• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ লাখৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?

2 years ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

26 minutes ago
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

44 minutes ago
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

1 hour ago
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

2 hours ago
মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

3 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

4 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

5 hours ago
মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০ লাখৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?

৫০ লাখৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?

editor by editor
November 10, 2024
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
৫০ লাখৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাৰ প্ৰায়সংখ্যক লোকেই এটা সপোনৰ ঘৰ নিৰ্মাণৰ সপোন দেখো৷ বহুতেই এই সপোনৰ ঘৰখন নিৰ্মাণৰ বাবে গৃহঋণৰ ওপৰত নিৰ্ভৰ কৰো৷ বিভিন্ন বেংকত বিভিন্ন সুদৰ হাৰত হোম লোন অফাৰ কৰা হয়৷ এই লোন দিয়াৰ ক্ষেত্ৰত কেইটামান বিষয়ত খুবেই গুৰুত্ব দিয়ে বেংকে৷

যদি কোনোৱে ২০ বছৰৰ বাবে ৫০লাখ টকা হোম লোন ল’ব খোজে তেন্তে ব্যক্তিজনৰ মাহিলী বেতন বা মাহিলী ইনকাম কিমান হ’ব লাগে? হোম লোন পাবৰ বাবে নিজৰ আয় সকলোতকৈ গুৰুত্বপূৰ্ণ ফেক্টৰ হিচাপে বিবেচিত হয়৷ কাৰণ হোম লোনৰ টকা পৰিশোধ কৰাৰ বাবে কিমান টকা আয় কৰা হয় সেয়া বেছি উল্লেখযোগ্য৷ এয়া হ’ল প্ৰথম বিষয় যি বেংকে সকলোতকৈ আগতেই চায়৷

যি হোম লোনৰ বাবে আবেদন কৰিছে তেওঁৰ ক্ষেত্ৰত ধনৰ প্ৰফাইলে খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াৰ সৈতে বয়সো এক উল্লেখযোগ্য বিষয়৷ যদি কাৰোবাৰ কোনো ধৰণৰ লোন এক্টিভ হৈ থাকে তেন্তে নতুনকৈ হোম লোন দিয়াৰ সময়ত সেয়াও বেংকৰ তৰফৰ পৰা চোৱা হয়৷

HDFC বেংকৰ মতে যদি কাৰোবাৰ কোনো ধৰণৰ পুৰণি লোন নাথাকে তেন্তে তেওঁক ২০ বছৰৰ বাবে হোম লোন ৮.৫০ শতাংশ সুদৰ হাৰত দিয়া হয়৷ তেওঁৰ মাহিলী ইনকাম বা বেতন হ’ব লাগিব ৮৭,০০০ টকা৷ এই দৰমহা লাভ কৰা ব্যক্তিয়ে ৫০,১২,৫৪২ টকা পৰ্যন্ত হোম লোন লাভ কৰিব পাৰে৷

এই হোম লোনৰ বাবে HDFC বেংকৰ কেলকুলেটৰ অনুসৰি ২০ বছৰৰ বাবে প্ৰতি মাহত EMI হিচাপে ৪৩,৫০০ টকাকৈ দিব লাগিব৷ অৰ্থাৎ ২০ বছৰৰ বাবে ৫০ লাখ টকাৰ হোম লোন ল’ব বিচাৰিলে আপুনি মাহিলী কমেও ৮৭,০০০ টকা ইনকাম কৰিবই লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ
বাণিজ্য

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

June 2, 2026
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?
ক্ৰীড়া

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

June 2, 2026
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

June 2, 2026
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?
জীৱনশৈলী

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

June 2, 2026
Next Post
কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ জাতক-জাতিকাৰ

৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এই গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন