• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

2 years ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

44 minutes ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

2 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

2 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

4 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

4 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

5 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

6 hours ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

20 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

20 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

20 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

সভ্য সমাজত বুলডোজাৰ জাষ্টিছ কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

editor by editor
November 10, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১০ নৱেম্বৰ, আনুষ্ঠানিকভাৱে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ ল’লে ডি ৱাই চন্দ্ৰচূড়ে৷ তাৰপূৰ্বে শেষ শুনানিত তাৎপৰ্যপূৰ্ণ বক্তব্য ৰাখিলে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে৷ উত্তৰপ্ৰদেশসহ একাধিক ৰাজ্যত যি বুলডোজাৰ একশ্ব্যন চলিছে তাৰ প্ৰতিবাদ কৰি তেওঁ কয়, ‘সভ্য নাগৰিক সমাজে য’ত আইনৰ দ্বাৰা এখন সমাজ পৰিচালিত হয় তাত বুলডোজাৰ জাষ্টিছ কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷’

উত্তৰপ্ৰদেশত এগৰাকী সাংবাদিকৰ পৈত্ৰিক ঘৰ বুলডোজাৰ লগাই ভাঙি পেলোৱাৰ গোচৰৰ শেষ শুনানি দিছে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে৷ সেই গোচৰৰ শুনানিত ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, ‘সম্পত্তি ধ্বংস কৰি জনগণৰ কণ্ঠৰোধ কৰিব নোৱাৰিব৷ জনগণৰ ঘৰৰ সুৰক্ষা আৰু নিৰাপত্তা মৌলিক অধিকাৰৰ ভিতৰত পৰে৷ ৰাজ্যই মানি চলা নিয়ম বৰ দুখজনক৷ কোনো বেআইনী নিৰ্মান বা মাটি দখলৰ ক্ষেত্ৰত নিৰ্দিষ্ট পদ্ধতি মানি পদক্ষেপ লোৱাটো ভাল৷’

তেওঁ লগতে কয়, ‘বুলডোজাৰৰ মাধ্যমেৰে বিচাৰ সভ্য সমাজৰ বাবে লজ্জাজনক৷ যদি ৰাজ্য চৰকাৰৰ অধিকাৰি বা প্ৰতিষ্ঠানৰ মাধ্যমেৰে এই ধৰণৰ অনৈতিক আৰু বেআইনী কাৰ্যকলাপৰ অনুমতি দিয়া হয় তেন্তে এয়া অত্যন্ত ভয়ংকৰ৷’ উচ্চতম ন্যায়ালয়ত বুলডোজাৰ একশ্ব্যন বা বুলডোজাৰ জাষ্টিছক লৈ একাধিক গোচৰ চলি আছে৷ তাতেই অপৰাধীসকলৰ প্ৰায়সংখ্যকৰ কেৱল সন্দেহৰ বশতেই ঘৰ বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে৷ এই বুলডোজাৰ জাষ্টিছক লৈ কৰ্মজীৱনৰ শেষ দিনটোত সৰৱ হৈ উঠিল মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়
জীৱনশৈলী

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

November 1, 2026
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

November 1, 2026
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!
জীৱনশৈলী

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

November 1, 2026
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ
বাণিজ্য

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

November 1, 2026
Next Post
সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?

ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.