• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোগী ৰূপ ধৰি কেঞ্চাৰ চিকিৎসকৰ কাষ চাপিল যুৱক, তাৰ পাছতে ঘটিল অঘটন, চাৰিওফালে হাহাকাৰ

ৰোগী ৰূপ ধৰি কেঞ্চাৰ চিকিৎসকৰ কাষ চাপিল যুৱক, তাৰ পাছতে ঘটিল অঘটন, চাৰিওফালে হাহাকাৰ

2 years ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

42 minutes ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

2 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

2 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

3 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

4 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

16 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

16 hours ago
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

18 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

18 hours ago
মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

19 hours ago
আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

19 hours ago
PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰোগী ৰূপ ধৰি কেঞ্চাৰ চিকিৎসকৰ কাষ চাপিল যুৱক, তাৰ পাছতে ঘটিল অঘটন, চাৰিওফালে হাহাকাৰ

editor by editor
November 13, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ৰোগী ৰূপ ধৰি কেঞ্চাৰ চিকিৎসকৰ কাষ চাপিল যুৱক, তাৰ পাছতে ঘটিল অঘটন, চাৰিওফালে হাহাকাৰ
0
SHARES
430
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰোগী ৰূপ ধৰি কেঞ্চাৰ হাস্পতালৰ চিকিৎসকৰ কাষ চাপিল যুৱক, তাৰ পাছতে ঘটিল অঘটন, চাৰিওফালে হাহাকাৰ

বুধবাৰে পুৱা চেন্নাইৰ এখন চৰকাৰী কেঞ্চাৰ চিকিৎসালয়ত এজন যুৱকে সংঘটিত কৰে এক আচৰিত কাণ্ড। যি কাণ্ডৰ পাছতে হাহাকাৰ লাগি যায় সকলোফালে। এজন চিকিৎসকক ৭ বাৰকৈ ছুৰীৰে আঘাত কৰে যুৱকে।

হাস্পতালত যোৱাৰ বাবে যুৱকগৰাকীয়ে নিজকে কেঞ্চাৰ ৰোগী হিচাপে উপস্থাপন কৰি গৈছিল। আৰু পাছত হাস্পতালত উপস্থিত হোৱাৰ পাছতে চিকিৎসকগৰাকীক আক্ৰমণ কৰে।

কলাইগনাৰ শতিকা চিকিৎসালয়ৰ অ’পিডিত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি যুৱকগৰাকীৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত আছিল। সেই হাস্পতালতে চিকিৎসা চলি আছিল। কিন্তু চিকিৎসকে মাতৃক ভুল ঔষধ প্ৰেছক্ৰিপচন দিয়াৰ অভিযোগ উত্থাপন কৰে যুৱকজনে।

ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী এম. এই আক্ৰমণত চিকিৎসৰগৰাকীৰ পেটত আঘাত লগা বুলি কয়। লগতে কয় চিকিৎসকগৰাকী ৰাজ্যখনৰ এগৰাকী লেখত লব লগা চিকিৎসক। অৱশ্যে চিকিৎসকজনৰ অৱস্থা বৰ্তমানে সুস্থিৰ বুলি সদৰি কৰিছে।

আক্ৰমণৰ পিছত অভিযুক্ত যুৱকজনে (২৬ বছৰীয়া) পলাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁক ধৰি গুইণ্ডী থানাত গতাই দিয়া হয়। আৰক্ষীৰ মতে, আক্ৰমণকাৰীয়ে নিজৰ লগত লুকুৱাই ৰাখিছিল এখন সৰু দা।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম. ষ্টেলিনে এই আক্ৰমণক গৰিহণা দি তদন্তৰ নিৰ্দেশ দিয়ে। লগতে ভৱিষ্যতে এনেধৰণৰ আক্ৰমণ নহ’ব বুলিও আশ্বাস দিয়ে আৰু চিকিৎসকৰ সুৰক্ষা সুনিশ্চিত হ’ব। ষ্টেলিনে কয় যে, চিকিৎসকসকলে আগবঢ়োৱা সেৱা প্ৰশংসনীয় আৰু তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: attackChennaidoctor attackYouth Attack on Doctor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড
অপৰাধ

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

June 16, 2026
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?
বিনোদন

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

June 16, 2026
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা
বিনোদন

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

June 16, 2026
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?
বিনোদন

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

June 16, 2026
Next Post
বাঢ়িছে সূৰ্যৰ তাপমাত্ৰা, কি প্ৰভাৱ পৰিব মহাকাশ আৰু পৃথিৱীত?

বাঢ়িছে সূৰ্যৰ তাপমাত্ৰা, কি প্ৰভাৱ পৰিব মহাকাশ আৰু পৃথিৱীত?

বুধ শনিৰ মহামিলনত ৩ৰাশিৰ জীৱনলৈ আহিব সাফল্য, পকেট ভৰিব ধনেৰে

বুধ শনিৰ মহামিলনত ৩ৰাশিৰ জীৱনলৈ আহিব সাফল্য, পকেট ভৰিব ধনেৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.