰত নায়ক আল্লুৰ আয়ো বহু বৃদ্ধি পাইছে৷ পুষ্পা-২ত অভিনয়ৰ বাবে কিমান পাৰিশ্ৰমিক লৈছে আল্লু অৰ্জুনে?

ইণ্ডাষ্ট্ৰীৰ ভিতৰুৱা খবৰ অনুসৰি এই ছবিৰ বাবে অভিনেতা আল্লুৱে পাৰিশ্ৰমিক লৈছে প্ৰায় ৩০০ কোটি টকা৷ এই তথ্য যদি সঠিক হয় তেন্তে দক্ষিণী ছবিৰ সৰ্বোচ্চ পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাৰ হিচাপে তেওঁ ১নম্বৰত থাকিব৷ ৫ ডিচেম্বৰত ডাঙৰ পৰ্দাত মুক্তি পাব আল্লু অভিনীত পুষ্পা-২য়ে৷ কিন্তু জানেনে মুক্তিৰ পূৰ্বেই এই ছবিয়ে কেইবাশ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে৷ প্ৰি ৰিলিজ ব্যৱসায়ৰ পৰা এই ছবিৰ আয় হৈছে প্ৰায় ১০৮৫ কোটি৷ পুষ্পা-২ ছবিৰ নিৰ্মাণৰ বাজেট আছিল ৫০০ কোটি৷ সেই ছবিয়েই মুক্তি পূৰ্বে এতিয়ালৈকে উপাৰ্জন কৰিছে প্ৰায় ১২০০ কোটি৷ কেৱল প্ৰযোজকেই নহয় ছবিক লাভৰ কিছু অংশও পাব পুষ্পা-২ ছবিৰ মুখ্য অভিনেতা আল্লুৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী
বিনোদন

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

June 18, 2026
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?
বিনোদন

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

June 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
Next Post
৫০ লাখৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?

৫০ লাখৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?

কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ জাতক-জাতিকাৰ

কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.