• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জৱাহৰলাল নেহৰুৰ পত্নী বুলি কিয় বিখ্যাত বুধনি মেঝান? নেহৰুৰ এনে কি ভুলৰ বাবে স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত হৈছিল বুধনি?

জৱাহৰলাল নেহৰুৰ পত্নী বুলি কিয় বিখ্যাত বুধনি মেঝান? নেহৰুৰ এনে কি ভুলৰ বাবে স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত হৈছিল বুধনি?

2 years ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

3 minutes ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

29 minutes ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

1 hour ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

3 hours ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

3 hours ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

4 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

5 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

6 hours ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

6 hours ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

7 hours ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

16 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

জৱাহৰলাল নেহৰুৰ পত্নী বুলি কিয় বিখ্যাত বুধনি মেঝান? নেহৰুৰ এনে কি ভুলৰ বাবে স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত হৈছিল বুধনি?

জৱাহৰলাল নেহৰুৰ পত্নী বুলি কিয় বিখ্যাত বুধনি মেঝান? নেহৰুৰ এনে কি ভুলৰ বাবে স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত হৈছিল বুধনি?

editor by editor
November 14, 2024
in Uncategorized
0
জৱাহৰলাল নেহৰুৰ পত্নী বুলি কিয় বিখ্যাত বুধনি মেঝান? নেহৰুৰ এনে কি ভুলৰ বাবে স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত হৈছিল বুধনি?
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধনি মেঝান, ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰু পত্নী বুলি এখন গাঁৱে তেঁওক স্বীকৃতি দিছিল৷ বৰ্তমান তেওঁ এই পৃথিৱীত নাই যদিও বুধনি মেঝানৰ বিষয়ে বহুজনেই জানিবলৈ আগ্ৰহী৷ কেতিয়া, ক’ত জৱাহৰলাল নেহৰুৱে বিয়া কৰাইছিল বুধনি মেঝানক? কিয় নিজৰ জন্মস্থান এৰি ওলাই আহিবলগা হৈছিল বুধনি? জৱাহৰলাল নেহৰুৱে বুধনি মেঝানৰ সৈতে এনে কি কৰিছিল যাৰবাবে বুধনিক নিৰ্বাসন দিছিল জন্মলাভ কৰা গাওঁখনে?

বুধনি মেঝানক জৱাহৰলাল নেহৰুৰ স্ত্ৰী বুলি কোৱাৰ আঁৰত আছে এটা বিশেষ গল্প৷ ১৯৫৯ চনৰ ৬ ডিচেম্বৰত ডিভিছিৰ পাঞ্চেত এটা ডেম উদ্বোধনৰ বাবে গৈছিল নেহৰু৷ পাঞ্চেত থকা এই অঞ্চলটো আদিবাসী অধ্যুষিত এলেকা হোৱাৰ বাবে সেইদিনা নেহৰুৱে সেইদিনা কোনো এগৰাকী আদিবাসী নাৰীৰ হাতত ধৰিয়েই এই প্ৰকল্প উদ্বোধন কৰিব বিচাৰিছিল৷  সেই বিশেষ অনুষ্ঠানতেই উপস্থিত হৈছিল বুধনি মেঝানো৷ তেতিয়া তেওঁ তৰুণী৷ তেওঁক দেখি তেওঁৰ হাতত ধৰিয়েই জৱাহৰলাল নেহৰুৱে পাঞ্চেত বিশেষ ডেমটো উদ্বোধন কৰে৷

অনুষ্ঠানস্থলীত জৱাহৰলাল নেহৰুক সম্বৰ্ধনা জনাবলৈ অনা মালাটোও বুধনিয়েই পিন্ধাইছিল নেহৰুক৷ বুধনিয়ে পিন্ধোৱা মালাডাল সেইদিনা প্ৰধানমন্ত্ৰী নেহৰুৱে ধেমালিতে আকৌ বুধনিকেই সেই মালা পিন্ধাই দিয়ে৷ অৰ্থাৎ দুজনৰ মাজত মালা সালসলনি হয়৷ ইয়াৰ পাছতেই বুধনিক সেই সমাজে বহিষ্কাৰ কৰে৷ কাৰণ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ডিঙিত মালা পিন্ধাইছে৷ নেহৰুৰ এটা ধেমালি এগৰাকী নাৰীৰ বাবে জীৱন মৰণৰ কথা হৈ উঠিব সেই কথা ঘূণাক্ষৰেও ভাৱিব পৰা নাছিল নেহৰুৱে৷

সমাজৰ পৰা বিতাড়িত হোৱাৰ পাছত বুধনিয়ে সেই ঠাই এৰি গুচি যায়৷ বুধনিৰ এই কাহিনী অৱশ্যে কাণত পৰে ৰাজীৱ গান্ধীৰ৷ ৰাজীৱ গান্ধীয়ে এই কাহিনী শুনাৰ লগে লগেই নিৰ্দেশ দিয়ে যে যিকোনো প্ৰকাৰে বুধনিক বিচাৰি উলিয়াব লাগে৷ অৱশেষত স্ব সম্প্ৰদায়ৰ পৰা নিৰ্বাসিত বুধনিক ৰঘুনাথপুৰৰ এটা এলেকাত বিচাৰি উলিয়াই ৰাজীৱ গান্ধীয়ে পঠোওৱা দলে৷ তেতিয়ালৈ বুধনিয়ে সংসাৰ কৰিছে৷ আছে এগৰাকী কন্যাসন্তানো৷

বুধনিক বিচাৰি যোৱা কংগ্ৰেছৰ তৎকালীন সাংসদ আনন্দগোপাল মুখাৰ্জীয়ে ৰাজীৱ গান্ধীৰ কাষলৈ লৈ আহে বুধনিক৷ ৰাজীৱ গান্ধীয়ে লগে লগেই বুধনিক এটা চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰি দিয়ে৷ যি ডেম উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু গৈছিল সেই ডেমতেই চাকৰিৰ ব্যৱস্থা কৰা হয় বুধনিৰ৷ কিন্তু বুধনিয়ে আজীৱন নিজৰ জন্মগাওঁত আৰু ভৰি থ’ব নোৱাৰিলে৷ শেহতীয়াকৈ ২০২৩ চনৰ ১৯ নৱেম্বৰত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বুধনি মেঝানে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
আজিৰ ৰাশিফল, প্ৰেম জীৱনত চমক দেখিব এই ৪ৰাশিৰ জাতকৰ

আজিৰ ৰাশিফল, প্ৰেম জীৱনত চমক দেখিব এই ৪ৰাশিৰ জাতকৰ

নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য, ক্ৰিকেটক লৈ এনে কি সিদ্ধান্ত লৈছিল নেহৰুৱে?

নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য, ক্ৰিকেটক লৈ এনে কি সিদ্ধান্ত লৈছিল নেহৰুৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.