• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এই গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

1 year ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

13 minutes ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

36 minutes ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

1 hour ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

4 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

5 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

6 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

7 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

8 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এই গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এই গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

editor by editor
November 10, 2024
in জীৱনশৈলী, বিশ্ব
0
৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এই গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অবিশ্বাস্য হ’লেও এয়াই সত্য! পুৰুষ নিষিদ্ধ এখন গাঁৱত মহিলা গৰ্ভৱতী হৈ আহিছে৷ এই অবিশ্বাস্য ঘটনাটো দক্ষিণ আফ্ৰিকাৰ ঘন জংঘলত অৱস্থিত উমোজা নামৰ এখন গাঁৱত ঘটি আহিছে৷ প্ৰকাশিত খবৰ মতে উক্ত গাঁৱত কেৱল মহিলাহে বাস কৰে৷ তথ্য অনুসৰি গাঁওখত এতিয়া প্ৰায় ২৫০ গৰাকী মহিলাই বাস কৰে৷

অটব্য অৰণ্য মাজত উক্ত গাঁওখন ১৫ গৰাকী মহিলাই গঢ়ি তুলিছিল৷ ১৯৯০ চনত ব্ৰিটিছ সেনাৰ দলে এই আটাইকেইগৰাকী মহিলাক ধৰ্ষণ কৰি নানা শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল৷ ইয়াৰ পিছতে পুৰুষৰ প্ৰতি ঘৃণা আৰু বিদ্বেষ ওপজা এই মহিলাকেইগৰাকীয়ে ঘন অৰণ্যৰ মাজত এখন গাঁও গঢ়ি তোলে৷ যিখন গাঁৱত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ৷

যোৱা প্ৰায় ৩০ টা বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ উক্ত গাঁৱৰ মহিলাসকল কেনেকৈ গৰ্ভৱতী হয়? এই প্ৰশ্নটোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ ইয়াৰ পিছতে উক্ত গাঁৱৰ মহিলাসকল গৰ্ভৱতী হোৱাৰ ৰহস্য ফাদিল হৈছে৷ আচলতে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ হ’লেও কেতিয়াবা ৰাতি উক্ত গাঁওখনলৈ পুৰুষৰ প্ৰৱেশ ঘটে৷ কিন্তু দিনৰ পোহৰত গাঁওখনত পুৰুষৰ প্ৰৱেশ এতিয়াও নিষিদ্ধ৷

ৰাতি গাঁওখনলৈ পুৰুষৰ প্ৰৱেশ ঘটাৰ সময়তে তাৰ মহিলাসকলে পচন্দৰ পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে৷ শাৰীৰিক সম্পৰ্ক স্থাপন কৰি গৰ্ৱভতী হোৱাৰ পিছত মহিলাসকলে সেই পুৰুষৰ সৈতেও সম্পৰ্ক সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি দিয়ে৷ সেয়া গাঁওখনৰ মহিলাসকলৰ নিৰ্ধাৰিত নিয়ম৷ গৰ্ভৱতী মহিলাই সন্তান জন্ম দিলে তেওঁলোকে নিজেই সেই সন্তান লালন পালন কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!
জীৱনশৈলী

May 8, 2026
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

May 8, 2026
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?
জীৱনশৈলী

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

May 8, 2026
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা
জীৱনশৈলী

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

May 8, 2026
Next Post
সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন