• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে নেকি পাণ্ডিয়াৰ নতুন পত্নী? আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিকে?

আহি আছে নেকি পাণ্ডিয়াৰ নতুন পত্নী? আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিকে?

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

40 minutes ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

1 hour ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

2 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

4 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

4 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

15 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

16 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

16 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আহি আছে নেকি পাণ্ডিয়াৰ নতুন পত্নী? আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিকে?

‘পাণ্ডিয়াৰ নতুন পত্নী...!’ আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিক?

editor by editor
November 14, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
আহি আছে নেকি পাণ্ডিয়াৰ নতুন পত্নী? আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিকে?
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিক পাণ্ডিয়াই৷ ডিভোৰ্ছৰ পাছতেই আকৌ এবা ব্যক্তিগত জীৱনক লৈ শিৰোনাম দখল কৰিছে হাৰ্দিকে৷ ডিভোৰ্ছৰ পাছতেই হাৰ্দিক পাণ্ডিয়াৰ নাম জড়িত হৈ পৰিছিল একাধিক সুন্দৰীৰ সৈতে৷ তাৰমাজতেই এগৰাকী হৈছে জেছমিন ৱালিয়া৷ হাৰ্দিক আৰু জেছমিন ৱালিয়াই এজনে আনজনক ডেট কৰা বুলি একাধিক খবৰ ভাইৰেল হৈছে৷ অৱশ্যে জেছমিনৰ সৈতে ক’তো কেমেৰাবন্দী এতিয়ালৈকে হোৱা নাই হাৰ্দিক৷ জেছমিন ৱালিয়াৰে সামাজিক মাধ্যমত দিয়া এক পোষ্টক লৈ সৃষ্টি হৈছে এই সকলো জল্পনাৰ৷ কাৰণ সেই প’ষ্টত হাৰ্দিক সম্পৰ্কিত কথাও উল্লেখ আছে৷

জেছমিন ৱালিয়াৰৰ প’ষ্টত হাৰ্দিক সম্পৰ্কিত মন্তব্য

জেছমিন ৱালিয়াৰ হৈছে এগৰাকী ব্ৰিটিছ গায়িকা আৰু টেলিভিছনৰ জনপ্ৰিয় চৰিত্ৰ৷ তেওঁ প্ৰায়েই ইনষ্টাগ্ৰামত তেওঁৰ মিউজিক ভিডিঅ’ শ্বেয়াৰ কৰি থাকে৷ বিগত মঙলবাৰে সন্ধিয়া জেছমিন ৱালিয়াই তেঁঁওৰ ইনষ্টাগ্ৰামত এটা প’ষ্ট শ্বেয়াৰ কৰিছে৷ তাতেই হাৰ্দিক পাণ্ডিয়া সম্পৰ্কিত এটা বিশেষ মন্তব্য দেখা গৈছে৷ সেই পোষ্টত এগৰাকী নেটিজেনে মন্তব্য কৰিছে, ‘এওঁ হাৰ্দিক পাণ্ডিয়াৰ নতুন পত্নী৷’
জেছমিন ৱালিয়াৰৰ এই পোষ্টত হাজাৰ লাইক কমেণ্টো আহিছে৷ ইনষ্টাগ্ৰামত জেছমিন ৱালিয়াৰে ৭লাখ ১৬ হাজাৰ ফলোৱাৰ্ছ আছে৷ ২০১৪ চনত জেছমিনে তেওঁৰ YouTube চেনেল আৰম্ভ কৰিছে৷ তাতেই তেওঁ জেক নাইট, ইনটেনছ টি আৰু অলি গ্ৰিণৰ দৰে শিল্পীৰ সৈতে কাম কৰিছে৷ ২০১৭ চনত তেওঁৰ বম ডিগি গানটো খুবেই জনপ্ৰিয় হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

October 5, 2026
Next Post
কেতুৰ ঘৰ সলনি, ৩ৰাশিৰ হাতলৈ ভাৱিব নোৱাৰা ধন আহিব, সোণৰ দৰে চমকি উঠিব ভাগ্যও

কেতুৰ ঘৰ সলনি, ৩ৰাশিৰ হাতলৈ ভাৱিব নোৱাৰা ধন আহিব, সোণৰ দৰে চমকি উঠিব ভাগ্যও

নিশাৰ ভিতৰতে কোটিপতি Swiggyৰ ৫০০ কৰ্মী! কিন্তু কেনেকৈ?

নিশাৰ ভিতৰতে কোটিপতি Swiggyৰ ৫০০ কৰ্মী! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.