• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ জাতক-জাতিকাৰ

কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

4 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

4 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

5 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

5 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

6 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

7 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

8 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

9 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

10 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

11 hours ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ জাতক-জাতিকাৰ

কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

editor by editor
November 10, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰ অনুসৰি যিকোনো ব্যক্তিৰ চৰিত্ৰ তেওঁৰ ৰাশিৰ পৰা জানিব পাৰি। প্ৰাতিটো ৰাশিৰ জাতকৰ স্বভাৱ, পছন্দ, অপছন্দ বেলেগ বেলেগ। কেইটামান ৰাশিৰ জাতক আকৌ ধন টকা পইছাৰে ভাগ্যৱান৷ তেওঁলোকৰ ওপৰত থাকে  ভগৱান কুবেৰৰ বিশেষ আশীৰ্বাদ। কুবেৰৰ আশীৰ্বাদ থকা ৰাশিৰ জাতকে যিকোনো কাম কৰাৰ সিদ্ধান্ত ল’লে সেই কামত সফলতা লাভ কৰেই৷  কোন ৪টা ৰাশিৰ জাতকৰ ওপৰত ভগৱান কুবেৰৰ আশীৰ্বাদ আছে?

কৰ্কট ৰাশি

এই ৰাশিৰ জাতক বুদ্ধিমান, পৰিশ্ৰমী আৰু সৎ। যিকোনো কাম তেওঁলোকে সম্পূৰ্ণ নিষ্ঠাৰে কৰে। জীৱনত ভাগ্যৰো সংগ পাই এই ৰাশিৰ জাতকে৷  সন্মান লাভ কৰে। তেওঁলোকৰ আৰ্থিক অৱস্থা সাধাৰণতে ভালেই থাকে। টকা উপাৰ্জনত তেওঁলোক সিদ্ধহস্ত৷  সমাজত তেওঁলোকে এক সুকীয়া পৰিচয় গঢ়ে৷

তুলা ৰাশি

এই ৰাশিৰ লোকসকল পৰিশ্ৰমী আৰু বুদ্ধিমান। তেওঁলোকৰ চোকা বুদ্ধিমত্তাৰ সহায়ত তেওঁলোকে জীৱনত বহু টকা উপাৰ্জন কৰে। ভাগ্যবান হয় এই ৰাশিৰ জাতক। কেৰিয়াৰত দ্ৰুতগতিত আগবাঢ়ে। বিলাসী জীৱন যাপন কৰিবলৈ ভাল পায়। তেওঁলোকৰ ওপৰত আছে ভগৱান কুবেৰৰ বিশেষ আশীৰ্বাদ। তেওঁলোকৰ আৰ্থিক অৱস্থা যথেষ্ট উৎকৃষ্ট।

বৃশ্চিক ৰাশি

এই ৰাশিৰ জাতক বুদ্ধিমান আৰু ধনী। টকা উপাৰ্জনৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বেলেগ। কাৰো সমৰ্থন অবিহনে দ্ৰুতগতিত আগবাঢ়ে। তেওঁলোকৰ জীৱনটো সকলো আৰাম আৰু বিলাসীতাৰে ভৰপূৰ৷

মকৰ ৰাশি

এই ৰাশিৰ জাতকেও ধনৰ দেৱতা কুবেৰৰ বিশেষ আশীৰ্বাদ লাভ কৰে। জীৱনত অহা প্ৰতিটো প্ৰত্যাহ্বান সাহসেৰে সন্মুখীন হয় আৰু সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। তেওঁলোকৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

August 7, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

August 7, 2026
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

August 7, 2026
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

August 7, 2026
Next Post
৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এই গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এই গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.