• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য, ক্ৰিকেটক লৈ এনে কি সিদ্ধান্ত লৈছিল নেহৰুৱে?

নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য, ক্ৰিকেটক লৈ এনে কি সিদ্ধান্ত লৈছিল নেহৰুৱে?

2 years ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

1 hour ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

2 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

2 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

3 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

4 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

4 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

6 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

6 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

7 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

7 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

8 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য, ক্ৰিকেটক লৈ এনে কি সিদ্ধান্ত লৈছিল নেহৰুৱে?

নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য, ক্ৰিকেটক লৈ এনে কি সিদ্ধান্ত লৈছিল নেহৰুৱে?

editor by editor
November 14, 2024
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
নেহৰুৰ এটা সিদ্ধান্ততেই সলনি হৈছিল ভাৰতৰ ক্ৰিকেট-ভাগ্য, ক্ৰিকেটক লৈ এনে কি সিদ্ধান্ত লৈছিল নেহৰুৱে?
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত ৫দশকক একাধিক উত্থান-পতনৰ মাজেৰে পাৰ হৈ আন্তৰ্জাতিক ক্ৰিকেট মানচিত্ৰত নিজৰ বাবে কিছু ঠাই পাইছে ভাৰতে। আইপিএলৰ দৰে সীমিত অভাৰৰ ক্ৰিকেট টুৰ্নামেণ্টৰ জনক হিচাপে আন্তৰ্জাতিক ক্ৰিকেট নিয়ামক সংস্থা আইচিচৰ ওচৰত ক্ৰমশ কদৰ বাঢ়িছে ভাৰতীয় ক্ৰিকেট সংস্থা বিচিচিআইৰ।

বৰ্তমান সমগ্ৰ বিশ্বৰ ক্ৰিকেট খেলা দেশসমূহৰ ভিতৰত সকলোতকৈ ধনী বৰ্ডৰ খিতাপ লাভ কৰিছে বিচিচিআইয়ে। আইচিচিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতীয় বৰ্ডে গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলিও বহুতে দাবী কৰে। আই চিচিৰ এইধৰণৰ সিদ্ধান্তক সৈ অন্যান্য ক্ৰিকেট বৰ্ডসমূহে বাৰে বাৰে আইচিচিৰ ফালে আঙুলিও টোৱাই আহিছে। কিন্তু বিশ্ব ক্ৰিকেটত ভাৰতৰ এই প্রভাৱ এদিনতেই তৈয়াৰ হোৱা নাই। এটা সময় আছিল ভাৰতে আন্তৰ্জাতিক ক্ৰিকেট সংস্থাৰ সদস্য হ’ব নে নহ’ব তাক লৈয়ো সংশয় আছিল। অৱশ্যে তেতিয়া বিশ্ব ক্ৰিকেট সংস্থাৰ নাম ইণ্টাৰনেশ্ব্যনেল ক্ৰিকেট কাউন্সিল বা আইচিচি নাছিল।

ভাৰতে বিশ্ব ক্ৰিকেট সংস্থাৰ সদস্য হোৱাৰ ক্ষেত্ৰত সহায়ক হৈছিল এটা ৰাজনৈতিক সিদ্ধান্ত। সিদ্ধান্ত লৈছিল এজন ৰাজনৈতিক ব্যক্তিয়ে। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। কংগ্ৰেছৰ ভিতৰচৰাত সমালোচনা হ’লেও ভাৰতক ব্ৰিটিছ কমনৱেলথৰ অন্তৰ্ভূক্ত কৰি ৰখাৰ সিদ্ধান্তত অবিচল আছিল নেহৰু। নেহৰুৰ এটা সিদ্ধান্তই ভাৰতৰ ক্ৰিকেটৰ ভাগ্য সলনি কৰি দিছিল। নেহৰুৰ কাৰ্যকালৰ সময়ত বিশ্ব ক্ৰিকেট সংস্থাৰ নাম আছিল আইচিচি। সম্পূৰ্ণ নাম হৈছে , ‘ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স।’

এই নামৰ পৰাই অনুমান কৰিব পাৰি যে ক্ৰিকেট মানেই ৰাজকীয় বেপাৰ। তেতিয়া বিশ্ব ক্ৰিকেট সংস্থা ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতাত চলিছিল। ১৯৪৯ চনত ভাৰত স্বাধীন হোৱাৰ পাছত চৰকাৰে সিদ্ধান্ত লয় যে, নতুন সংবিধান কাৰ্যকৰী নোহোৱা পৰ্যন্ত ৰাজতন্ত্ৰকেই আনুষ্ঠানিকভাৱে ‘ভাৰতৰ শাসক’ হিচাপে স্বীকৃতি দিব। ১৯৪৯ চনৰ নৱেম্বৰ মাহত গণপৰিষদ সংবিধান গ্ৰহণ কৰে। নতুন সংবিধান কাৰ্যকৰী হ’ল তাৰ পিছৰ বছৰত। অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত। সংবিধান অনুসৰি ভাৰতে গণতান্ত্ৰিক দেশ হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছতেই কংগ্ৰেছ নেতাসকলে ব্ৰিটিছ ৰাজতন্ত্ৰৰ সৈতে সকলোধৰণৰ সম্পৰ্ক ছিন্ন কৰিব বিচাৰিলে। সেই সময়ত ব্ৰিটিছ প্রধানমন্ত্ৰী ক্লেমেণ্ট এটলি আৰু বিৰোধী নেতা উইনষ্টন চাৰ্চিল উভয়েই ভাৰতক ব্ৰিটিছ কমনৱেলথৰ অংশ হ’বৰ বাবে প্ৰস্তাৱ দিয়ে।

ভাৰত স্বাধীন হোৱাৰ পাছত বল্লভভাই পেটেলৰ দৰে কংগ্রেছৰ বহু নেতাই কমনৱেলথত থকাত আপত্তি জনায়। কিন্তু তেতিয়া সাৰ্বভৌম ক্ষমতাত কোনোধৰণৰ হস্তক্ষেপ নকৰাৰ চৰ্তত কমনৱেলথৰ সদস্য দেশ হয় ভাৰত। সেই সময়ত ‘ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স’ৰ নিয়ম আছিল যে, ব্ৰিটিছ কমনৱেলথৰ সদস্য নহ’লে বিশ্ব ক্ৰিকেট সংস্থাৰ সদস্য হিচাপে গণ্য কৰা নহ’ব। ১৯৪৮ চনত ভাৰতে ‘ই্ম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্সৰ’ অস্থায়ী সদস্য হিচাপে স্বীকৃতি লাভ কৰে। ১৯৫০ চনত কনফাৰেন্সৰ সদস্যৰে বৈঠকত বহাৰ পাছতেই জনোৱা হয় যে, ভাৰতে স্থায়ী সদস্যৰ স্বীকৃতি পাইছে। এই সিদ্ধান্ত নেহৰুৱে লোৱাৰ প্রধান কাৰণেই আছিল তেওঁ এগৰাকী ক্ৰিকেট অনুৰাগী। ব্ৰিটেইনত পঢ়াশুনাৰ সময়ত তেওঁৰ খেলৰ প্ৰতি আগ্ৰহ জন্মিছিল।

১৯৫৩ চনৰ ছেপ্টেম্বৰ মাহত প্রধানমন্ত্ৰী একাদশ বনাম উপৰাষ্ট্ৰপতি একাদশ এখন প্ৰদৰ্শনীমূলক ক্ৰিকেট মেচ হৈছিল। সেই মেচত স্বয়ং নেহৰুৱে প্রধানমন্ত্ৰী একাদশৰ অধিনায়ক আছিল। মেচত কিছু সময় তেওঁ ধাৰাভাষ্যকাৰ হিচাপেও কাম কৰিছিল। বিবিচিৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱামতে, ৪০ বছৰ পাছত বেট ধৰিলেও নেহৰুৰ খেল দেখি সকলোৱে সেইদিনা কৈছিল পেছাদাৰী ক্ৰিকেটাৰৰ দৰেই খেলিছে প্রধানমন্ত্ৰী নেহৰুৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?
বিনোদন

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

July 6, 2026
Next Post
আহি আছে নেকি পাণ্ডিয়াৰ নতুন পত্নী? আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিকে?

আহি আছে নেকি পাণ্ডিয়াৰ নতুন পত্নী? আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিকে?

কেতুৰ ঘৰ সলনি, ৩ৰাশিৰ হাতলৈ ভাৱিব নোৱাৰা ধন আহিব, সোণৰ দৰে চমকি উঠিব ভাগ্যও

কেতুৰ ঘৰ সলনি, ৩ৰাশিৰ হাতলৈ ভাৱিব নোৱাৰা ধন আহিব, সোণৰ দৰে চমকি উঠিব ভাগ্যও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.