• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ ৰাশিফল, প্ৰেম জীৱনত চমক দেখিব এই ৪ৰাশিৰ জাতকৰ

আজিৰ ৰাশিফল, প্ৰেম জীৱনত চমক দেখিব এই ৪ৰাশিৰ জাতকৰ

2 years ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

10 minutes ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

26 minutes ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

43 minutes ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

2 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

2 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

3 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

4 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

4 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

6 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

7 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ ৰাশিফল, প্ৰেম জীৱনত চমক দেখিব এই ৪ৰাশিৰ জাতকৰ

আজিৰ ৰাশিফল, প্ৰেম জীৱনত চমক দেখিব এই ৪ৰাশিৰ জাতকৰ

editor by editor
November 14, 2024
in জীৱনশৈলী
0
আজিৰ ৰাশিফল, প্ৰেম জীৱনত চমক দেখিব এই ৪ৰাশিৰ জাতকৰ
0
SHARES
533
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাশিফল হৈছে জ্যোতিষ শাস্ত্ৰৰ এক অন্যতম অংগ৷ বহু মানুহে ৰাশিফলৰ দিশত নজৰ ৰাশিয়েই জীৱনৰ পৰবৰ্তী পদক্ষেপ লয়৷ কাৰণ ৰাশিফলেই আপোনাক জনাই দিয়ে কেনেকৈ যাব আপোনাৰ দিনটো৷ জীৱন চলাৰ প্ৰতিটো পদক্ষেপত আপোনাৰ ভাগ্যৰ চকা কোন দিশে ঘূৰিছে সেয়া জানিব পাৰিব৷ দিনটোলৈ আপুনি সতৰ্ক হৈ চলিব৷ জানি থওক আপোনাৰ আজিৰ দিনটো৷

মেষ ৰাশি

শৰীৰৰ প্ৰতি আজি অৱশ্যেই যত্নশীল হওক৷ ইয়াৰোপৰি শাৰীৰিক দিশৰ পৰা আজি সুস্থ থাকিবলৈ হ’লে কিছু বিশ্ৰাম গ্ৰহণ কৰক৷ ভৱিষ্যতৰ কথা মূৰত ৰাখি আপুনি অৰ্ধাঙ্গিনীৰ সৈতে আৰ্থিক বিষয়ক লৈ আলোচনা কৰিব পাৰে৷ কোনো কামত কাংক্ষিত সাফল্য অৰ্জনৰ বাবে সঠিকভাৱে পৰিশ্ৰম কৰি যাওক৷ কৰ্মক্ষেত্ৰত আজিৰ দিনটো দুৰ্দান্তভাৱে অতিবাহিত কৰিব৷ কোনো কামত আপুনি সহকৰ্মীৰ পৰা সাফল্যও পাব পাৰে৷ জীৱনসংগীৰ সৈতে দিনটো অৱশ্যে কিছু মনোমালিন্য হ’ব পাৰে৷

বৃষ ৰাশি

আপুনি আজি আধ্যাত্মিক ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিব৷ যাৰ ফলত মন ভালে থাকিব৷ পৰিয়ালৰ এজন সদস্য অসুস্থ হৈ পৰাৰ বাবে আৰ্থিক ক্ষতি হ’ব পাৰে৷ প্ৰেমৰ বাবে দিনটো বেয়া নহয়৷ কৰ্মক্ষেত্ৰত দিনটো দুৰ্দান্তভাৱে অতিবাহিত হ’ব৷ জীৱনসংগীৰ সৈতে আপুনি সময় ব্যয় কৰিব৷

মিথুন ৰাশি

এই ৰাশিৰ বয়স্ক ব্যক্তিসকলে আজি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্নশীল হওক৷ কোনো অসতৰ্কতাৰ কাৰণে আজি আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে আজিৰ দিনটো দুৰ্দান্তভাৱে কটাব৷ ইয়াৰোপৰি আজি আপুনি অপ্ৰয়োজনীয়ভাৱে সময় অতিবাহিত নকৰিব৷ বিবাহিত জীৱন সুখৰ হ’ব৷

কৰ্কট ৰাশি

মনৰ পৰা আজি সমস্ত নেতিবাচক চিন্তাক দূৰত ৰাখক৷ এই ৰাশিৰ ব্যৱসায়ীসকলে আজি অত্যন্ত সতৰ্ক থাকিব লাগিব৷ কাৰণ তেওঁলোকে লোকচানৰ সন্মুখীন হ’ব পাৰে৷ ঘনিষ্ঠ আত্মীয় অথৱা বন্ধুৰ পৰা আপুনি এক অপ্ৰত্যাশিত সুখবৰ পাব পাৰে৷ আপোনাৰ নতুন পৰিকল্পনাত আজি সকলোৱে উৎসাহ দিব৷ নিজৰ গোপন তথ্য অন্য কাকোৱেই বেছিকৈ জানিবলৈ নিদিব৷

সিংহ ৰাশি

মনৰ পৰা সমস্ত নেতিবাচত চিন্তাক আজি দূৰত ৰাখি প্ৰতিটো কামত আত্মবিশ্বাসেৰে আগুৱাই যাওক৷ আৰ্থিক দিশৰ পৰা আজি সতৰ্ক হৈ থাকক৷ ঘৰত আজি ধৰ্মীয় অনুষ্ঠান সম্পন্ন হ’ব৷ কৰ্মক্ষেত্ৰত প্ৰতিটো কাম সতৰ্কতাৰে কৰক৷ ঘৰত আজি উৎসৱৰ আমেজ থাকিব৷ বিবাহিত জীৱন সুখৰ হ’ব৷

কন্যা ৰাশি

আজি আপোনাৰ শত্ৰুৰ তালিকা বৃদ্ধি পাব পাৰে৷ নিজকে সংযত কৰাৰ চেষ্টা কৰক৷ অৰ্থ ধাৰে খোজা বন্ধুৰ পৰা দূৰৈত থাকক৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঠাণ্ডা মাথাৰে আলোচনা কৰক৷ প্ৰেম জীৱনত আজি আপুনি সতৰ্ক হৈ থাকক৷ ঘৰত আজি হঠাৎ আত্মীয়ৰ আগমন ঘটিব৷ যাৰ ফলত আপুনি ব্যস্ত হৈ পৰিব৷ বিবাহিত জীৱন সুখৰ হ’ব৷

তুলা ৰাশি

আপোনাৰ ৰসিক মনোভাৱে আজি খুব সহজেই সকলোকে আকৃষ্ট কৰিব৷ আজি আপুনি এক সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ আপোনাৰ হাতত অৱসৰ সময় থাকিব৷ সেই সময়ত আপুনি ধ্যান আৰু যোগ ব্যায়াম কৰিব পাৰে৷ যাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব৷ প্ৰেমৰ বাবে এই দিনটো খুব এটা ভাল নহয়৷ বিবাহিত জীৱনত কোনো সমস্যাৰ সন্মুখীন হৈ নিজেই সেয়া দূৰ কৰিবলৈ যত্ন কৰক৷

বৃশ্চিক ৰাশি

আপুনি কোনো কাম কৰিলে তাৰবাবে কাকো চাপ নিদিব৷ আৰ্থিক দিশৰ পৰা আপোনাৰ দিনটো নিঃসন্দেহে ভাল৷ কেৱল সেয়াই নহয় আজি আপুনি যথেষ্ট পৰিমাণে অৰ্থ সঞ্চয় কৰিবলৈ সক্ষম হব৷ যাৰ ফলত আপোনাৰ মানসিক শান্তি বৰ্তি থাকিব৷ আজি আপুনি এক সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে৷ প্ৰেমৰ বাবে এই দিনটো খুব এটা বেয়া নহয়৷ কৰ্মক্ষেত্ৰত কোনো কাম অসম্পূৰ্ণ ৰখাৰ কাৰণে অৱসৰৰ সময় নাপাব৷ বিবাহিত জীৱন সুখৰ হ’ব৷

ধনু ৰাশি

এই ৰাশিৰ কিছু অভিভাৱকে তেওঁলোকৰ সন্তানৰ মাধ্যমেৰে আজি আৰ্থিক সুবিধা অৰ্জন কৰিব৷ যাৰ ফলত তেওঁ  অত্যন্ত গৰ্বিত হ’ব৷ শৰীৰত লৈ অযথা কোনো চিন্তা নকৰিব৷ কাৰণ আজি আপুনি শাৰীৰিক দিশৰ পৰা সম্পূৰ্ণ সুস্থ থাকিব৷ দীৰ্ঘদিন ধৰি পেলাই ৰখা কাম শেষ কৰিবলৈ আজি উৎকৃষ্ট সময়৷ কৰ্মক্ষেত্ৰত আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিৰ সৈতে দেখা হ’ব পাৰে৷

মকৰ ৰাশি

শৰীৰৰ প্ৰতি আজি অৱশ্যেই যত্নশীল হওক আৰু শাৰীৰিক দিশৰ পৰা সুস্থ থকাৰ বাবে কিছু বিশ্ৰাম গ্ৰহণ কৰক৷ আৰ্থিক বিষয়ৰ পৰিপ্ৰেক্ষিতত অৰ্ধাঙ্গিনীৰ সৈতে আজি আপোনাৰ মনোমালিন্যৰ সম্ভাৱনা আছে৷ আপুনি এক পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ যাতে আপুনি কিছু নতুন বন্ধু তৈয়াৰ কৰিবলৈ সক্ষম হ’ব৷ প্ৰতিটো কামত সতৰ্কতাৰ সৈতে কৰাৰ চেষ্টা কৰক৷ বিবাহিত জীৱন আজি সুখৰ হ’ব৷

কুম্ভ ৰাশি

আপোনাৰ মাজত আজি ভৰপুৰ আত্মবিশ্বাস বৰ্তি থাকিব৷ এই দিনটোত সঠিকভাৱে কাম কৰক৷ প্ৰতিটো কামতেই নিৰ্ধাৰিত সময়ৰ মাজত শেষ কৰিবলৈ চেষ্টা কৰক৷ শিশুসকলৰ পৰা আজি আপুনি এক অপ্ৰত্যশিত সুসংবাদ পাব পাৰে৷ কৰোবাত গ’লে অযথা অৰ্থব্যয় হ’ব৷ বিবাহিত জীৱন সুখৰ হ’ব৷

মীন ৰাশি

শৰীৰৰ প্ৰতি আজি যত্নশীল হওক৷ শাৰীৰিক দিশৰ পৰা সুস্থ থকাৰ লক্ষ্যৰে খোৱা বোৱা বিষয়ত সতৰ্ক তাকক৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ বাবে আপোনাৰ উদ্ভাবনী মনোভাৱক কামত লগাওক৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি আপুনি সমস্যাৰ বিষয়ে আলোচনা কৰিব৷ ভ্ৰমণৰ সম্ভাৱনা আছে৷ প্ৰেমৰ বাবে দিনটো বৰ এটা বেয়া নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ
জীৱনশৈলী

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

October 25, 2026
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?
জীৱনশৈলী

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

October 25, 2026
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ
জীৱনশৈলী

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

October 25, 2026
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ
জীৱনশৈলী

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

October 25, 2026
Next Post
নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য, ক্ৰিকেটক লৈ এনে কি সিদ্ধান্ত লৈছিল নেহৰুৱে?

নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য, ক্ৰিকেটক লৈ এনে কি সিদ্ধান্ত লৈছিল নেহৰুৱে?

আহি আছে নেকি পাণ্ডিয়াৰ নতুন পত্নী? আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিকে?

আহি আছে নেকি পাণ্ডিয়াৰ নতুন পত্নী? আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.