• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাৰ ভিতৰতে কোটিপতি Swiggyৰ ৫০০ কৰ্মী! কিন্তু কেনেকৈ?

নিশাৰ ভিতৰতে কোটিপতি Swiggyৰ ৫০০ কৰ্মী! কিন্তু কেনেকৈ?

2 years ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

10 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

10 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

11 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

12 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

13 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

14 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

14 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

14 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

15 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

16 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

16 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশাৰ ভিতৰতে কোটিপতি Swiggyৰ ৫০০ কৰ্মী! কিন্তু কেনেকৈ?

নিশাৰ ভিতৰতে কোটিপতি Swiggyৰ ৫০০ কৰ্মী! কিন্তু কেনেকৈ?

editor by editor
November 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নিশাৰ ভিতৰতে কোটিপতি Swiggyৰ ৫০০ কৰ্মী! কিন্তু কেনেকৈ?
0
SHARES
826
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনলাইন ইনছটেণ্ট ডেলিভাৰিৰ পাছত এইবাৰ ষ্টক মাৰ্কেটত আত্মপ্ৰকাশ কৰিছে ছুইগিয়ে৷ এইবাৰ খাদ্য ডেলিভাৰিৰ দৰেই শ্বেয়াৰ বজাৰতো বিনিয়োগকাৰীসকলক ইনছটেণ্ট বা তাৎক্ষণিক ডেলিভাৰি দিছে এই সংস্থাই৷ লিষ্টিং হওতেই ছুইগিৰ বৰ্তমান আৰু প্ৰাক্তন কৰ্মী মিলি মুঠ ৫০০গৰাকী কোটিপতি হৈ পৰিল৷

আইপিইউ আনিছে ছুইগিয়ে৷ শ্বেয়াৰৰ প্ৰাথমিক দাম ধাৰ্য কৰা হৈছে ৩৭১টকাৰ পৰা ৩৯০টকাৰ ভিতৰত৷ ৯০০০ কোটিৰ এমপ্লয়ি ষ্টক অপশ্ব্যন প্লেনো আনিছে এই সংস্থাৰ ৫০০০ কৰ্মীৰ বাবে৷ এই ৫০০০ কৰ্মী পে আউটৰ পৰা লাভৱান হ’ব৷ আৰু এই শ্বেয়াৰ হোল্ডিঙৰ পৰাই ৫০০ কৰ্মী কোটিপতি হৈছে৷ অৰ্থাৎ তেওঁলোকৰ ওচৰত যি শ্বেয়াৰ আছে তাৰ মূল্য কোটি হৈছেগৈ৷ ইয়াৰ পূৰ্বে ২০২১ চনত পে টি এমে যেতিয়া আইপিউ আনিছিল তেতিয়াও ৩৫০ কৰ্মী কোটিপতি হৈছিল৷

বুধবাৰে এন এছ ইত ছুইগীৰ শ্বেয়াৰ মূল্য আছিল ৩৯০ টকা৷ ৮শতাংশ প্ৰিমিয়াৰ আছিল৷ বিএছ ইত ষ্টক লিষ্টিং হয় ৪১২ টকাত৷ বৰ্তমান কোম্পানীৰ মাৰ্কেট ভেলু হৈছেগৈ আনুমানিক ৮৯ হাজাৰ ৫৪৯ কোটি টকা৷ ১১ হাজাৰ ৩২৭ কোটি টকাৰ ছুইগিৰ প্ৰাথমিক অফাৰতেই শ্বেয়াৰ প্ৰায় ৩.৫৯ গুণ বেছি ছাবস্ক্ৰিপশ্বন হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!
জীৱনশৈলী

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

July 26, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

July 26, 2026
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!
বিনোদন

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

July 26, 2026
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত
জীৱনশৈলী

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

July 26, 2026
Next Post
ঘৰত পুৰণি ২টকীয়া মুদ্ৰা আছে? নিশাৰ ভিতৰতেই হাতলৈ আহিব ৫লাখ! কেনেকৈ লাভ কৰিব ধন?

ঘৰত পুৰণি ২টকীয়া মুদ্ৰা আছে? নিশাৰ ভিতৰতেই হাতলৈ আহিব ৫লাখ! কেনেকৈ লাভ কৰিব ধন?

১ বছৰৰ বাবে ফিক্সড ডিপজিটত আকৰ্ষণীয় সুদ দিছে PNBয়ে, জানি থওক সবিশেষ

১ বছৰৰ বাবে ফিক্সড ডিপজিটত আকৰ্ষণীয় সুদ দিছে PNBয়ে, জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.