• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান-শ্বাহৰুখৰ পাছত এইবাৰ ভাবুকি মিথুন চক্ৰৱৰ্তীক

ছলমান-শ্বাহৰুখৰ পাছত এইবাৰ ভাবুকি মিথুন চক্ৰৱৰ্তীক

2 years ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 minutes ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

41 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

1 hour ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

15 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছলমান-শ্বাহৰুখৰ পাছত এইবাৰ ভাবুকি মিথুন চক্ৰৱৰ্তীক

editor by editor
November 11, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ছলমান-শ্বাহৰুখৰ পাছত এইবাৰ ভাবুকি মিথুন চক্ৰৱৰ্তীক
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমান-শ্বাহৰুখৰ পাছত এইবাৰ ভাবুকি মিথুন চক্ৰৱৰ্তীক

ছলমান খান আৰু শ্বাহৰুখ খানৰ পাছত এইবাৰ মিথুন চক্ৰৱৰ্তীৱৈ ভাবুকি। অৱশ্যে এই ভাবুকি লৰেন্স বিষ্ণোই গেঙৰ পৰা নহয়, প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাবুকি দিছে পাকিস্তানী গেংষ্টাৰ শ্বেহজাদ ভাটীয়ে। অভিনেতাগৰাকীৰ উত্তেজনক ভাষণৰ পিছতে এই ভাবুকি দিছে পাকিস্তানী গেংষ্টাৰ।

আনকি শ্বাহজাদে অভিনেতাজনক ক্ষমা খুজিবলৈও দাবি কৰে। গেংষ্টাৰগৰাকীয়ে ডুবাইৰ পৰা এই ভাবুকি দিয়ে অভিনেতা মিথুন চক্ৰৱৰ্তীক।

উল্লেখ্য যে, যোৱা মাহত উত্তৰ ২৪ পৰগনা জিলাত দলীয় কাৰ্যসূচীৰ সময়ত দাদাছাহেব ফাল্কে বঁটা বিজয়ী মিথুন চক্ৰৱৰ্তীয়ে এক উত্তেজক ভাষণ দিয়াৰ অভিযোগ। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।

২৭ অক্টোবৰত উত্তৰ ২৪ পৰগনা জিলাত অনুষ্ঠিত বিজেপিৰ এক কাৰ্যসূচীত এই ভাষণ দিছিল অভিনেতা তথা বিজেপি নেতা মিথুনে। সেই ভাষণ সন্দৰ্ভতে মিথুনক ভাবুকি দিয়ে পাকিস্তানী গেংষ্টাৰে।

গেংষ্টাৰে অভিনেতাজনক ১০ৰ পৰা ১৫ দিনৰ ভিতৰত ক্ষমা খুজিবলৈ ভাবুকি দিয়াৰ লগতে তেনে নকৰিলে হয়তো অনুতাপ কৰিব লাগিব বুলিও ভাবুকি দিয়ে। পাকিস্তানী গেংষ্টাৰগৰাকীয়ে কয়- মিথুন চাহাব, আপোনাৰ বাবে মোৰ এটা পৰামৰ্শ আছে। আপুনি ১০-১৫ দিনৰ ভিতৰত আপোনাৰ এটা ভিডিঅ’ মুকলি কৰি ক্ষমা খোজক। আপুনি ক্ষমা খুজিলেই ভাল আৰু আপুনি তেনে কৰাটো সঠিক। আপুনি মোৰ মনত আঘাত দিছে। আন ধৰ্মৰ মানুহে আপোনাক যিমান মৰম কৰিছে, মুছলমানেও আপোনাক সমান সন্মান দিছে।

ডন শ্বেহজাদে অভিনেতাগৰাকীৰ বয়সৰ সন্দৰ্ভতো মন্তব্য কৰিছে। লগতে ভাবুকি দি কয়, ‘আপুনি যদি ক্ষমা নিবিচাৰে তেন্তে মই কৰা কামৰ বাবে আপুনি হয়তো অনুশোচনা কৰিব লাগিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodMithun Chakrabartypakistani ganstarThreat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
Next Post
বৃহস্পতি-চন্দ্ৰৰ মিলনত গজকেশৰী যোগ! ৪ৰাশিৰ হাতলৈ আহিব ধন

বৃহস্পতি-চন্দ্ৰৰ মিলনত গজকেশৰী যোগ! ৪ৰাশিৰ হাতলৈ আহিব ধন

আৰিয়ানৰ পৰা অনন্যা! ভাৰতীয় ক্ৰিকেটাৰৰ সন্তানে সলালে লিংগ, পিতৃৰ ভাঙিল পুত্ৰক ক্ৰিকেটাৰ হিচাপে গঢ়াৰ স্বপ্ন

আৰিয়ানৰ পৰা অনন্যা! ভাৰতীয় ক্ৰিকেটাৰৰ সন্তানে সলালে লিংগ, পিতৃৰ ভাঙিল পুত্ৰক ক্ৰিকেটাৰ হিচাপে গঢ়াৰ স্বপ্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.