• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

2 years ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

29 minutes ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

3 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

3 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

5 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

5 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

6 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

6 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

7 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

8 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

8 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

সভ্য সমাজত বুলডোজাৰ জাষ্টিছ কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

editor by editor
November 10, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
সভ্য সমাজত বুলডোজাৰ জাষ্টিছ গ্ৰহণযোগ্য হ’ব নোৱাৰে! কৰ্মজীৱনৰ শেষদিনত বুলডোজাৰ জাষ্টিছক লৈ বৃহৎ ৰায় মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১০ নৱেম্বৰ, আনুষ্ঠানিকভাৱে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ ল’লে ডি ৱাই চন্দ্ৰচূড়ে৷ তাৰপূৰ্বে শেষ শুনানিত তাৎপৰ্যপূৰ্ণ বক্তব্য ৰাখিলে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে৷ উত্তৰপ্ৰদেশসহ একাধিক ৰাজ্যত যি বুলডোজাৰ একশ্ব্যন চলিছে তাৰ প্ৰতিবাদ কৰি তেওঁ কয়, ‘সভ্য নাগৰিক সমাজে য’ত আইনৰ দ্বাৰা এখন সমাজ পৰিচালিত হয় তাত বুলডোজাৰ জাষ্টিছ কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷’

উত্তৰপ্ৰদেশত এগৰাকী সাংবাদিকৰ পৈত্ৰিক ঘৰ বুলডোজাৰ লগাই ভাঙি পেলোৱাৰ গোচৰৰ শেষ শুনানি দিছে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে৷ সেই গোচৰৰ শুনানিত ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, ‘সম্পত্তি ধ্বংস কৰি জনগণৰ কণ্ঠৰোধ কৰিব নোৱাৰিব৷ জনগণৰ ঘৰৰ সুৰক্ষা আৰু নিৰাপত্তা মৌলিক অধিকাৰৰ ভিতৰত পৰে৷ ৰাজ্যই মানি চলা নিয়ম বৰ দুখজনক৷ কোনো বেআইনী নিৰ্মান বা মাটি দখলৰ ক্ষেত্ৰত নিৰ্দিষ্ট পদ্ধতি মানি পদক্ষেপ লোৱাটো ভাল৷’

তেওঁ লগতে কয়, ‘বুলডোজাৰৰ মাধ্যমেৰে বিচাৰ সভ্য সমাজৰ বাবে লজ্জাজনক৷ যদি ৰাজ্য চৰকাৰৰ অধিকাৰি বা প্ৰতিষ্ঠানৰ মাধ্যমেৰে এই ধৰণৰ অনৈতিক আৰু বেআইনী কাৰ্যকলাপৰ অনুমতি দিয়া হয় তেন্তে এয়া অত্যন্ত ভয়ংকৰ৷’ উচ্চতম ন্যায়ালয়ত বুলডোজাৰ একশ্ব্যন বা বুলডোজাৰ জাষ্টিছক লৈ একাধিক গোচৰ চলি আছে৷ তাতেই অপৰাধীসকলৰ প্ৰায়সংখ্যকৰ কেৱল সন্দেহৰ বশতেই ঘৰ বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে৷ এই বুলডোজাৰ জাষ্টিছক লৈ কৰ্মজীৱনৰ শেষ দিনটোত সৰৱ হৈ উঠিল মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
Next Post
সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?

ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ৩৭৭ বিলোপ! মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ আমোলত কি কি গুৰুত্বপূৰ্ণ ৰায়দান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.