• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰু পুঁহিলেহে ক্ৰেডিট কাৰ্ড পাব, এই ৰাজ্যত আৰম্ভ হ’ল আজৱ নিয়ম

গৰু পুঁহিলেহে ক্ৰেডিট কাৰ্ড পাব, এই ৰাজ্যত আৰম্ভ হ’ল আজৱ নিয়ম

1 year ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

13 minutes ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

55 minutes ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

1 hour ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

2 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

4 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

4 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

5 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

7 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

7 hours ago
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গৰু পুঁহিলেহে ক্ৰেডিট কাৰ্ড পাব, এই ৰাজ্যত আৰম্ভ হ’ল আজৱ নিয়ম

গৰু পুহিলেহে ক্ৰেডিট কাৰ্ড পাব, এই ৰাজ্যত আৰম্ভ হ’ল আজৱ নিয়ম

editor by editor
November 13, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
গৰু পুঁহিলেহে ক্ৰেডিট কাৰ্ড পাব, এই ৰাজ্যত আৰম্ভ হ’ল আজৱ নিয়ম
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰু বুলি কাৰোবাক গালি দিওতেও এতিয়া ১০০ বাৰ ভাৱিব লাগিব৷ কাৰণ গৰু এতিয়া মুৰ্খৰ প্ৰতীক নহয়৷ যাৰ নাই গৰু সি সবাতোকৈ সৰু বুলি কোৱা অপ্তবাক্যশাৰী এতিয়া সঁচা প্ৰমাণিতও হৈছে৷ কাৰণ এই দেশতেই আৰম্ভ হৈছে গৰুৰ বাবেও ক্ৰেডিট কাৰ্ড৷ গৰু থাকিলেহে এতিয়াৰে পৰা ক্ৰেডিট কাৰ্ডৰ সুবিধা পাব ব্যক্তিয়ে৷ শুনি অবাক হ’লেও অভিনৱ এই স্কিম আৰম্ভ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে৷ সকলো গোৰক্ষকেই অৱশ্যে এই সুবিধা লাভ কৰিব তেনে নহয়৷ যিসকলৰ ১০টা বা তাতোকৈ বেছি গৰু আছে তেওঁলোকেহে এই সুযোগ পাব৷ এই সুবিধা গো পালকক দিছে মধ্যপ্ৰদেশৰ চৰকাৰে৷

পশু পালনক উৎসাহিত কৰিবলৈ এই সুবিধা দিছে ৰাজ্য চৰকাৰে৷ এই ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে পশু পালকক আৰ্থিক সহায়তা দিয়া হ’ব৷ নতুন স্কিমৰ ফলত গৰুৰ বাবে খাদ্য যোগান আৰু অন্যান্য প্ৰয়োজনীয় কৃষি খৰচৰ ব্যৱহাৰ আৰু সহজ হৈ উঠিব৷ সম্প্ৰতি গোবৰ্ধন পুজা অনুষ্ঠিত হয় মধ্যপ্ৰদেশত৷ তাতেই সেই প্ৰকল্পৰ কথা ঘোষণা কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়
জীৱনশৈলী

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

April 14, 2026
Next Post
১১ বাৰ মনোনীত হৈয়ো কিয় ন’বেল পুৰস্কাৰ লাভ নকৰিলে? জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

১১ বাৰ মনোনীত হৈয়ো কিয় ন’বেল পুৰস্কাৰ লাভ নকৰিলে? জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

জৱাহৰলাল নেহৰুৰ পত্নী বুলি কিয় বিখ্যাত বুধনি মেঝান? নেহৰুৰ এনে কি ভুলৰ বাবে স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত হৈছিল বুধনি?

জৱাহৰলাল নেহৰুৰ পত্নী বুলি কিয় বিখ্যাত বুধনি মেঝান? নেহৰুৰ এনে কি ভুলৰ বাবে স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত হৈছিল বুধনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.